• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বোমৰ ভাবুকি, ২২৫ যাত্ৰী ভৰ্তি বিমানৰ জৰুৰীকালীন অৱতৰণ মুম্বাইত

বোমৰ ভাবুকি, ২২৫ যাত্ৰী ভৰ্তি বিমানৰ জৰুৰীকালীন অৱতৰণ মুম্বাইত

9 months ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

40 minutes ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

50 minutes ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

2 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

3 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

4 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

5 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

5 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

5 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

22 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

22 hours ago
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

23 hours ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বোমৰ ভাবুকি, ২২৫ যাত্ৰী ভৰ্তি বিমানৰ জৰুৰীকালীন অৱতৰণ মুম্বাইত

editor by editor
April 8, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
বোমৰ ভাবুকি, ২২৫ যাত্ৰী ভৰ্তি বিমানৰ জৰুৰীকালীন অৱতৰণ মুম্বাইত
0
SHARES
123
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বোমৰ ভাবুকি, ২২৫ যাত্ৰী ভৰ্তি বিমানৰ জৰুৰীকালীন অৱতৰণ মুম্বাইত

ইণ্ডিগো এয়াৰলাইন্সৰ ঘৰুৱা বিমান এখনে জৰুৰীকালীন অৱতৰণ কৰিছে। যোৱা নিশা সংঘটিত হোৱা এই ঘটনাত জৰুৰী অৱস্থাত মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে বিমানখন।

জয়পুৰৰ পৰা মুম্বাইলৈ আহি আছিল ৬ই ৫৩২৪ নং বিমান। কিন্তু মাজ আকাশতে বিমানখনে লাভ কৰে বোম থকাৰ বাবুকি। যাৰ বাবে জৰুৰীকালীনভাৱে বিমানখন অৱতৰণ কৰা হয়। এই ভাবুকি বাৰ্তা পোৱাৰ লগে লগে পাইলটে এ টি চিৰ সৈতে যোগাযোগ কৰি বিমানখন জৰুৰীকালীন অৱতৰণ কৰে।

প্ৰট’কল অনুসৰি বিমানখনক আইছ’লেশ্যন বে’লৈ লৈ যোৱা হয়। জৰুৰীকালীন গেটৰ জৰিয়তে ক্ৰু মেম্বাৰ আৰু ২২৫ জন যাত্ৰীক উদ্ধাৰ কৰা হয়। ইয়াৰ পিছত সকলো যাত্ৰীৰে লাগেজ সমূহৰো পৰীক্ষা কৰা হয়।

বিমানখনৰ প্ৰতিটো কোণত তালাচী চলোৱা হয় যদিও সন্দেহজনক কোনো বস্তু পোৱা নাযায়। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। বিমান সংস্থাটোৱে এই কথা নিশ্চিত কৰি বিমানখনত থকা সকলো লোক সুৰক্ষিত বুলি জানিবলৈ দিয়ে।

পিটিআইৰ এক প্ৰতিবেদন অনুসৰি আৰক্ষীয়ে তথ্য লাভ কৰে যে যোৱা ৭ এপ্ৰিলত জয়পুৰ বিমানবন্দৰৰ পৰা মুম্বাই অভিমুখে ইণ্ডিগ’ৰ ৬ই ৫৩২৪ বিমান উৰা মাৰিছিল।  বিমানখন যাত্ৰাৰ সময়তে এজন ব্যক্তিয়ে বিমানখনৰ শৌচাগাৰত বোম সন্দৰ্ভত এখন নোট পাইছিল।

সেই টোকাটোত লিখা আছিল যে বিমানখনৰ ভিতৰত এটা বোমা আছে আৰু কেইমিনিটমানৰ ভিতৰতে বোমাটো বিস্ফোৰণ হ’ব। ইয়াৰ বাবেই মুম্বাই বিমানবন্দৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। কটকটীয়া নিৰাপত্তাৰ মাজতে বিমানবন্দৰত অৱতৰণ কৰি বোমা আছে নেকি পৰীক্ষা কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bomb ThreadEmergency LandingFlight landingMumbai Airport
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
Next Post
এসপ্তাহে ২৩ জনৰ জঘন্য কাণ্ডৰ বলি যুৱতী, বৰ্তমানলৈ ৬ গ্ৰেপ্তাৰ

এসপ্তাহে ২৩ জনৰ জঘন্য কাণ্ডৰ বলি যুৱতী, বৰ্তমানলৈ ৬ গ্ৰেপ্তাৰ

কাইলৈ ৯ এপ্ৰিলৰ দিনটো অতিকে শুভ হ’বলৈ আছে ৫ ৰাশিৰ বাবে

কাইলৈ ৯ এপ্ৰিলৰ দিনটো অতিকে শুভ হ'বলৈ আছে ৫ ৰাশিৰ বাবে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.