• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্য অভিযানেই শেষ নহয়! আদিত্য L-1 উৎক্ষেপণৰ ২৪ ঘণ্টাৰ পূৰ্বে বৃহৎ ঘোষণা ইছৰো প্রধান সোমনাথৰ

সূৰ্য অভিযানেই শেষ নহয়! আদিত্য L-1 উৎক্ষেপণৰ ২৪ ঘণ্টাৰ পূৰ্বে বৃহৎ ঘোষণা ইছৰো প্রধান সোমনাথৰ

2 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

23 minutes ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 hour ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

3 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

4 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

5 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

5 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

6 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

21 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

21 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

22 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

24 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

সূৰ্য অভিযানেই শেষ নহয়! আদিত্য L-1 উৎক্ষেপণৰ ২৪ ঘণ্টাৰ পূৰ্বে বৃহৎ ঘোষণা ইছৰো প্রধান সোমনাথৰ

editor by editor
September 1, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, ভাৰত
0
সূৰ্য অভিযানেই শেষ নহয়! আদিত্য L-1 উৎক্ষেপণৰ ২৪ ঘণ্টাৰ পূৰ্বে বৃহৎ ঘোষণা ইছৰো প্রধান সোমনাথৰ
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰম্ভ হৈছে আদিত্য এল-১ মিছনৰ চূড়ান্ত কাউণ্টডাউন। ২ ছেপ্টেম্বৰ শনিবাৰে পুৱা ১১ বাজি ৫০ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা পিএছএলভি-৫৭ ৰকেটত উঠি মহাকাশলৈ যাত্ৰা কৰিব ভাৰতৰ প্ৰথমখন সৌৰযান আদিত্য এল-১। শুকুৰবাৰে তিৰুপতি জিলাৰ চেঙ্গালাম্মা পৰমেশ্বৰী মন্দিৰলৈ সফলতা কামনাৰে পূজা অৰ্চনা কৰিছে ইছৰো প্ৰধান এছ সোমনাথ আৰু অন্যান্য বিজ্ঞানীসকলে।

পূজাৰ অন্তত সংবাদমাধ্যমৰ সন্মুখত দিয়া মন্তব্যত সোমনাথে কয়, ‘আমাৰ পৰবৰ্তী মিছন আদিত্য এল-১। তাৰ পিছৰ মিছন গগনযান। গগনযান মিছনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। অক্টোবৰৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত এই মিছন আৰম্ভ কৰিম। ইয়াৰপাছতেই আমি আৰম্ভ কৰিম GSLV INSAT 3DS, SSLV-D3, PSLV ও LVM3মিছন। চন্দ্ৰযান-৩ য়ে সফলভাৱে চন্দ্ৰপৃষ্ঠত কাম কৰি আছে। খুব ভালধৰণে নিজৰ কাম কৰিছে প্ৰজ্ঞানে। ৩ ছেপ্টেম্বৰ পৰ্যন্ত চন্দ্ৰপৃষ্ঠত কাম কৰিব চন্দ্ৰযান-৩য়ে। সূৰ্যৰ বিভিন্ন বিষয়ক লৈ গৱেষণা চলাবলৈ আমি আদিত্য এল-১ উৎক্ষেপণ কৰিম। লেগৰেঞ্জ পয়েণ্ট-১ ৰ চাৰিওফালে হেলো কক্ষপথত স্থাপন কৰা হ’ব মহাকাশযানখনক। এই অৱস্থানত যানখনক লৈ যাবলৈ সময় লাগিব ১২৭ দিন। তাৰপিছতেই সূৰ্যৰ একাধিক স্তৰত পৰীক্ষা নিৰীক্ষা চলাব যানখনে।’

ইছৰোৰ তৰফৰ পৰা জনোৱা অনুসৰি শনিবাৰে পুৱা ১১ বাজি ২০ মিনিটত আদিত্য এল-১ মিছনৰ সম্প্ৰচাৰ দেখুওৱা হ’ব। উৎক্ষেপনৰ ৩০ মিনিট পূৰ্বৰে পৰাই ঐতিহাসিক মুহূৰ্তৰ লাইভ আৰম্ভ কৰিব ইছৰোৱে। ইছৰোৰ ইউটিউব পেজ https://www.youtube.com/watch?v=_IcgGYZTXQw, ইছৰোৰ অফিচিয়েল ৱেবচাইট isro.gov.in, ইছৰোৰ ফেছবুক পেজ www.facebook.com/ISRO আৰু ডি ডি নেশ্ব্যনেল টিভিত লাইভ সম্প্ৰচাৰ দেখুওৱা হ’ব। শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ তিৰুপি ছুল্লুৰপেটাৰ শ্ৰী চেঙ্গালাম্মা পৰমেশ্বৰী মন্দিৰলৈ যাত্ৰা কৰিছে ইছৰোৰ চেয়াৰমেন সোমনাথ। কোনো ৰকেট উৎক্ষেপণৰ পূৰ্বে প্ৰায়সকল বিজ্ঞানীয়েই এই মন্দিৰলৈ আশীষ ল’বলৈ যায়। প্ৰায় ১৫ বছৰ ধৰি বিজ্ঞানীসকলে ৰকেট উৎক্ষেপনৰ পূৰ্বে এই মন্দিৰত সেৱা জনাই আহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
Next Post
সুৰুযমুখী স্বপ্ন! চন্দ্ৰত নমাৰ ১০ দিন পাছতেই সৌৰ অভিযান ইছৰোৰ, ইছৰোৱে জনালে এই অভিযানৰ সবিশেষ তথ্য

সুৰুযমুখী স্বপ্ন! চন্দ্ৰত নমাৰ ১০ দিন পাছতেই সৌৰ অভিযান ইছৰোৰ, ইছৰোৱে জনালে এই অভিযানৰ সবিশেষ তথ্য

অগ্নিশিখাৰ ভয় কিমান দিনলৈ! বিজ্ঞানীয়ে সেই শিখাৰেই জুখিব গতিবেগ… আদিত্য এল-১ উৎক্ষেপণৰ পৰিকল্পনা এছ সোমনাথৰ নহয়, এই পৰিকল্পনা কৰা অন্যতম বিজ্ঞানীক সোঁৱৰিলে ইছৰোৰ কৰ্মকৰ্তাই

অগ্নিশিখাৰ ভয় কিমান দিনলৈ! বিজ্ঞানীয়ে সেই শিখাৰেই জুখিব গতিবেগ... আদিত্য এল-১ উৎক্ষেপণৰ পৰিকল্পনা এছ সোমনাথৰ নহয়, এই পৰিকল্পনা কৰা অন্যতম বিজ্ঞানীক সোঁৱৰিলে ইছৰোৰ কৰ্মকৰ্তাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.