• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ বক্ৰীত ৫ ৰাশিৰ গল্ডেন টাইম! আগন্তুক ৯০ দিনত হাতলৈ মুঠি মুঠি ধন আহিব এইকেইটা ৰাশিৰ

শুক্ৰৰ বক্ৰীত ৫ ৰাশিৰ গল্ডেন টাইম! আগন্তুক ৯০ দিনত হাতলৈ মুঠি মুঠি ধন আহিব এইকেইটা ৰাশিৰ

1 year ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

20 minutes ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

53 minutes ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

2 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

3 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

4 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

5 hours ago
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

6 hours ago
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

7 hours ago
শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

7 hours ago
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

8 hours ago
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

9 hours ago
সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ বক্ৰীত ৫ ৰাশিৰ গল্ডেন টাইম! আগন্তুক ৯০ দিনত হাতলৈ মুঠি মুঠি ধন আহিব এইকেইটা ৰাশিৰ

শুক্ৰৰ বক্ৰীত ৫ ৰাশিৰ গল্ডেন টাইম! আগন্তুক ৯০ দিনত হাতলৈ মুঠি মুঠি ধন আহিব এইকেইটা ৰাশিৰ

editor by editor
March 8, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শুক্ৰৰ বক্ৰীত ৫ ৰাশিৰ গল্ডেন টাইম! আগন্তুক ৯০ দিনত হাতলৈ মুঠি মুঠি ধন আহিব এইকেইটা ৰাশিৰ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত সমস্ত গ্ৰহৰ বিশেষ গুৰুত্ব আছে৷ সেয়ে প্ৰতিটো গ্ৰহৰ স্থান পৰিবৰ্তনে ১২ ৰাশিৰ ওপৰত শুভ আৰু অশুভ প্ৰভাৱ পেলাই৷ ২০২৫ চনত বহু গ্ৰহই নিজৰ ৰাশিচক্ৰ আৰু নক্ষত্ৰ পৰিবৰ্তন কৰিছে৷ শুক্ৰক ধন-বৈভৱ, প্ৰেম আৰু সৌন্দৰ্যৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি কুণ্ডলীত শুক্ৰৰ অৱস্থান শক্তিশালী হ’লে জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰি উঠে৷ সেয়ে শুক্ৰৰ অৱস্থান পৰিবৰ্তনে বিভিন্ন ৰাশিৰ জীৱনলৈ বৃহৎ সালসলনি আনিব পাৰে৷

বিগত ২ মাৰ্চৰ পুৱা ৫ বাজি ১২ মিনিটত ওলোটাপথেৰে যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে শুক্ৰই৷ প্ৰায় ৯০ দিন মীন ৰাশিত অৱস্থান কৰি শুক্ৰই ৫ ৰাশিৰ জীৱনলৈ বিৰাট পৰিবৰ্তন আনিব৷ আপুনিও আছে নেকি সৌভাগ্যশালী ৰাশিৰ তালিকাত? জানি থওক কাৰ কাৰ সৌভাগ্যৰ দুৱাৰ খুলিব?

মেষ ৰাশি

শুক্ৰৰ বক্ৰী গতি মেষ ৰাশিৰ বাবে লাভজনক হ’ব৷ সংসাৰত অৰ্থ সংকট দূৰ হ’ব৷ কেৰিয়াৰত উন্নতিৰ সুযোগ পাব পাৰে৷ কৰ্মক্ষেত্ৰত বহুদিনৰ পৰিশ্ৰম কামত আহিব৷ ব্যৱসায়ত লাভৰ মুখ দেখা পাব৷ সংগীৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷

কৰ্কট ৰাশি

শুক্ৰৰ প্ৰভাৱত কৰ্কট ৰাশিৰ ভাগ্য সদয় হ’ব৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব৷ নতুন কামৰ দায়িত্ব পাব পাৰে৷ ব্যৱসায়ত ডাঙৰ চুক্তি কৰিব পাৰে যিয়ে ভৱিষ্যতৰ বাবে লাভজনক হ’ব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে ফুৰিবলৈ যাব পাৰে৷

তুলা ৰাশি

শুক্ৰৰ বক্ৰী দশাই তুলা ৰাশিৰ অৰ্থভাগ্য সলনি কৰি দিব৷ বহু দিন ৰৈ থকা ধন পাব পাৰে৷ লটাৰী কাটিলে কিংবা ডাঙৰ বিনিয়োগ কৰিলেও লাভবান হ’ব৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে৷ যি কোনো কামত পৰিয়ালৰ সহযোগিতা পাব৷

ধনু ৰাশি

শুক্ৰৰ প্ৰভাৱত জীৱনৰ বিভিন্ন দুশ্চিন্তা ক্ৰমশ দূৰ হ’ব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ শ্বেয়াৰ বজাৰত অৰ্থ লগ্নি কৰিলে ভৱিষ্যতে লাভ পাব৷ দাম্পত্যত সুখ থাকিব৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ ওপৰত শুক্ৰৰ বক্ৰী দশাই সকলোতকৈ বেছি প্ৰভাৱ পেলাব৷ ব্যক্তিত্বত ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ সমাজত মান সন্মান বাঢ়িব৷ কামৰ চাপ বাঢ়িব পাৰে৷ পেছাগত আৰু ব্যক্তিগত জীৱনৰ মাজত সামঞ্জস্য ৰাখিব লাগিব৷ অবিবাহিতসকলৰ বিবাহৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!
জীৱনশৈলী

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

July 4, 2026
জীৱনশৈলী

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

July 4, 2026
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক
জীৱনশৈলী

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

July 4, 2026
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!
জীৱনশৈলী

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

July 4, 2026
Next Post
কম সুদৰ হাৰ, আয়কৰ ৰেহাই, হোম লোনত আৰু কি কি সুবিধা মহিলাসকলৰ? জানক সবিশেষ

কম সুদৰ হাৰ, আয়কৰ ৰেহাই, হোম লোনত আৰু কি কি সুবিধা মহিলাসকলৰ? জানক সবিশেষ

নাৰী দিৱসত মোদীৰ এক্স হেণ্ডেলত ৬গৰাকী মহিলাৰ বাৰ্তা, তেওঁলোক কোন কোন?

নাৰী দিৱসত মোদীৰ এক্স হেণ্ডেলত ৬গৰাকী মহিলাৰ বাৰ্তা, তেওঁলোক কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.