• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

4 months ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

12 minutes ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

47 minutes ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

10 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

10 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

10 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

11 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

11 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

12 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

12 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

13 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

14 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

editor by editor
May 3, 2026
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

IPL ৰ জনপ্ৰিয় দল ৰাজস্থান ৰয়েলছৰ মালিকানা সলনি৷ এক নতুন অধ্যায়ৰ আৰম্ভণি হৈছে ৰাজস্থান ৰয়েলছৰ ইতিহাসত৷ লক্ষ্মী নিবাস মিত্তল আৰু আদিত্য মিত্তলে হাত মিলাইছে অদাৰ পুনাৱালাৰ সৈতে৷ আৰু সেই জোঁটেই অধিগ্ৰহণ কৰিছে এই ফ্ৰেঞ্চাইজি৷ এই চুক্তিৰ মূল্য প্ৰায় ১.৬৫ বিলিয়ন মাৰ্কিন ডলাৰ৷ যি ভাৰতীয় মুদ্ৰাত প্ৰায় ১৫,৬০০ কোটি টকা৷ এই ১.৬৫ বিলিয়ন ডলাৰৰ মূল্য কেৱল ৰাজস্থান ৰয়েলছৰ পুৰুষ দলেই নহয় পাৰ্ল ৰয়েলছ আৰু বাৰ্বাডোছ ৰয়েলছৰ সামগ্ৰিক মূল্যকো ধৰা হৈছে৷

৩ মে’ত মিত্তল পৰিয়ালে আনুষ্ঠানিকভাৱে এই খবৰ জনায়৷ তেওঁলোকে জনাইছে যে মনোজ বদালে আৰু তেওঁৰ সংস্থাৰ সৈতে দীৰ্ঘ আলোচনাৰ পাছত অৱশেষত এই চুক্তি সম্পন্ন হৈছে৷ এই পৰিবৰ্তনৰ সৈতে কেৱল মালিকানাই সলনি নহয়, বৰং ৰাজস্থান ৰয়েলছৰ ভৱিষ্যতক লৈয়ো নতুন আশা আৰু উত্তেজনা তৈয়াৰ হৈছে৷

এক ৰিপৰ্ট অনুসৰি মিত্তল পৰিয়ালে পূৰ্বৰে পৰাই ৰাজস্থান ৰয়েলছৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল৷ তেওঁলোকৰ লক্ষ্য আছিল নিজৰ ক্ৰীড়া বিনিয়োগ আৰু শক্তিশালী কৰা৷ এইবাৰ সেই আগ্ৰহ বাস্তৱত পৰিণত হৈছে৷ এই চুক্তিৰ পাছত ৰাজস্থান ৰয়েলছত মিত্তল পৰিয়ালৰ ৭৫ শতাংশ অংশ থাকিব৷ অদাৰ পুনাৱালাৰ হাতত থাকিব ১৮ শতাংশ, বাকী ৭ শতাংশ থাকিব অন্য বিনিয়োগকাৰীসকলৰ হাতত৷ যাৰ মাজত মনোজ বদালেও আছে৷

কি কৈছে মিত্তল পৰিয়ালে?

লক্ষ্মী নিবাস মিত্তল, আদিত্য মিত্তল, বনিশা মিত্তল ভাটিয়া, অদাৰ পুনাৱালা, মনোজ বদালে ৰাজস্থান ৰয়েলছ বৰ্ডত থাকিব৷ ৰাজস্থানৰ সৈতে মিত্তল পৰিয়ালৰ গভীৰ সম্পৰ্কও আছে৷ লক্ষ্মী নিবাস মিত্তলৰ জন্ম আৰু শিক্ষাদীক্ষা ৰাজস্থানৰ চাদুলপুৰত৷ তেওঁ কয়, ‘ক্ৰিকেটৰ প্ৰতি ভালপোৱা বহু পুৰণি৷ পৰিয়াল ৰাজস্থানৰ হোৱাৰ বাবে ৰাজস্থান ৰয়েলছৰ দৰে দলৰ সৈতে যুক্ত হোৱাৰ সুযোগ আমাৰ বাবে ভাল সুযোগ৷ এই দলৰ অংশ হ’বলৈ পাই আমি খুবেই সুখী৷’

নতুন মালিকক স্বাগত

মনোজ বদালে নতুন মালিকক স্বাগত জনাই কয়, ‘মিত্তল পৰিয়াল আৰু অদাৰ পুনাৱালাক পাই খুবেই আনন্দিত৷ ক্ৰিকেটৰ প্ৰতি তেওঁলোকৰ ভালপোৱা, ৰাজস্থান আৰু ভাৰতৰ সৈতে তেওঁলোকৰ সংযোগ আৰু এই দলৰ বাবে দীৰ্ঘম্যাদি পৰিকল্পনা সকলো মিলি তেওঁলোক এই দলৰ বাবে উপযুক্ত নেতৃত্ব৷ সূত্ৰৰ খবৰ যে ইয়াৰ পূৰ্বে কাইলৈ সোমানিৰ নেতৃত্বক এটা সংস্থাই এই ফ্ৰেঞ্চাইজি কিনিবলৈ আগুৱাই আহিছিল৷ কিন্তু শেষলৈ তেওঁলোকৰ সৈতে চুক্তি সম্পন্ন নহ’ল৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

September 15, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

September 15, 2026
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা
অপৰাধ

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

September 14, 2026
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি
ভাৰত

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

September 14, 2026
Next Post
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.