• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেৰাগ্লাইডিং, সমুদ্ৰপথ, স্থলপথেৰে ইজৰাইলৰ ওপৰত আক্ৰমম হামাছৰ! ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ক’লে, ‘সেনাৰ সকলো শক্তিক ব্যৱহাৰ কৰি আমি হামাছক ভাৱিব নোৱাৰা প্ৰত্তুত্ত্যৰ দিম’

পেৰাগ্লাইডিং, সমুদ্ৰপথ, স্থলপথেৰে ইজৰাইলৰ ওপৰত আক্ৰমম হামাছৰ! ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ক’লে, ‘সেনাৰ সকলো শক্তিক ব্যৱহাৰ কৰি আমি হামাছক ভাৱিব নোৱাৰা প্ৰত্তুত্ত্যৰ দিম’

3 years ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

23 minutes ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

37 minutes ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

1 hour ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

3 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

3 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

3 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

4 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

4 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

5 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

5 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

16 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পেৰাগ্লাইডিং, সমুদ্ৰপথ, স্থলপথেৰে ইজৰাইলৰ ওপৰত আক্ৰমম হামাছৰ! ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ক’লে, ‘সেনাৰ সকলো শক্তিক ব্যৱহাৰ কৰি আমি হামাছক ভাৱিব নোৱাৰা প্ৰত্তুত্ত্যৰ দিম’

editor by editor
October 8, 2023
in বিবিধ, বিশ্ব, লেখা
0
পেৰাগ্লাইডিং, সমুদ্ৰপথ, স্থলপথেৰে ইজৰাইলৰ ওপৰত আক্ৰমম হামাছৰ! ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ক’লে, ‘সেনাৰ সকলো শক্তিক ব্যৱহাৰ কৰি আমি হামাছক ভাৱিব নোৱাৰা প্ৰত্তুত্ত্যৰ দিম’
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জলপথ, আকাশীপথ আৰু স্থলপথ। এই তিনি পথেৰেই ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছে পেলেস্তানী বিদ্ৰোহী সংগঠন হামাছে। এই আক্ৰমণৰ ওলোটাই প্ৰত্তুত্ত্যৰ দিছে ইজৰাইলী সেনাইয়ো। ইজৰাইলৰ স্থানীয় সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি এই যুদ্ধত বিগত ২৪ ঘণ্টাৰ ভিতৰত ৫০০তকৈয়ো অধিক নিৰীহ লোকে প্ৰাণ আহুতি দিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুয়ে গাজাতেই হামাছসকলে বাহৰ পতা বুলি দেশবাসীক সতৰ্কবাণী দিছে। তেওঁ এই সন্দৰ্ভত কয়, ‘সেনাৰ সকলো শক্তিক ব্যৱহাৰ কৰি আমি হামাছসকলক শেষ কৰি পেলাম। ইজৰাইলে এই আক্ৰমণৰ প্ৰত্তুত্ত্যৰ এনেকৈ দিব যি তেওঁলোকৰ কল্পনাৰো বাহিৰত।’

ইজৰাইলী সেনা সূত্ৰৰ খবৰ অনুসৰি ২২ টা এলেকাত হামাছ বাহিনীয়ে নিজৰ আধিপত্য দেখুৱাইছে। ইজৰাইলী সেনাৰ মেজৰ জেনেৰেল ঘাছান আলিয়ানে এই সন্দৰ্ভত কয়, ‘হামাছক উচিত শিক্ষা দিয়া হ’বই। গাজাত ১০০ৰো অধিক ঘৰ আৰু হামাছৰ ৰকেট ইজৰাইলী সেনাই কব্জা কৰি ধ্বংস কৰিছে।’ ইজৰাইলী সেনাৰ এক মুখপাত্ৰ ৰিচাৰ্ড হেক্টে এই সন্দৰ্ভত কয়, ‘বিদ্ৰোহীসকলে সাধাৰণ মানুহক আক্ৰমণ কৰিব ধৰিছে। নিৰীহলোকৰ প্ৰাণ লৈছে। এয়া আমি কেনেকৈ সহ্য কৰিম। আমি ইয়াৰ প্ৰত্তুত্ত্যৰ নিশ্চয় দিমেই।’

ইজৰাইলৰ এগৰাকী বাসিন্দাই দাবী কৰা অনুসৰি, ‘সশস্ত্ৰ বাহিনীৰ থামাছে ঘৰে ঘৰে গৈ আক্ৰমণ চলাইছে। বহু মানুহক বন্দীও কৰিছে। সকলোতকৈ ভয়ানক অৱস্থা ইজৰাইলৰ দক্ষিণত অৱস্থিত চহৰ চেৰোটত। তাতেই দুই পক্ষৰ মাজত যুঁজ অব্যাহত আছে। চেৰটৰ বাসিন্দা এগৰাকীয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি, ‘চেৰটৰ ৰাজপথত এতিয়া মৃতদেহৰ শাৰী। বাহনসমূহত, ঘৰত সকলোতে জুই লগাই দিয়া হৈছে। সাধাৰণ মানুহক গুলি কৰি মৰা হৈছে।’ ইজৰাইল আক্ৰমণক হামাছে নাম দিছে ‘অপাৰেছন আল-আক্সা-ফ্লাড’। এই আক্ৰমণৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণৰ নাম থৈছে ইজৰাইলেও। ইজৰাইলে তেওঁলোকৰ এই প্ৰতি আক্ৰমণৰ নাম দিছে ‘অপাৰেছন আয়ৰণ ছোডৰ্ছ’। সেনা সূত্ৰই জনোৱা অনুসৰি এই যুদ্ধত বৰ্তমান পৰ্যন্ত ২৫০গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। অৱশ্যে বেচৰকাৰী তথ্যমতে ৫০০তকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে। দেওবাৰে পুৱাই ৰকেট, মৰ্টাৰ আক্ৰমণৰ লগতে বোমাবৰ্ষণো অব্যাহত আছে। দক্ষিণ ইজৰাইলৰ ছেৰট, কিবুজ নিৰ আম, য়াড মৰ্ডেছাই আৰু নেটিভ হাছাৰাত দুইপক্ষৰ মাজত যুঁজ অব্যাহত আছে। এইসকলো ভূখণ্ড গাজাৰ কাষৰীয়া এলেকা।

