• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰী দিৱসৰ দিনাই দেশত মহিলা ইজৰাইলী পৰ্যটকৰ সৈতে কু-কাণ্ড, পলাতক তিনি অভিযুক্ত

নাৰী দিৱসৰ দিনাই দেশত মহিলা ইজৰাইলী পৰ্যটকৰ সৈতে কু-কাণ্ড, পলাতক তিনি অভিযুক্ত

1 year ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

অহা সপ্তাহত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, ভাংগাই দিলে ভৱিষ্যদ্বাণী!

43 seconds ago
অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

29 minutes ago
ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

3 hours ago
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

4 hours ago
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

4 hours ago
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

5 hours ago
বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

6 hours ago
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

7 hours ago
এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

এই ৫ ৰাশিৰ লোকে হওক সাৱধান! আছে প্ৰতিকাৰ আৰু সমাধান

7 hours ago
পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

পচা মাংসৰ দৰে তীব্ৰ দুৰ্গন্ধময় ১১ কিলো ওজনৰ এবিধ অদ্ভুত ফুল

8 hours ago
ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ শৈলীত আজিৰ দিনটো আপোনাৰ কেনে যাব?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাৰী দিৱসৰ দিনাই দেশত মহিলা ইজৰাইলী পৰ্যটকৰ সৈতে কু-কাণ্ড, পলাতক তিনি অভিযুক্ত

নাৰী দিৱসৰ দিনাই দেশত মহিলা ইজৰাইলী পৰ্যটকৰ সৈতে কু-কাণ্ড, পলাতক তিনি অভিযুক্ত

editor by editor
March 8, 2025
in জীৱনশৈলী, ভাৰত, লেখা
0
নাৰী দিৱসৰ দিনাই দেশত মহিলা ইজৰাইলী পৰ্যটকৰ সৈতে কু-কাণ্ড, পলাতক তিনি অভিযুক্ত
0
SHARES
425
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতলৈ আহি ভয়াৱহ নিৰ্যাতনৰ চিকাৰ ২৭ বছৰ বয়সীয়া ইজৰাইলী পৰ্যটক৷ বৃহস্পতিবাৰে নিশা তুংগাভদ্ৰা নদীৰ পাৰত বহি নিশাৰ আকাশৰ দৃশ্য চোৱাত ব্যস্ত থাকোতেই এই ঘটনা৷ অভিযোগ যে সেই সময়তেই ধৰ্ষণ কৰে তিনিগৰাকী যুৱতীক৷ একেলগে হোমষ্টেৰ মালিককো গণধৰ্ষণৰ অভিযোগ উঠিছে৷

জনা গৈছে যে এই নাৰকীয় ঘটনাটো ঘটিছে বাংগালুৰুৰ পৰা ৩৫০ কিঃমিঃ দূৰৈৰ কোপ্পালত৷ এই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলেও বৰ্তমানলৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই৷ ঘটনাৰ সূত্ৰপাত বৃহস্পতিবাৰে নিশা ১১.৩০ মিনিটত৷ হোমষ্টেৰ বাহিৰত তুঙ্গভদ্ৰা নদীৰ পাৰত বহি নিশাৰ আকাশৰ তৰা চাই আছিল ইজৰাইলৰ সেই তৰুণীয়ে৷ পৰ্যটন স্থলৰ অপৰূপ সৌন্দৰ্য উপভোহ কৰিবলৈ সেই তৰুণীৰ সৈতে আছিল আমেৰিকাৰ ডেনিয়েল, মহাৰাষ্ট্ৰৰ পঙ্কজ আৰু ওড়িশাৰ বিভাষ নামৰ এক যুৱক৷ হোমষ্টেৰ তৰুণী মালিকনীও তেওঁলোকৰ সৈতেই আছিল৷

আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি সেই দুই দুই মহিলাক টাৰ্গেট কৰাৰ সময়ত লগত থকা পুৰুষ পৰ্যটকৰ সৈতে হতাহতি হয় অভিযুক্তৰ৷ তেওঁলোকক নদীত ঠেলি পেলোৱাৰো অভিযোগ উঠিছে৷ তেওঁলোকৰ মাজত ডেনিয়েল আৰু পঙ্কজ ঝিল কোনোমতে নদীৰ পৰা উঠি আহিবলৈ সক্ষম হয় যদিও বিভাষ উঠি আহিব নোৱাৰিলে৷ অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বিভাষৰ দেহ৷

২৯ বছৰ বয়সীয়া হোমষ্টেৰ মালিকনীৰ অভিযোগ যে চাৰি পৰ্যটকৰ সৈতে তেওঁ তুঙ্গভদ্ৰাৰ পাৰত বহি আছিল৷ হঠাৎ তাতেই বাইকত উঠি তিনি যুৱক উপস্থিত হয়৷ প্ৰথমে কৰোবাত পেট্ৰল পোৱা যাব নেকি বুলি তেওঁলোকক প্ৰশ্ন কৰে৷ পাছত পৰ্যটকৰ পৰাই পেট্ৰল ভৰাবলৈ ১০০ টকা বিচাৰে৷ পৰ্যটকে ধন দিবলৈ অস্বীকাৰ কৰাত আক্ৰমণাত্মক লৈ উঠে তিনি যুৱক৷ প্ৰথমে পুৰুষ পৰ্যটকৰ সৈতে হতাহতি হয়৷ তাৰপাছতেই ইজৰাইলী তৰুণী আৰু হোমষ্টেৰ মালিকনীক গণধৰ্ষণ কৰে বুলি অভিযোগ উঠিছে৷ ঘটনাৰ পাছতেই বাইক লৈ পলায়ণ কৰিছে তিনি অভিযুক্তই৷ ইতিমধ্যেই ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ ইজৰাইলী তৰুণী আৰু হোমষ্টেৰ মালিকনী এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

অহা সপ্তাহত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, ভাংগাই দিলে ভৱিষ্যদ্বাণী!

July 3, 2026
অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!
জীৱনশৈলী

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

July 3, 2026
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই
বিনোদন

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

July 3, 2026
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম
জীৱনশৈলী

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

July 3, 2026
Next Post
মাজত মাত্ৰ ৮ দিন! সুনীতা আৰু বুছ উইলমোৰৰ পৃথিৱীলৈ উভতি অহাৰ দিন ঘোষণা কৰিলে নাছাই

মাজত মাত্ৰ ৮ দিন! সুনীতা আৰু বুছ উইলমোৰৰ পৃথিৱীলৈ উভতি অহাৰ দিন ঘোষণা কৰিলে নাছাই

শুক্ৰৰ বক্ৰীত ৫ ৰাশিৰ গল্ডেন টাইম! আগন্তুক ৯০ দিনত হাতলৈ মুঠি মুঠি ধন আহিব এইকেইটা ৰাশিৰ

শুক্ৰৰ বক্ৰীত ৫ ৰাশিৰ গল্ডেন টাইম! আগন্তুক ৯০ দিনত হাতলৈ মুঠি মুঠি ধন আহিব এইকেইটা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.