সন্মুখত নির্বাচন, আগ্ৰাসী ৰূপত বিজেপি। সাংবাদিকৰ মুখ বন্ধ কৰাৰ চেষ্টা বিজেপি চৰকাৰৰ। আৰক্ষীক বিজেপিৰ এজেন্সীৰূপে ব্যৱহাৰ। আৰক্ষীয়ে উঠাই নিলে ‘অসম লাইভ ২৪’ৰ ইৰছাদ উল্লাক।