শনিবাৰে পুৱা ৬বাজি ৩০ মিনিটত প্ৰথমটো আক্ৰমণ চলাইছিল থামাছ বাহিনীয়ে। ইজৰাইলৰ প্ৰায় প্ৰতিখন চহৰৰ বাসিন্দাই তেতিয়া নিদ্ৰাৰত। হঠাৎ আকাশ ধুঁৱলি কুৱলি হৈ পৰাৰ লগতে ইজৰাইলৰ মাটিত আহি পৰে ক্ষেপণাস্ত্ৰ। ২০ মিনিটত প্ৰায় ৫হাজাৰ ক্ষেপণাস্ত্ৰৰে হামাছবাহিনীয়ে আক্ৰমণ কৰে ইজৰাইলক। হঠাৎ হোৱা এই আক্ৰমণত প্ৰথমে উৱাদিহ হেৰুৱাই পেলাইছিল ইজৰাইল প্রশাসনে। কিন্তু ইজৰাইলৰ সেনা বিষয়াসকলে তাৎক্ষণিকভাৱে সিদ্ধান্ত লৈ পেলেষ্টাইনৰ থামাছ বাহিনীক প্ৰত্তুত্ত্যৰ দিছে। ইয়াৰ মাজতেই উত্থাপিত হৈছে আন এক প্ৰশ্নও। ইজৰাইলৰ ওচৰত বিশ্বৰ শক্তিশালী ‘এয়াৰ ডিফেন্স ছিষ্টেম’ থকা স্বত্ত্বেও এই যুদ্ধ কিয় ৰখাব পৰা নাই ইজৰাইলী সেনাই?

ইজৰাইলৰ সেনাৰ হাতত আছে শক্তিশালী এয়াৰ ডিফেন্স ছিষ্টেম আয়ৰণ ডোম আছে। ৰকেট বা ক্ষেপণাস্ত্ৰ আক্ৰমণ হ’লে এই এয়াৰ ডিফেন্স ছিষ্টেমেৰ আক্ৰমণক ৰখোৱা হয়। মাটিৰ পৰাই আকাশত উৰি থকা ৰকেট, মৰ্টাৰ, গোলা আৰু ড্ৰোনক ধ্বংস কৰিব পাৰে। ৭০ কিঃমিঃৰ ভিতৰত থকা কোনো লক্ষ্যবস্তুক নিমিষতে নিশ্চিহ্ন কৰি দিব পাৰে। ইমান উন্নত আৰু শক্তিশালী অস্ত্ৰ থকাৰ পাছতো হামাছৰ ৰকেট আক্ৰমণক বাধা দিয়াত কিয় ব্যৰ্থ হ’ল আয়ৰণ ডোম? স্থানীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি হামাছে সুযোগ বুজি আক্ৰমণ চলাইছে। হামাছে ইজৰাইলৰ প্ৰতিৰক্ষাৰ অন্যতম শক্তি আয়ৰণ ডোমৰ শক্তি জানে। সেয়ে এই এয়াৰ ডিফেন্স ছিষ্টেমৰ দুৰ্বলতাৰ বিষয়ে আগতেই তেওঁলোকে পৰীক্ষা নিৰীক্ষা চলাইহে এই আক্ৰমণ চলাইছে। একেলগে ৫০০০ ৰো অধিক ৰকেটেৰে আক্ৰমণ চলোৱাৰ বিশেষ পন্থা তেওঁলোকে সেইবাবেই বাছি লৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?
জীৱনশৈলী

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

August 19, 2026
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?
বাণিজ্য

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

August 19, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

August 19, 2026
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!
জীৱনশৈলী

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

August 19, 2026
Next Post
দুৰ্গা পূজাতেই তৈয়াৰ হ’ব বুধাদিত্য যোগ! পঞ্চমীৰ পৰাই সাফল্য আহিব ৩ ৰাশিৰ জীৱনলৈ

দুৰ্গা পূজাতেই তৈয়াৰ হ’ব বুধাদিত্য যোগ! পঞ্চমীৰ পৰাই সাফল্য আহিব ৩ ৰাশিৰ জীৱনলৈ

ইজৰাইলৰ প্ৰতি আক্ৰমণ, থৰ থৰকৈ কঁপিছে হামাছ! ইজৰাইলত আমাৰ আৱদ্ধ চুবুৰীয়া ৰাজ্যৰ সাংসদ

ইজৰাইলৰ প্ৰতি আক্ৰমণ, থৰ থৰকৈ কঁপিছে হামাছ! ইজৰাইলত আমাৰ আৱদ্ধ চুবুৰীয়া ৰাজ্যৰ সাংসদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.