• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

2 months ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

23 minutes ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

2 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

2 hours ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

3 hours ago
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

4 hours ago
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

5 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

14 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

14 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

14 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

15 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

editor by editor
June 1, 2026
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?
0
SHARES
301
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ৰ আইপিএলৰ যুঁজ শেষ হ’ল ৰোমাঞ্চকৰ ফাইনেলেৰে৷ গুজৰাট টাইটান্সক হৰুৱাই দ্বিতীয়বাৰ IPLৰ ট্ৰফি জয় কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে৷ এই জয়ৰ পাছত বাংগালুৰুত উৎসৱ আৰম্ভ হয়৷ এই জয়ৰ সৈতে তেওঁলোকে মুম্বাই ইণ্ডিয়ান্স আৰু চেন্নাই ছুপাৰ কিংছ, IPL দলৰ ইতিহাসত তৃতীয় দল হিচাপে দুবাৰ চেম্পিয়ন হোৱাৰ কৃতিত্বও অৰ্জন কৰে৷ চেম্পিয়ন হৈ RCBয়ে পায় ২০ কোটি টকা আৰু ৰানাৰ্ছ আপ গুজৰাট টাইটান্সেও পাইছে মোটা অংকৰ ধন৷

চেম্পিয়ন RCBয়ে পাইছে ২০ কোটি, মুঠ পুৰস্কাৰ ৪৬.৫কোটি

ভাৰতীয় ক্ৰিকেট বৰ্ডে ২০২৬ চনৰ আই পিএলৰ বাবে মুঠ ৪৬.৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল৷ এই টকা শীৰ্ষ চাৰি দলৰ মাজত তেওঁলোকৰ অৱস্থান অনুসৰি ভাগ কৰা হয়৷ ইয়াৰোপৰি ব্যক্তিগত পাৰফৰমেন্সৰ বাবেও পৃথক পুৰস্কাৰ দিয়া হয়৷ চেম্পিয়ন RCBয়ে পায় ২০ কোটি টকা৷ ফাইনেলত হাৰি ৰানাৰ্ছ হয় গুজৰাট টাইটান্স৷ তেওঁলোকে পায় ১৩ কোটি টকা৷ তৃতীয় স্থানত থকা ৰাজস্থান ৰয়েলছে পায় ৭ কোটি টকা আৰু চতুৰ্থ ছানৰাইজাৰ্ছ হায়দৰাবাদে পায় ৬.৫কোটি টকা৷

বৈভৱ সূৰ্যবংশীৰ ব্যক্তিগত পুৰস্কাৰ

এইবাৰৰ আই পি এলত আলোচনাত থকা ক্ৰিকেটাৰেই হৈছে বৈভৱ সূৰ্যবংশী৷ বৈভৱে ৭৭৬ৰান কৰি অৰেঞ্জ কেপ জয় কৰিছে৷ ৭২টা ছিক্স মৰাৰ ওপৰিও বিশেষ ছিক্স কোবোৱাৰ বাবে পুৰস্কাৰ পাইছে বৈভৱে৷ উদীয়মান খেলুৱৈ আৰু ভাল খেলুৱৈৰ পুৰস্কাৰো জয় কৰিছে তেওঁ৷ কাগিছো ৰাবাডাই ২৯টা উইকেট লৈ পাৰ্পল কেপ জিকিছে৷ ফাইনেল মেচৰ বিশেষ পুৰস্কাৰ পাইছে বিৰাট কোহলিয়ে৷ তেওঁ ৭৫ ৰানৰ অপৰাজিত ইনিংছ খেলিছে৷

ফাইনেলৰ অন্যান্য পুৰস্কাৰ

ফাইনেলত সকলোতকৈ বেছি ছিক্স কোবোৱাৰ পুৰস্কাৰ পাইছে বিৰাট কোহলিয়ে৷ ডট বলৰ পুৰস্কাৰ পাইছে ভুৱনেশ্বৰ কুমাৰে৷ ফাইনেত ভাল ষ্ট্ৰাইক ৰেটৰ পুৰস্কাৰ পাইছে ভেঙ্কটেশ আয়াৰে৷ গুজৰাটৰ বিৰুদ্ধে ফাইনেল মেচত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ২০০.০০৷ ভাল ষ্ট্ৰাইক ৰেটৰ পুৰস্কাৰ ওঠে বৈভৱৰ হাতত৷ তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ২৩৭.৩০৷ ফেয়াৰ প্লে এৱাৰ্ড পায় পঞ্জাৱ কিংছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

August 8, 2026
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক
জীৱনশৈলী

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

August 8, 2026
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক
জীৱনশৈলী

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

August 8, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

August 7, 2026
Next Post
ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.