• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ বছৰৰ পাছত ভূস্বৰ্গত ভোটগ্ৰহণ, মুক্ত জীৱনৰ সপোন ঘূৰাই দিয়া বাৰ্তা দি কি ক’লে ৰাহুল গান্ধীয়ে?

১০ বছৰৰ পাছত ভূস্বৰ্গত ভোটগ্ৰহণ, মুক্ত জীৱনৰ সপোন ঘূৰাই দিয়া বাৰ্তা দি কি ক’লে ৰাহুল গান্ধীয়ে?

2 years ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

1 hour ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

2 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

2 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

3 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

3 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

4 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

5 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

6 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

7 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০ বছৰৰ পাছত ভূস্বৰ্গত ভোটগ্ৰহণ, মুক্ত জীৱনৰ সপোন ঘূৰাই দিয়া বাৰ্তা দি কি ক’লে ৰাহুল গান্ধীয়ে?

১০ বছৰৰ পাছত ভূস্বৰ্গত ভোটগ্ৰহণ, মুক্ত জীৱনৰ সপোন ঘূৰাই দিয়া বাৰ্তা দি কি ক’লে ৰাহুল গান্ধীয়ে?

editor by editor
September 18, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
১০ বছৰৰ পাছত ভূস্বৰ্গত ভোটগ্ৰহণ, মুক্ত জীৱনৰ সপোন ঘূৰাই দিয়া বাৰ্তা দি কি ক’লে ৰাহুল গান্ধীয়ে?
0
SHARES
95
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জম্মু কাশ্মীৰৰ প্ৰথম দফাৰ ভোটগ্ৰহণ পুৱাৰে পৰাই চলি আছে৷ ৰাজ্যখনৰ ২৪ আসনত ভোটগ্ৰহণ চলিছে৷ প্ৰায় এক দশক পাছত জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচন৷ শেষবাৰ ভূস্বৰ্গত নিৰ্বাচন হৈছিল ২০১৪ চনত৷ ইয়াৰপাছতেই আমূল পৰিবৰ্তন ঘটিছে জম্মু কাশ্মীৰত৷ বিলুপ্ত হৈছে সংবিধানৰ ৩৭০ অনুচ্ছেদ৷ হেৰুৱাইছে পূৰ্ণ ৰাজ্যৰ মৰ্যদা৷ দীৰ্ঘ ১০ বছৰ পাছত আকৌ বুথমুখী কাশ্মীৰিজনতা৷ নিৰ্বাচন কমিছনৰ তথ্য অনুসৰি পুৱা ৯ বজা পৰ্যন্ত জম্মু কাশ্মীৰত ১১.১১ শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছিল৷ বহু বুথত দিঘলীয়া লাইন চকুত পৰিছে পুৱাৰে পৰাই৷ যি ২৪ আসনৰ বাবে ভোটগ্ৰহণ চলিছে তাৰ মাজত জম্মুৰ ৮ আৰু কাশ্মীৰৰ ১৬খন আসন আছে৷ প্ৰথম দফাত ২১৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে৷ ভোট দিব ২৩ লাখ ভোটাৰ৷ ভোটাৰ তালিকাত আছে ৩৫ হাজাৰ কাশ্মীৰি পণ্ডিতো৷ মুঠ ৩ হাজাৰ ২৭৬ টা বুথত আছে ১৪ হাজাৰ ভোটাৰ৷ ভোটগ্ৰহণ চলিছে কাশ্মীৰৰ অনন্তনাগ, পুলৱামা, শোপিয়ান, কুলগাম আৰু জম্মুৰ দোদা, ৰামবান আৰু কিস্তৱাৰ৷

