• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুকলিকৈ প্ৰেম কৰা, সন্তান জন্ম দিয়া, আমাৰ পূৰ্ণ সমৰ্থন আছে! চৰকাৰে মুকলি কৰিলে চৰকাৰী ডেটিং এপ

মুকলিকৈ প্ৰেম কৰা, সন্তান জন্ম দিয়া, আমাৰ পূৰ্ণ সমৰ্থন আছে! চৰকাৰে মুকলি কৰিলে চৰকাৰী ডেটিং এপ

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

5 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

6 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

7 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

8 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

9 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

9 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

10 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

11 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

11 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুকলিকৈ প্ৰেম কৰা, সন্তান জন্ম দিয়া, আমাৰ পূৰ্ণ সমৰ্থন আছে! চৰকাৰে মুকলি কৰিলে চৰকাৰী ডেটিং এপ

মুকলিকৈ প্ৰেম কৰা সন্তান জন্ম দিয়া, আমাৰ পূৰ্ণ সমৰ্থন আছে! জাপান চৰকাৰে মুকলি কৰিলে চৰকাৰী ডেটিং এপ

editor by editor
June 8, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
মুকলিকৈ প্ৰেম কৰা, সন্তান জন্ম দিয়া, আমাৰ পূৰ্ণ সমৰ্থন আছে! চৰকাৰে মুকলি কৰিলে চৰকাৰী ডেটিং এপ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীনৰ দৰে একেই অৱস্থা এতিয়া জাপানৰো৷ জাপানত শিশুৰ জন্মৰ হাৰ অভাৱনীয়ভাৱে কমিবলৈ ধৰিছে৷ বিবাহ আৰু সন্তান জন্মত মুঠেও আগ্ৰহী নহয় জাপানৰ নৱপ্ৰজন্ম৷ নৱপ্ৰজন্মৰ মাজত সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত ঘোৰ অনিহা৷ শিশুৰ জন্মৰ হাৰ বিগত এযুগ ধৰি কমি অহাৰ বাবে জাপানত এতিয়া মানৱ সম্পদৰ সংকট৷

জাপানৰ নৱপ্ৰজন্মই সন্তান জন্ম দিবলৈ ইচ্ছা নকৰাৰ কাৰণ হৈছে জাপানত চাকৰিৰ বজাৰত অনিশ্চয়তা, অন্যহাতে সংসাৰ চলোৱাৰ খৰচ বাঢ়ি যোৱা৷ এইসমূহ বিপদৰ বাবেই বিবাহ নতুবা সন্তান জন্মত আগ্ৰহী নহয় সেই দেশৰ জনতা৷ জাপানত কৰ্মসংস্থাপন দিবলৈকো নৱপ্ৰজন্ম একেবাৰেই নাই বুলিব পাৰি৷ যিসকল বয়স্ক লোকে কাম কৰি আছে তেওঁলোকৰো চাকৰিৰ কাৰ্যকাল প্ৰায় শেষ হওঁ হওঁ৷  এইসকল বয়স্ক লোকে ৰিটায়াৰমেণ্ট ল’লে খালী হৈ পৰিব বহু পদ৷ বিষয়টোক লৈ উপায়হীন হৈ জাপান চৰকাৰে কৰিছে আচৰিত কাম৷

বিবাহৰ প্ৰতি নৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ চৰকাৰীভাৱে এটা ডেটিং এপ মুকলি কৰিছে জাপান চৰকাৰে৷ এই বিশেষ ডেটিং এপটোৰ নাম দিছে ‘Tokyo Futari Story’, জাপান চৰকাৰে ২০২৩ চনৰ পৰাই আৰম্ভ কৰিছে এই এপ৷ ২০২৩ চনতেই জন্মৰ হাৰ অত্যধিক কমি গৈছে জাপানত৷ ভূমিকম্পপ্ৰৱণ জাপানত মৃত্যুৰ হাৰৰ তুলনাত জন্মৰ হাৰ বহু কম৷ ফলত দেশত জনসংখ্যা অভাৱনীয়ভাৱে কমি গৈছে৷ এই পৰিস্থিতিতেই নৱ বিবাহিত সকলৰ বাবেও চাইল্ড কেয়াৰৰ বিশেষ চৰকাৰী সুবিধা, ভাট্টা, পেৰেণ্টাইল লিভ আদি দি কপোলক প্ৰলোভিত কৰাৰো চেষ্টা চলাইছে জাপানে৷

