• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শোকাৱহ ঘটনা, এফালে জন্ম পুত্ৰৰ, আনফালে নিহত পিতৃ

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শোকাৱহ ঘটনা, এফালে জন্ম পুত্ৰৰ, আনফালে নিহত পিতৃ

1 year ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

2 minutes ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

37 minutes ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

3 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

4 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

5 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

5 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

6 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

6 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

7 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

8 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

8 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শোকাৱহ ঘটনা, এফালে জন্ম পুত্ৰৰ, আনফালে নিহত পিতৃ

editor by editor
September 19, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শোকাৱহ ঘটনা, এফালে জন্ম পুত্ৰৰ, আনফালে নিহত পিতৃ
0
SHARES
358
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শোকাৱহ ঘটনা, এফালে জন্ম পালে পুত্ৰ, আনফালে নিহত পিতৃ

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংঘটিত এক অতিকে শোকাৱহ ঘটনাই চাৰিওফালে চাঞ্চল্যৰ সৃষ্টি কৰিছে। একেখন হাস্পতালতে এফালে জন্ম পালে পুত্ৰ সন্তান আনফালে নিহত পিতৃ। পত্নী প্ৰসূতি কক্ষত থকাৰ সময়তে মৃত্যু ঘটে পিতৃৰ।

এই শোকাৱহ ঘটনা ১৮ ছেপ্টেম্বৰ বুধবাৰে নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, পত্নী প্ৰসূতি কক্ষত থকাৰ সময়তে তৃতীয় মহলাৰ পৰা জঁপিয়াই স্বামীৰ নিহত। নিহত লোকগৰাকীৰ নাম ভৱেন সন্দিকৈ।

সমগ্ৰ বিষয়টোক লৈ আজি চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে সংবাদ মাধ্যমৰ আগত ঘটনা সন্দৰ্ভত মন্তব্য আগবঢ়াই
ভবেন সন্দিকৈ নামৰ লোকজনৰ মৃত্যু আত্মহত্যা বুলি জানিবলৈ দিয়ে।

আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ব্যক্তিজনৰ মৃত্যুৰ পূৰ্বেই তেখেতৰ পত্নীয়ে এটি সন্তান জন্ম দিয়ে। পত্নীগৰাকীক অদ্যপি জানিবলৈ দিয়া হোৱা নাই স্বামীৰ মৃত্যুৰ কথা।

মৃত্যু হোৱা ভৱেন সন্দিকৈৰ ঘৰ শিৱসাগৰ মাজবাটত বুলি জানিব পৰা গৈছে। সন্দেহ কৰা অনুসৰি, কালি সন্ধিয়া শাহুৱেকৰ লগত কাজিয়াত লিপ্ত হোৱাৰ পাছতেই ব্যক্তিজনে এই কাণ্ড সংঘটিত কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamjorhatJorhat Medical College and Hospital JMCH
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
Next Post
২১ তাৰিখৰ পৰা ৫ ৰাশিৰ লোকৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা, বুধৰ লক্ষত্ৰ পৰিবৰ্তনত বিশেষ প্ৰভাৱ

২১ তাৰিখৰ পৰা ৫ ৰাশিৰ লোকৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা, বুধৰ লক্ষত্ৰ পৰিবৰ্তনত বিশেষ প্ৰভাৱ

সীমান্তৰ পৰা মাথো ২০ কিলোমিটাৰ, চীনে বনাই দিলে হেলিপেড, এতিয়া কি ?

সীমান্তৰ পৰা মাথো ২০ কিলোমিটাৰ, চীনে বনাই দিলে হেলিপেড, এতিয়া কি ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.