ৰহস্যৰ আৱৰ্তত সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যু। হাতীগাঁও নামঘৰ পথৰ নলাৰ পৰা উদ্ধাৰ হৈছিল সাংবাদিকগৰাকীৰ মৃতদেহ। জুলফিকাৰে কি sms কৰিছিল সাংবাদিকগৰাকীক? মেছেজ কৰা কোন এই জুলফিকাৰ? ঘটনাত নাম সাঙোৰ খাইছে মনজিৎ কলিতাৰো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