• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খেল চাবলৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপালো! IPL চাবলৈ যোৱাৰ পূৰ্বেই এইকেইটা নিৰ্দেশনা পঢ়ি লওক অন্যথা প্ৰৱেশ কৰিব নোৱাৰিব ষ্টেডিয়ামত…

খেল চাবলৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপালো! IPL চাবলৈ যোৱাৰ পূৰ্বেই এইকেইটা নিৰ্দেশনা পঢ়ি লওক অন্যথা প্ৰৱেশ কৰিব নোৱাৰিব ষ্টেডিয়ামত…

3 years ago
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

28 minutes ago
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

50 minutes ago
SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

1 hour ago
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

1 hour ago
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

2 hours ago
পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

2 hours ago
মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

2 hours ago
মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

3 hours ago
১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

4 hours ago
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

5 hours ago
সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

5 hours ago
ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

খেল চাবলৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপালো! IPL চাবলৈ যোৱাৰ পূৰ্বেই এইকেইটা নিৰ্দেশনা পঢ়ি লওক অন্যথা প্ৰৱেশ কৰিব নোৱাৰিব ষ্টেডিয়ামত…

editor by editor
April 5, 2023
in অসম, ক্ৰীড়া
0
খেল চাবলৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপালো! IPL চাবলৈ যোৱাৰ পূৰ্বেই এইকেইটা নিৰ্দেশনা পঢ়ি লওক অন্যথা প্ৰৱেশ কৰিব নোৱাৰিব ষ্টেডিয়ামত…
0
SHARES
418
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ IPLৰ জ্বৰত আক্ৰান্ত এতিয়া ৰাজ্যবাসী৷ বুধবাৰে অৰ্থাৎ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল৷ প্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হ’ব লগা IPLত মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু পঞ্জাব কিংছ৷ সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল। দৰ্শকৰ বাবে প্ৰৱেশ দ্বাৰ খুলি দিয়া হ’ব আবেলি ৪ বজাত। বতৰে বিধি-পথালি নিদিলেই হ’ল বুলি খেল চাবলৈ সাঁজু হৈছে ৰাজ্যৰ বহু ক্ৰিকেটপ্ৰেমী৷

খেলৰ পূৰ্বে আছে সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীও। কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ লগতে উত্তৰ পূবৰ কেইবাটাও সাংস্কৃতিক দলে পৰিৱেশন কৰিব অনুষ্ঠান। লগতে থাকিব লেজাৰ শ্ব’। জানিব পৰা মতে, এই খেলখন উপভোগ কৰিব অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো৷

ইফালে, খেলক লৈ জাৰি কৰা হৈছে কেতবোৰ পথ নিৰ্দেশনা৷ আজি পুৱা ১১ বজাৰ পৰা ৬ এপ্ৰিলৰ নিশা ১ বজালৈ ১৭ আৰু ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত গধূৰ যান–বাহন চলাচল কৰিব নোৱাৰিব। একে আজাদ ৰোড আৰু একে দেৱ পথত বাণিজ্যিক আৰু তিনিচকীয়া বাহন দুপৰীয়া ১ বজাৰ পৰা প্ৰৱেশ কৰিব নোৱাৰিব। গে’ট নম্বৰ ৩ৰ পাছ থকাসকলে বৰ্ষাপাৰা তিনিআলি হৈ সোমাব লাগিব ষ্টেডিয়ামত। গে’ট নং ৪ৰ পাছ থকাসকলে ভূপেন হাজৰিকা পথ হৈ আহিব লাগিব। পাৰ্কিঙৰ বাবে চম্পাৱতী ফিল্ড, গণেশপাৰা ফিল্ড, আমবাৰী ৰংপথাৰ, লুটিমা ফিল্ড আদি স্থান নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে ষ্টেডিয়ামলৈ সামগ্ৰী নিয়াতো আৰোপ কৰা হৈছে বাধা। ষ্টেডিয়ামৰ ভিতৰত নিব নোৱাৰিব পানীৰ বটল, লাইটাৰ, শীতল পানী জাতীয় খাদ্য, বাদ্যযন্ত্ৰ, লোহাৰ বাকচ, আতচবাজি, সকলো ধৰণৰ মাৰণাস্ত্ৰ, হেলমেট, বেগ বা যিকোনো সামগ্ৰী৷ অন্য দৰ্শকক আমনি দিব পৰা সকলো সামগ্ৰী নিয়াতেই বাধা আৰোপ কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!
অসম

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

April 20, 2026
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?
বিনোদন

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

April 18, 2026
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও
ক্ৰীড়া

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

April 18, 2026
Next Post
একতা, প্ৰিয়ংকা, মোনা, ৰাখী… ভৱিষ্যতৰ কথা ভাৱিয়েই ডিম্বানু সংৰক্ষণ কৰা অভিনেত্ৰীসকল কোন কোন? সবিশেষ…

একতা, প্ৰিয়ংকা, মোনা, ৰাখী... ভৱিষ্যতৰ কথা ভাৱিয়েই ডিম্বানু সংৰক্ষণ কৰা অভিনেত্ৰীসকল কোন কোন? সবিশেষ...

প্ৰথম বিশ্বৰ দেশৰ, প্ৰথমগৰাকী যৌন কেলেংকাৰী কৰা ব্যক্তি ডোনাল্ড ট্ৰাম্প, বিশ্বই সমালোচনা কৰা ট্ৰাম্পে কৰিলে আত্মসমৰ্পণ…

প্ৰথম বিশ্বৰ দেশৰ, প্ৰথমগৰাকী যৌন কেলেংকাৰী কৰা ব্যক্তি ডোনাল্ড ট্ৰাম্প, বিশ্বই সমালোচনা কৰা ট্ৰাম্পে কৰিলে আত্মসমৰ্পণ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.