• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্তঃসত্ত্বা কেটৰিণা! বেবীবাম্প লুকুৱাই তুলা ফটো ভাইৰেল সামাজিক মাধ্যমত…

অন্তঃসত্ত্বা কেটৰিণা! বেবীবাম্প লুকুৱাই তুলা ফটো ভাইৰেল সামাজিক মাধ্যমত…

3 years ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

18 minutes ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

51 minutes ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

1 hour ago
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

2 hours ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

11 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

11 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

12 hours ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

12 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

12 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

13 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

13 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অন্তঃসত্ত্বা কেটৰিণা! বেবীবাম্প লুকুৱাই তুলা ফটো ভাইৰেল সামাজিক মাধ্যমত…

editor by editor
December 26, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
অন্তঃসত্ত্বা কেটৰিণা! বেবীবাম্প লুকুৱাই তুলা ফটো ভাইৰেল সামাজিক মাধ্যমত…
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰেমৰ পৰা বিয়া, বিয়াৰ পাছতেই সন্তান নতুবা বিচ্ছেদ, কেতিয়াবা আকৌ পৰকীয়া প্ৰেমৰ কথা এই সকলোবোৰ যিমানেই লুকুৱাবলৈ চেষ্টা নকৰক কিয় ভাইৰেল হৈয়েই। বৰ্তমান নেট দুনীয়াত এই খবৰ ভাইৰেল হ’বলৈনো কেইমিনিট সময়ৰ প্ৰয়োজন? মুহূৰ্ততেই ভাইৰেল হৈ পৰে সকলো খবৰ।

বলীউড অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই এবাৰ এটা সাক্ষাৎকাৰত কৈছিল, এগৰাকী নাৰীয়ে সততে সন্মুখীন হয় কেইটিমান প্ৰশ্নৰ। খুবেই চিনাকী প্ৰশ্ন। চেলিব্ৰিটি হ’লেই এই প্ৰশ্ন আহে তেনে নহয়। সাধাৰণ নাৰী এগৰাকীও প্ৰতিক্ষণে এনে প্ৰশ্নৰ সন্মুখীন হৈয়েই থাকে। এটা নিৰ্দিষ্ট বয়স হোৱাৰ পাছতেই একাংশই যুৱতীক সোধা আৰম্ভ কৰা প্ৰথম প্ৰশ্নটোৱেই হৈছে বিয়া কেতিয়া কৰাবা? বিয়াৰ পাছতেই আকৌ সহজ প্ৰশ্ন এটা হৈছে সন্তানৰ পৰিকল্পনা কেতিয়া? কিন্তু এই দুয়োটা প্ৰশ্নই নাৰী একোগৰাকীৰ একান্ত ব্যক্তিগত। এই বিষয়টোত যিমানেই প্ৰতিবাদ নকৰক কিয় মানুহে এই ব্যক্তিগত কথাবোৰ জানিবই খোজে। যাৰ বাবে চেলিব্ৰিটিসকলৰ এনেধৰণৰ খবৰ প্ৰায়সংখ্যকেই জানিবলৈ আগ্ৰহী হৈ থাকে।

আলিয়া-ৰণবীৰৰ পাছত এইবাৰ পিতৃ-মাতৃ হ’বলৈ আগবাঢ়িছে কেট-বিকি। অৱশ্যে কেট-বিকিয়ে এই কথা বৰ্তমানলৈ ৰাজহুৱা কৰা নাই। এবছৰ পূৰ্বে কেট-বিকিয়ে আৱদ্ধ হৈছিল বিবাহপাশত। শেহতীয়াকৈ নেটদুনীয়াত ভাইৰেল হৈ পৰিছে কেট-বিকি পিতৃ-মাতৃ হোৱাৰ খবৰ। বৰদিনত কেট-বিকিয়ে শ্বেয়াৰ কৰা এখন ফটো ভাইৰেল হৈ পৰা মাত্ৰকেই বহুতেই দাঙি ধৰিছে মন্তব্য। কেটে ফটোখন এনেকৈ তোলাৰ কাৰণ হৈছে কেটে বেবীবাম্প ঢাকিব খুজিছে। সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰা ভিডিঅ’টো দেখা মাত্ৰকেই বহুতেই এতিয়া সামাজিক মাধ্যমত কেটৰ এই বিষয়টোক চৰ্চা কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!
জীৱনশৈলী

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

March 24, 2026
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে
জীৱনশৈলী

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

March 24, 2026
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!
জীৱনশৈলী

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

March 24, 2026
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?
জীৱনশৈলী

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

March 23, 2026
Next Post
মধ্যবিত্তলৈ বেয়া খবৰ! ২০২৩ ত বন্ধ হ’ব এইকেইখন বিশেষ মডেলৰ বাহন…

মধ্যবিত্তলৈ বেয়া খবৰ! ২০২৩ ত বন্ধ হ’ব এইকেইখন বিশেষ মডেলৰ বাহন...

৬০ দিনীয়া শাওন মাহ! প্ৰতিটো উৎসৱেই ১৫দিন পলম হ’ব, ২০২৩ কিয় হ’ব পৃথক?

৬০ দিনীয়া শাওন মাহ! প্ৰতিটো উৎসৱেই ১৫দিন পলম হ’ব, ২০২৩ কিয় হ’ব পৃথক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.