• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংশোধন হোৱাৰ দিশে বিবাহ আইন, ৯ বছৰীয়া কন্যাক বিয়া কৰাব পাৰিব পুৰুষে

সংশোধন হোৱাৰ দিশে বিবাহ আইন, ৯ বছৰীয়া কন্যাক বিয়া কৰাব পাৰিব পুৰুষে

1 year ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

18 minutes ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

53 minutes ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

1 hour ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

2 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

3 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

3 hours ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

14 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

14 hours ago
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

15 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

16 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

16 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সংশোধন হোৱাৰ দিশে বিবাহ আইন, ৯ বছৰীয়া কন্যাক বিয়া কৰাব পাৰিব পুৰুষে

editor by editor
November 10, 2024
in বিবিধ, বিশ্ব, লেখা
0
সংশোধন হোৱাৰ দিশে বিবাহ আইন, ৯ বছৰীয়া কন্যাক বিয়া কৰাব পাৰিব পুৰুষে
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সংশোধন হোৱাৰ দিশে বিবাহ আইন, ৯ বছৰীয়া কন্যাক বিয়া কৰাব পাৰিব পুৰুষে

যি সময়ত সমগ্ৰ বিশ্বতে বাল্যবিবাহ অন্ত পেলোৱাৰ প্ৰচেষ্টা অব্যাহত আছে। বহুলাংশে সফলো হৈছে এই ক্ষেত্ৰত। ভাৰততো বৰ্তমানে হ্ৰাস পাইছে বাল্য বিবাহ। পাছে এই সকলোবোৰৰ বিপৰীতে এখন দেশে সংশোধন কৰিবলৈ ওলাইছে বিবাহ আইন। যি আইনৰ ফলত সেই দেশৰ পুৰুষে বিয়া কৰাব পাৰিব ৯বছৰীয়া কন্যাক।

সেই দেশখন হৈছে ইৰাক। দেশত বিবাহ আইন সংশোধন কৰিবলৈ সাজু হৈছে ইৰাক, যাৰ অধীনত ছোৱালীৰ বিবাহৰ বয়স মাত্ৰ ৯ বছৰলৈ হ্ৰাস কৰা হ’ব।

যদি ইৰাকত এই সংশোধনী গৃহীত হয়, তেন্তে কেৱল বিবাহৰ বয়স হ্ৰাস পোৱাই নহয়, মহিলাৰ বাবে বিবাহ বিচ্ছেদ, সন্তান আৰু সম্পত্তিৰ তত্ত্বাৱধানৰ দৰে বিশেষ অধিকাৰো নিষিদ্ধ কৰা হ’ব।

১৯৫৯ চনত প্ৰৱৰ্তন কৰা ১৮৮ নং আইনৰ অধীনত এই সংশোধনী কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই আইনখনক পশ্চিম এছিয়াৰ অন্যতম প্ৰগতিশীল আইন বুলি গণ্য কৰা হৈছিল।

ছিয়া দলৰ মিত্ৰজোঁটৰ নেতৃত্বত ইৰাক চৰকাৰে কয় যে এই সংশোধনী ইছলামিক শ্বৰীয়ত আইন অনুসৰি কৰা হৈছে আৰু ইয়াৰ লক্ষ্য হৈছে কণমানি ছোৱালীক সুৰক্ষা দিয়া।

বিশেষ কথাটো হ’ল ইৰাকৰ মহিলা গোটৰ অবিৰত বিৰোধিতা সত্ত্বেও ইৰাক চৰকাৰে ছোৱালীৰ সুৰক্ষাৰ দোহাই দি এই নিকৃষ্ট আইনখন গৃহীত কৰিব বিচাৰিছে।

ইউনিচেফৰ প্ৰতিবেদন অনুসৰি ইৰাকত পূৰ্বৰে পৰা বৰ্তমানেও বাল্যবিবাহৰ প্ৰচলন আছে। প্ৰায় ২৮ শতাংশ ছোৱালীয়ে ১৮ বছৰ বয়সত বিবাহপাশত আবদ্ধ হয়।

হিউমেন ৰাইটছ ৱাচে কয় যে এই সংশোধনীৰ ফলত কণমানি ছোৱালীৰ ওপৰত যৌন আৰু শাৰীৰিক হিংসাৰ আশংকা বৃদ্ধি পাব আৰু তেওঁলোকক শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুবিধাৰ পৰা বঞ্চিত কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: IraqIraq Marriage lawman Married 9 year girlMarriage Law
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান
বিশ্ব

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

March 17, 2026
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!
জীৱনশৈলী

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

March 17, 2026
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!
বাণিজ্য

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

March 17, 2026
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ
বিবিধ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

March 17, 2026
Next Post
৩৫ বছৰৰ পাছতে জীৱনলৈ অপাৰ ধন-সম্পত্তি আহে এইসকল লোকৰ জীৱনলৈ…

৩৫ বছৰৰ পাছতে জীৱনলৈ অপাৰ ধন-সম্পত্তি আহে এইসকল লোকৰ জীৱনলৈ...

অৱশেষত ধৰা পৰিল বাবা ছিদ্দিকী কাণ্ডৰ মূল অভিযুক্ত শিৱকুমাৰ, বহু তদন্তৰ অন্তত আটক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.