• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইজৰাইলৰ বৃহৎ সফলতা, দায়েফ-হানিয়াৰ পাছত এইবাৰ হিজবুল্লাহৰ কমাণ্ডাৰ সিনৱাৰৰ নিধন

ইজৰাইলৰ বৃহৎ সফলতা, দায়েফ-হানিয়াৰ পাছত এইবাৰ হিজবুল্লাহৰ কমাণ্ডাৰ সিনৱাৰৰ নিধন

1 year ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

3 minutes ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

1 hour ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

2 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

19 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

19 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

20 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

20 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

21 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

22 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

23 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

23 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইজৰাইলৰ বৃহৎ সফলতা, দায়েফ-হানিয়াৰ পাছত এইবাৰ হিজবুল্লাহৰ কমাণ্ডাৰ সিনৱাৰৰ নিধন

editor by editor
October 18, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ইজৰাইলৰ বৃহৎ সফলতা, দায়েফ-হানিয়াৰ পাছত এইবাৰ হিজবুল্লাহৰ কমাণ্ডাৰ সিনৱাৰৰ নিধন
0
SHARES
95
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইজৰাইলৰ বৃহৎ সফলতা, দায়েফ-হানিয়াৰ পাছত এইবাৰ হিজবুল্লাহৰ কমাণ্ডাৰ সিনৱাৰৰ নিধন

ইজৰাইল আৰু পেলেষ্টাইনী সংগঠন হামাছৰ মাজত বছৰজোৰা যুদ্ধত বৃহস্পতিবাৰে ইজৰাইল সেনাই এক বৃহৎ সফলতা লাভ কৰে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে হত্যা কৰিছে হামাছৰ মুৰব্বী ইয়াহয়া সিনৱাৰক। আইডিএফে গাজা ষ্ট্ৰিপত হামাছৰ ঘাটিসমূহক লক্ষ্য কৰি বিমান আক্ৰমণ চলায়। ইয়াৰ মাজতে সিনৱাৰকে ধৰি ৩ জন হামাছৰ যোদ্ধাৰ মৃত্যু নিশ্চিত কৰা হৈছে।

ডিএনএ টেষ্টৰ ভিত্তিত সিনৱাৰৰ মৃত্যু নিশ্চিত হৈছে। ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে হামাছে ৰকেট আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে গণ্য কৰা হয় সিনৱাৰক। ইয়াৰ পিছত সমগ্ৰ মধ্যপ্ৰাচ্যতে উত্তেজনা বিয়পি পৰিল।

গাজাত হামাছৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ইজৰাইলৰ বিমান আক্ৰমণত হামাছ আৰু লেবাননৰ মিলিচীয়া গোট হিজবুল্লাহৰ বহু সেনাপতি নিহত হৈছে। এই যুদ্ধত হিজবুল্লাই হামাছক সমৰ্থন কৰি ইজৰাইলক আক্ৰমণ কৰিছিল। দুয়োটা গোটৰ ইৰাণৰ সমৰ্থন আছে।

নিহত হামাছৰ সেনাপতিৰ তালিকা
১/ ইয়াহ্যা সিনৱাৰ
ইছমাইল হানিয়াৰ মৃত্যুৰ পিছত হামাছৰ শীৰ্ষ নেতৃত্বত কেৱল সিনৱাৰহে বাকী আছিল। বৃহস্পতিবাৰে সিনৱাৰকো আইডিএফে হত্যা কৰে। আইডিএফে তথ্য লাভ কৰিছিল যে মধ্য গাজাৰ এটা অট্টালিকাত হামাছৰ তিনিজন যোদ্ধা আছে। ইয়াৰ পিছত নিয়মীয়া অভিযানত তেওঁৰ ওপৰত ষ্ট্ৰাইক কৰা হয়। যেতিয়া নিহতসকলৰ মৃতদেহ দেখা যায়, তেতিয়া ইয়াৰে এজন আছিল য়াহ্যা সিনৱাৰৰ মৃতদেহ।

য়াহ্যা সিনৱাৰক ‘খান ইউনিছৰ কসাই’ বুলিও কোৱা হয়। ২০১৫ চনত আমেৰিকাই তেওঁক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল। সিনৱাৰক ইৰাণৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয়।

২) মহম্মদ দাইফ
ইজৰাইলৰ সেনাই ইয়াৰ পূৰ্বে গাজাত হামাছৰ ঘাটিত আক্ৰমণ চলাইছিল। ১৩ জুলাইত গাজাৰ খান ইউনিছ অঞ্চলত সংঘটিত হৈছিল এই আক্ৰমণ। এই সময়ছোৱাত হামাছৰ শীৰ্ষ সেনাপতি মহম্মদ দাইফক হত্যা কৰা হয়। ইয়াৰ পূৰ্বে ইজৰাইলে ৭ বাৰকৈ দায়েফক হত্যা কৰাৰ চেষ্টা কৰিছিল।

২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলত সংঘটিত হোৱা ৰকেট আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে গণ্য কৰা হৈছিল মহম্মদ দায়েফক। আজিৰ দিনটোতে হামাছে গাজাৰ পৰা ইজৰাইলৰ ফালে কমেও ৫ হাজাৰ ৰকেট নিক্ষেপ কৰে। এই আক্ৰমণৰ পিছত গাজাত যুদ্ধ আৰম্ভ হয়। অৱশ্যে হামাছে এতিয়াও দায়েফৰ মৃত্যু নিশ্চিত কৰা নাই।

৩) ইছমাইল হানিয়া
ইৰাণৰ ৰাজধানী তেহৰাণত ৩১ জুলাইত হামাছৰ মুৰব্বী ইছমাইল হানিয়াক হত্যা কৰা হৈছিল। ইৰাণৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত অংশগ্ৰহণ কৰিবলৈ তেওঁ গৈছিল। অনুষ্ঠানৰ অন্তত হানিয়াই তেহৰাণৰ এটা উচ্চ নিৰাপত্তাসম্পন্ন সামৰিক চৌহদত থাকি যায়। ৰাতি শুই থকা অৱস্থাত তেওঁক টাৰ্গেট কৰা হৈছিল।

৪) ছালেহ আল-আৰৌৰী
২০২৪ চনৰ ২ জানুৱাৰীত ইজৰাইলী ড্ৰোন আক্ৰমণত হামাছৰ উপ-মুখ্য ছালেহ আল-আৰৌৰী নিহত হয় দক্ষিণ বেইৰুটৰ ডাহিয়াহত। আৰোৰী হামাছৰ সেনা শাখা কাছাম ব্ৰিগেডৰো প্ৰতিষ্ঠাপক আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Comander diedHijabullahHijabullah CommanderIsreal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

March 12, 2026
Next Post
মাজ নিশা ৩ টা কৈ ভূমিকম্পই জোকাৰি গ’ল অসমৰ কিছু অংশ, ডাঙৰ ভূমিকম্প অহাৰ সংকেট নেকি

মাজ নিশা ৩ টা কৈ ভূমিকম্পই জোকাৰি গ'ল অসমৰ কিছু অংশ, ডাঙৰ ভূমিকম্প অহাৰ সংকেট নেকি

‘বাবা ছিদ্দিকীৰ তুলনাত ছলমানৰ অধিক বেয়া হ’ব পৰিস্থিতি’- পুনৰ ভাবুকি ছলমান খানক

'বাবা ছিদ্দিকীৰ তুলনাত ছলমানৰ অধিক বেয়া হ'ব পৰিস্থিতি'- পুনৰ ভাবুকি ছলমান খানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.