• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনতাৰ দাবী মানি পদৰ পৰা ইস্তিফা দিলে জাপানৰ প্ৰধানমন্ত্ৰী কিছিদাই, আৰু কোনোদিনে প্ৰতিদ্বন্দ্বিতাও নকৰে

জনতাৰ দাবী মানি পদৰ পৰা ইস্তিফা দিলে জাপানৰ প্ৰধানমন্ত্ৰী কিছিদাই, আৰু কোনোদিনে প্ৰতিদ্বন্দ্বিতাও নকৰে

2 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

5 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

5 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

6 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

6 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

7 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

7 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

7 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

8 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

9 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

11 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

11 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

জনতাৰ দাবী মানি পদৰ পৰা ইস্তিফা দিলে জাপানৰ প্ৰধানমন্ত্ৰী কিছিদাই, আৰু কোনোদিনে প্ৰতিদ্বন্দ্বিতাও নকৰে

editor by editor
August 15, 2024
in Uncategorized
0
জনতাৰ দাবী মানি পদৰ পৰা ইস্তিফা দিলে জাপানৰ প্ৰধানমন্ত্ৰী কিছিদাই, আৰু কোনোদিনে প্ৰতিদ্বন্দ্বিতাও নকৰে
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জনতাৰ দাবী মানি পদৰ পৰা ইস্তিফা দিলে জাপানৰ প্ৰধানমন্ত্ৰী কিছিদাই, আৰু কোনোদিনে প্ৰতিদ্বন্দ্বিতাও নকৰে

বিশ্বৰ ভিতৰতে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাই (Fumio Kishida) এনে এক আদৰ্শ দাঙি ধৰিছে যিটো আন ক’তো দেখা নাযায়। মুদ্ৰাস্ফীতিৰ ওপৰত জনসাধাৰণ অসন্তুষ্ট দেখি তেওঁ নিজেই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। কিছিদাই কয়, ‘দেশত মুদ্ৰাস্ফীতি বাঢ়িছে, মানুহ চিন্তিত, ক্ৰোধ বাঢ়িছে। এই সকলোবোৰ আৰু চাই থাকিব নোৱাৰো, গতিকে অহা মাহত মই পদত্যাগ কৰিম…’ লগতে ঘোষণা কৰে যে তেওঁ আৰু কেতিয়াও প্ৰধানমন্ত্ৰী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। ছেপ্টেম্বৰ মাহত পদত্যাগ কৰিব কিছিদাই।

ফুমিঅ’ কিছিদাই কয়- ‘জনসাধাৰণৰ আস্থা অবিহনে ৰাজনীতি চলাব নোৱাৰে। জনসাধাৰণৰ কথা ভাবি মই এই ডাঙৰ সিদ্ধান্ত লৈছো। দেশত ৰাজনৈতিক সংস্কাৰ বিচাৰো। উল্লেখ্য যে ২০২১ চনত কিছিদা জাপানৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছিল। কিন্তু তেওঁৰ ৰাজত্বকালত জাপানৰ অৰ্থনীতিৰ ভেঁটি কঁপিবলৈ ধৰিলে। মুদ্ৰাস্ফীতিৰ বাবে জনসাধাৰণ বহু ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। নিবনুৱা সমস্যা বৃদ্ধি পাইছে। জনসাধাৰণে নিবিচাৰে কিছিদা আৰু এই পদত নাথাকে।

কিছিদাৰ জনপ্ৰিয়তাই তেতিয়া আটাইতকৈ ডাঙৰ আঘাত পাইছিল যেতিয়া সেই দলৰে এল ডি পিয়ে ক’লা ধন অনুদান হিচাপে লোৱাৰ অভিযোগ উত্থাপন কৰিছিল কিছিদাৰ বিৰুদ্ধে । ইয়াৰ ফলত পৰৱৰ্তী নিৰ্বাচনত দলটোৱে জয়ী হোৱাক লৈও প্ৰশ্ন উত্থাপন হৈছিল। যাৰ বাবে সকলো কথা ভাবিয়ে ফুমিঅ’ কিছিদাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
বিশ্বৰ ৫ ক্ৰিকেটাৰ, যাৰ নাম সদায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু, এজনেটো লাইভ টিভিতেই কৰিছিল লজ্জাজনক কাম

বিশ্বৰ ৫ ক্ৰিকেটাৰ, যাৰ নাম সদায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু, এজনেটো লাইভ টিভিতেই কৰিছিল লজ্জাজনক কাম

দৈনিক ৰাশিফল- কেনে যাব আজি ১৬ আগষ্টৰ দিন, মেষ- কৰ্কট আৰু তুলা ৰাশিৰ লোকে দ্বীগ্ৰহ যোগৰ দ্বাৰা দুগুণ লাভ কৰিব

দৈনিক ৰাশিফল- কেনে যাব আজি ১৬ আগষ্টৰ দিন, মেষ- কৰ্কট আৰু তুলা ৰাশিৰ লোকে দ্বীগ্ৰহ যোগৰ দ্বাৰা দুগুণ লাভ কৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.