• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰী দিৱসত মোদীৰ এক্স হেণ্ডেলত ৬গৰাকী মহিলাৰ বাৰ্তা, তেওঁলোক কোন কোন?

নাৰী দিৱসত মোদীৰ এক্স হেণ্ডেলত ৬গৰাকী মহিলাৰ বাৰ্তা, তেওঁলোক কোন কোন?

2 years ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

18 minutes ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

54 minutes ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

9 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

9 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

10 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

10 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

10 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

11 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

11 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

12 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

13 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাৰী দিৱসত মোদীৰ এক্স হেণ্ডেলত ৬গৰাকী মহিলাৰ বাৰ্তা, তেওঁলোক কোন কোন?

নাৰী দিৱসত মোদীৰ এক্স হেণ্ডেলত ৬গৰাকী মহিলাৰ বাৰ্তা, তেওঁলোক কোন কোন?

editor by editor
March 8, 2025
in জীৱনশৈলী
0
নাৰী দিৱসত মোদীৰ এক্স হেণ্ডেলত ৬গৰাকী মহিলাৰ বাৰ্তা, তেওঁলোক কোন কোন?
0
SHARES
621
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন্তৰ্জাতিক নাৰী দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এক্স হেণ্ডেলত তুলি ধৰিলে ৬ নাৰীৰ কাহিনী৷ ৬গৰাকী ভিন্নধৰ্মীৰ যুঁজৰ গল্প এই দিনটোত প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰিছে তেওঁৰ সামাজিক মাধ্যমত৷ দেশৰ বিভিন্ন অঞ্চলৰ পৰা অহা এই ৬জনীৰ জীৱনযাত্ৰাৰ কথাই এই দিনটোত প্ৰধানমন্ত্ৰীৰ পোষ্টত দেখা গৈছে৷ এই ৬গৰাকী মহিলা হৈছে চেন্নাইৰ বৈশালী ৰমেশবাবু, দিল্লীৰ ডক্টৰ অঞ্জলী আগৰৱাল, নালন্দাৰ অনিতা দেৱী, ভূৱনেশ্বৰৰ এলিনা মিশ্ৰ, ৰাজস্থানৰ অজৈতা শ্বাহ আৰু সাগৰৰ শিল্পী ছোনী৷

এলিনা মিশ্ৰ আৰু শিল্পী ছোনি

এলিনা মিশ্ৰ আৰু শিল্পী ছোনি দুই মহিলা বিজ্ঞানী৷ বৰ্তমান তেওঁলোকে অত্যাধুনিক গৱেষণা আৰু প্ৰযুক্তি পৰিচালনাৰ কামত নিযুক্ত৷ নাৰী দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ সামাজিক মাধ্যমত দেখা গ’ল তেওঁলোকৰ ছবি৷ প্ৰসংগত এলিনা মিশ্ৰই মুম্বাইৰ ভাৱা এটমিক ৰিচাৰ্ছ চেণ্টাৰৰ এগৰাকী পাৰমাণৱিক বিজ্ঞানী৷ অন্যহাতে শিল্পী ছোনি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী মহাকাশ বিজ্ঞানী৷

অজৈতা শ্বাহ

ফ্ৰণ্টিয়াৰ মাৰ্কেটছৰ প্ৰতিষ্ঠাতা আৰু চি ইঅ’ অজৈতা শ্বাহে ৩৫ হাজাৰৰো বেছি মহিলাক কাম কৰাৰ বাবে ডিজিটেল দুনীয়াত ব্যৱসায় চলাই নিয়াৰ বাবে সহায় কৰিছে৷ যাৰ সহায়ত সলনি হৈছে গ্ৰামীণ অৰ্থনীতিও৷ তেওঁপ উদ্যোগৰ মাধ্যমেৰে তেওঁ নাৰীসকলক স্বাৱলম্বী ব্যৱসায়ী হোৱাত সহায় কৰিছে৷ ইয়াৰোপৰি প্ৰয়োজনীয় পণ্য আৰু পৰিসেৱাৰ পৰিবেশক হিচাপে কাম কৰে এই সংস্থাই৷ গ্ৰামীণ অৰ্থনীতিত  যি উল্লেখযোগ্য অৱদান তৈয়াৰ কৰিছে৷

বৈশালী ৰমেশবাবু

দাবাডু বৈশালী ৬বছৰ বয়সৰ পৰাই বিভিন্ন প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি আহিছে৷ ২০২৩ চনত তেওঁ দবা গ্ৰেণ্ডমাষ্টাৰৰ মৰ্যদাপূৰ্ণ খিতাব অৰ্জন কৰিছে৷ তেওঁৰ প্ৰতিভা আৰু দৃঢ় সংকল্পই বিশ্বৰ মঞ্চত দেশক গৰ্বিত কৰিছে৷

অনিতা দেবী

বিহাৰৰ মাছৰুম লেডি নামেৰে পৰিচিত অনিতা দেবী৷ ২০১৬ চনত মাধোপুৰ কৃষক প্ৰযোজক সংস্থা প্ৰতিষ্ঠা কৰে৷ মাছৰুম খেতিৰ মাধ্যমেৰে তেওঁ কেৱল উন্নয়নেই কৰা নাই বৰং শ শ গ্ৰামীণ নাৰীৰ কৰ্মসংস্থানৰ সুযোগো তৈয়াৰ কৰিছে৷ তেওঁলোকক আৰ্থিক স্বাধীনতা আৰু অৰ্থনৈতিক ক্ষমতায়নৰ পথ প্ৰশস্ত কৰিছে৷

ডক্টৰ অঞ্জলি আগৰৱাল

তিনি দশকৰো বেছি সময় ধৰি তেওঁ অন্তৰ্ভুক্তিমূলক গতিশীলতা আৰু মুক্ত অৱকাঠামো নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা চলাই আহিছে৷ বিশেষকৈ স্কুল আৰু পাব্লিক স্পেছ প্ৰতিবন্ধী ব্যক্তিসকলৰ বাবে প্ৰৱেশাধিকাৰৰ অৱস্থা উন্নত কৰাৰ বাবে তেওঁ কৰি যোৱা কাম উল্লেখযোগ্য৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ
জীৱনশৈলী

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

October 18, 2026
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!
জীৱনশৈলী

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

October 17, 2026
Next Post
বিজেপিৰ হৈ কাম কৰিছে দলৰ কিছু নেতাই…ছাঁটাই হ’ব! কংগ্ৰেছ কৰ্মীক লৈ কি ক’লে ৰাহুলে?

বিজেপিৰ হৈ কাম কৰিছে দলৰ কিছু নেতাই...ছাঁটাই হ’ব! কংগ্ৰেছ কৰ্মীক লৈ কি ক’লে ৰাহুলে?

উত্তৰভাদ্ৰপদত সূৰ্যই প্ৰৱেশ কৰিব! মাৰ্চতেই চাকৰি, ব্যৱসায়ত উন্নতিৰ যোগ ৩ৰাশিৰ

উত্তৰভাদ্ৰপদত সূৰ্যই প্ৰৱেশ কৰিব! মাৰ্চতেই চাকৰি, ব্যৱসায়ত উন্নতিৰ যোগ ৩ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.