এইবাৰ নিৰ্বাচনত কংগ্ৰেছ আৰু নেশ্ব্যনেল কনফাৰেন্সে জোট বান্ধি যুঁজ দিছে৷ যুঁজত নামিছে মেহবুবা মুফতিৰ PDPয়ে৷ নেশ্ব্যনেল কনফাৰেন্সৰ ইস্তাহাৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ উভতাই অনাৰ প্ৰতিশ্ৰুতিও আছে৷ যদিও কংগ্ৰেছ এই সন্দৰ্ভত নিৰৱ হৈ আছে তথাপিও তেওঁলোকৰ জোঁটৰ ইস্তাহাৰত এই কথা উল্লেখ আছে৷

শেখ আব্দু ৰছিদৰ আওয়ামী ইত্তেহাদ পাৰ্টীয়ে অনানুষ্ঠানিকভাৱে জামাত ই ইছলামিৰ সৈতে কৌশলগত জোঁট তৈয়াৰ কৰিছে৷ এই গোষ্ঠী বহুদিনৰ পৰাই কাশ্মীৰত নিষিদ্ধ৷ প্ৰথম দফা নিৰ্বাচনৰ আৰম্ভণিতেই কাশ্মীৰিসকলক ভোটদানত উৎসাহ জোগাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীয়ে৷ দুজনেই সামাজিক মাধ্যমত পোষ্ট কৰি শুভেচ্ছা জনাইছে৷ নৰেন্দ্ৰ মোদীয়ে লিখিছে, ‘গণতান্ত্ৰিক উৎসৱত যোগদান কৰক৷ তৰুণ আৰু প্ৰথমবাৰৰ বাবে ভোট দিবলৈ অহাসকলকো মই আহ্বান জনাম যে নিজৰ মতামত আপোনালোকে প্ৰকাশ কৰক৷’

বিৰোধী দলপতি ৰাহুলেও শুভেচ্ছা জনাই কয়, ‘দেশৰ ইতিহাসত এয়ে প্ৰথম কোনো পূৰ্ণ ৰাজ্যৰ মৰ্যদা আঁজুৰি লোৱা হৈছে৷ আপোনালোকৰ সাংবিধানিক অধিকাত লংঘন কৰা হৈছে৷ জম্মু কাশ্মীৰত অপমান কৰা হৈছে৷ ইণ্ডিয়া জোঁটে আপোনালোকৰ এটা এটা ভোটেৰে আপোনালোকৰ অধিকাৰ আকৌ ঘূৰাই আনিব৷ ৰোজগাৰ বৃদ্ধি কৰিব৷ মহিলাসকল আত্মনিৰ্ভৰ হ’ব৷ অন্যায়ক এই যুগৰ পৰা বাহিৰলৈ ওলাই অহাত আপোনালোকক সহায় কৰিব৷ জম্মু-কাশ্মীৰ আকৌ সমৃদ্ধ হ’ব৷ ঘৰৰ পৰা নিৰ্ভয়ে আপোনালোক বাহিৰলৈ ওলাব৷ নিজৰ গণতান্ত্ৰিক অধিকাৰ সেয়ে প্ৰয়োগ কৰক৷ ইণ্ডিয়া জোঁটক সমৰ্থন কৰক৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা
নিয়োগ

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

April 13, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!
জীৱনশৈলী

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
Next Post
‘মোদী ফেণ্টাষ্টিক মানুহ’, ভাৰতৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ ইচ্ছাপ্ৰকাশ ট্ৰাম্পৰ

‘মোদী ফেণ্টাষ্টিক মানুহ’, ভাৰতৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ ইচ্ছাপ্ৰকাশ ট্ৰাম্পৰ

মই আছুৰ সাধাৰণ সদস্যপদো ত্যাগ কৰিছো… আছু পৰিয়ালৰ সাধাৰণ সদস্য হৈয়ো নাথাকে শংকৰজ্যোতি বৰুৱা

মই আছুৰ সাধাৰণ সদস্যপদো ত্যাগ কৰিছো... আছু পৰিয়ালৰ সাধাৰণ সদস্য হৈয়ো নাথাকে শংকৰজ্যোতি বৰুৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.