ইমান প্ৰলোভনেও যেন টলাব পৰা নাই জাপানবাসীক৷ অৱশেষত জাপান চৰকাৰে চৰকাৰীভাৱে মুকলি কৰি দিব লগা হৈছে ডেটিং এপ৷ এই এপ অৱশ্যে অন্য ডেটিং এপসমূহৰ দৰে নহয়৷ বিয়া কৰাবলৈ আগ্ৰহীসকলেহে এই এপত সংগী বিচাৰিব পাৰিব৷ নাম নথিভূক্ত কৰা লৰা-ছোৱালীসকল যে চিংগল সেই প্ৰমাণ এপত ছাবমিট কৰিব লাগিব৷ ইয়াৰ সৈতে বাৰ্ষিক দৰমহাৰ নথিও জমা দিব লাগিব৷ টেক্স চাৰ্টিফিকেটৰ শ্লিপো জমা দিব লাগিব৷

জাপানৰ এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে এই সন্দৰ্ভত দিয়া এটা মন্তব্য টুইটাৰত ভাইৰেল হৈ পৰিছে৷ তেওঁ বক্তব্যত কৈছিল, ‘আমি এটা ছাৰ্ভে কৰিছিলো৷ তাত দেখিছো যে ৭০শতাংশ মানুহে বিয়া কৰাব বিচাৰে কিন্তো পাত্ৰ বা পাত্ৰী বিচাৰিবলৈ তেওঁলোকৰ হাতত সময় নাই৷ সেয়ে বিবাহক লৈ বিশেষ উৎসুকতা নেদেখুৱাই৷ এইসকল নৱপ্ৰজন্মৰ বাবেই আমি এই ডেটিং এপটো আনিছো৷ ২০২৩ চনত এই এপটোৰ বিনামূলীয়া ট্ৰায়েল চলালো৷’

২০২৩ চনৰ পৰা অৱশ্যে এই এপটোৰ বিনামূলীয়া পৰীক্ষা সফলো হৈছে৷ আয়ৰ সপক্ষে টেক্স শ্লিপ দি এই এপত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব৷ তেওঁলোকৰ ধাৰণা এই এপৰ মাধ্যমেৰে চৰকাৰে টেক্সত নজৰদাৰী চলাইছে বুলি ভয়ো খাইছে একাংশই৷ এই কামক লৈ টেছলাৰ চিইঅ’ ধনকুবেৰ এলন মাস্কে কয়, ‘জাপান প্রশাসনে আৰম্ভ কৰা এই কামক লৈ মই সুখী৷ যুগান্তকাৰী সিদ্ধান্ত লৈছে জাপানে৷ এই সিদ্ধান্ত এতিয়াই নল’লে জাপান মানৱসম্পদেৰে শূন্য হৈ পৰিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
হাৰ মনা ভকত নহয় মৃণাল শইকীয়া! এইবাৰ এক্সৰ বায়তো লিখিলে, ‘ফ্ৰম আপাৰ আছাম’

হাৰ মনা ভকত নহয় মৃণাল শইকীয়া! এইবাৰ এক্সৰ বায়তো লিখিলে, ‘ফ্ৰম আপাৰ আছাম’

কোনে পাব কি মন্ত্ৰী পদ, চৰ্চিত তালিকাত অসমৰ এগৰাকীৰ নাম, উত্তৰ পূৱৰো আন ২গৰাকী

কোনে পাব কি মন্ত্ৰী পদ, চৰ্চিত তালিকাত অসমৰ এগৰাকীৰ নাম, উত্তৰ পূৱৰো আন ২গৰাকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.