• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জগন্নাথ মন্দিৰৰ ছিৰিৰ তৃতীয় ধাপত বাস কৰে যমে, ভৰি দিলেই সৰ্বনাশ, কেনেকৈ চিনি পাব এই চিৰি?

জগন্নাথ মন্দিৰৰ ছিৰিৰ তৃতীয় ধাপত বাস কৰে যমে, ভৰি দিলেই সৰ্বনাশ, কেনেকৈ চিনি পাব এই চিৰি?

12 months ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

6 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

7 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

7 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

7 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

7 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

8 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

9 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

9 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

10 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

10 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

11 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জগন্নাথ মন্দিৰৰ ছিৰিৰ তৃতীয় ধাপত বাস কৰে যমে, ভৰি দিলেই সৰ্বনাশ, কেনেকৈ চিনি পাব এই চিৰি?

জগন্নাথ মন্দিৰৰ ছিৰিৰ তৃতীয় ধাপত বাস কৰে যমে, ভৰি দিলেই সৰ্বনাশ, কেনেকৈ চিনি পাব এই চিৰি?

editor by editor
April 19, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জগন্নাথ মন্দিৰৰ ছিৰিৰ তৃতীয় ধাপত বাস কৰে যমে, ভৰি দিলেই সৰ্বনাশ, কেনেকৈ চিনি পাব এই চিৰি?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিষ্ণুৰ প্ৰধান চাৰি তীৰ্থক্ষেত্ৰৰ মাজত অন্যতম হৈছে পুৰীৰ জগন্নাথ মন্দিৰ৷ বাকী তিনিটা হৈছে উত্তৰাখণ্ডৰ বদ্ৰীনাথ, গুজৰাটৰ দ্বাৰকা আৰু তামিলনাডুৰ ৰামেশ্বৰম৷ দেশ বিদেশৰ পৰা এই মন্দিৰলৈ জগন্নাথ, বলৰাম আৰু সুভদ্ৰাৰ দৰ্শন কৰিবলৈ বহু মানুহ আহে৷

পুৰাণত জগন্নাথধামক মৰ্ত্যৰ বৈকুণ্ঠ বুলি বৰ্ণনা কৰা হৈছে৷ ধাৰণা কৰা হয় যে স্বয়ং শ্ৰীকৃষ্ণই দেহত্যাগৰ পাছত জগন্নাথৰূপে আত্মপ্ৰকাশ কৰে৷ কেৱল ধৰ্মীয় মাহাত্ম্য নহয়, পুৰীৰ জগন্নাথ মন্দিৰৰ সৈতে জড়িত হৈ আছে নানান ৰহস্য৷ প্ৰচলিত বিশ্বাস অনুসৰি এতিয়া জগন্নাথ দেৱৰ দৰ্শন কৰিলে সকলো পাপৰ পৰা মুক্তি পোৱা যায় আৰু মনৰ সকলো ইচ্ছা পূৰণ হয়৷

জগন্নাথ মন্দিৰৰ ছিৰিৰ তৃতীয় ধাপৰ ৰহস্য

পুৰীৰ জগন্নাথ মন্দিৰ সম্পৰ্কে যি ৰহস্যকথা প্ৰচলিত আছে, তাৰ মাজত অন্যতম হৈছে এই মন্দিৰৰ ছিৰি সম্পৰ্কীয় বিশ্বাস৷ কোৱা হয় যে এই মন্দিৰৰ ছিৰিৰ তৃতীয় ধাপত কেতিয়াও ভৰি দিব নালাগে৷ জগন্নাথ মন্দিৰৰ ছিৰিৰ তৃতীয় ধাপক যম শিলা বোলা হয়৷ কিয় এই বিশ্বাস প্ৰচলিত তাৰ উৎস লুকাই আছে পুৰাণৰ এটা গল্পত৷

কাহিনী অনুসৰি জগন্নাথ মন্দিৰৰ দৰ্শন কৰিলে ভক্তই মুক্তি পায়৷ মৃত্যুৰ পাছত তেওঁলোকে আৰু নৰকত বাস কৰিব নোৱাৰে৷ এই পৰিস্থিতিত যমলোক প্ৰায় শূন্য হোৱাৰ উপক্ৰম৷ তেতিয়াই সূৰ্যপুত্ৰ যমৰাজে স্বয়ং জগন্নাথ মন্দিৰলৈ আহি প্ৰভু জগন্নাথক দৰ্শন কৰে৷ তেওঁ জগন্নাথদেৱক কয় যে এনেকৈ সকলোৱে মুক্তি পালে মানুহে কৰ্মফল কেনেকৈ ভোগ কৰিব? এই কথা শুনি মন্দিৰৰ মূল দুৱাৰৰ ছিৰিৰ তৃতীয় ধাপত মৃত্যুৰ দেৱতা যমক অৱস্থান কৰিবলৈ কয় জগন্নাথে৷

তেওঁৰ কথা শুনিয়েই জগন্নাথ মন্দিৰৰ মূল দুৱাৰৰ তৃতীয় চিৰিত বহি থাকে যম৷ এই কাৰণেই চিৰিৰ তৃতীয় ধাপক যম শিলা বুলি কোৱা হয়৷ জগন্নাথ, বলৰাম, সুভদ্ৰাক দৰ্শনৰ পাছত এই ছিৰিত ভৰি দিলেই দৰ্শনৰ যাৱতীয় পূণ্য নষ্ট হয় আৰু সেই ব্যক্তি মৃত্যুৰ পাছত যমলোকলৈ যাব লাগে৷

মূল দুৱাৰেৰে জগন্নাথ মন্দিৰত প্ৰৱেশৰ পথত মুখত তলৰ পৰা তিনি নম্বৰ ধাপ হৈছে যম শিলা৷ চিৰিৰ এই ধাপটোক পৃথক কৰিবলৈ কলা ৰং কৰা আছে৷ জগন্নাথ মন্দিৰলৈ প্ৰৱেশ কৰা আৰু বাহিৰলৈ ওলোৱাৰ সময়ত ভুলতো যেন এই যম শিলাত ভৰি নপৰে সেই কথাটোত নজৰ ৰাখিব লাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?
জীৱনশৈলী

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

April 13, 2026
Next Post
BOB-ত ১২ মাহৰ বাবে ২ লাখ টকাৰ ফিক্সড ডিপজিট কৰিছে? কিমান ৰিটাৰ্ণ পাব?

BOB-ত ১২ মাহৰ বাবে ২ লাখ টকাৰ ফিক্সড ডিপজিট কৰিছে? কিমান ৰিটাৰ্ণ পাব?

মাত্ৰ ৬০মাহতেই ১৩ লাখ টকা! প’ষ্ট অফিচত এই FD স্কিমত কেৱল সুদ হিচাপেই পাব মুঠ ৪,০৪,৯৫৩ টকা

মাত্ৰ ৬০মাহতেই ১৩ লাখ টকা! প’ষ্ট অফিচত এই FD স্কিমত কেৱল সুদ হিচাপেই পাব মুঠ ৪,০৪,৯৫৩ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.