• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাহস বাঢ়িব মেষৰ জাতকৰ, অৰ্থ সঞ্চয়ত সফল হ’ব মিথুন ৰাশি, কাৰ কেনে যাব জুন মাহ?

সাহস বাঢ়িব মেষৰ জাতকৰ, অৰ্থ সঞ্চয়ত সফল হ’ব মিথুন ৰাশি, কাৰ কেনে যাব জুন মাহ?

1 month ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

18 minutes ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

55 minutes ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

2 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

3 hours ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

18 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

18 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

19 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

19 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

20 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

21 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাহস বাঢ়িব মেষৰ জাতকৰ, অৰ্থ সঞ্চয়ত সফল হ’ব মিথুন ৰাশি, কাৰ কেনে যাব জুন মাহ?

সাহস বাঢ়িব মেষৰ জাতকৰ, অৰ্থ সঞ্চয়ত সফল হ’ব মিথুন ৰাশি, কাৰ কেনে যাব জুন মাহ?

editor by editor
June 1, 2026
in জীৱনশৈলী, বিনোদন
0
সাহস বাঢ়িব মেষৰ জাতকৰ, অৰ্থ সঞ্চয়ত সফল হ’ব মিথুন ৰাশি, কাৰ কেনে যাব জুন মাহ?
0
SHARES
346
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনা অনুসৰি এই বছৰৰ জুন মাহ নানান কাৰণত বিশেষ তাৎপৰ্যপূৰ্ণ৷ জুন মাহে ধীৰে ধীৰে আমাৰ চিন্তা ভাৱনালৈ পৰিবৰ্তন আনিব বুলি জনাইছে জ্যোতিষবিদে৷ কেৰিয়াৰত গুৰুত্ব বাঢ়িব আৰু কোনো কোনো ৰাশিৰ জাতকৰ মতামতে সকলোৰে প্ৰশংসা পাব৷ ব্যক্তিগত সম্পৰ্ক আৰু মানসিক শান্তিৰ প্ৰতি গুৰুত্ব দিব৷ মিথুন ৰাশিত বুধৰ প্রভাৱত সকলোৰে সৈতে যোগাযোগ স্থাপন সহজ হ’ব৷ জুন ২০২৬ বিভিন্ন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব?

মেষ ৰাশি

  • উচ্চাকাঙ্খা বাঢ়িব৷
  • সাংসৰিক দায়িত্ব বাঢ়িব৷
  • ভৱিষ্যতৰ কথা ভাৱি কাম কৰিলে আৰ্থিক লাভ হ’ব৷
  • মেষ ৰাশিত মঙ্গলৰ গোচৰৰ ফলত সাহস বাঢ়িব৷
  • অকাৰণে খৰচ বাঢ়িব পাৰে৷

বৃষ ৰাশি

  • আত্মবিশ্বাস আৰু মানসিক শক্তি বাঢ়িব৷
  • আৰ্থিক পৰিস্থিতি ভাল হ’ব৷
  • অফিচত আপোনাৰ পৰিস্থিতি উন্নত হ’ব৷
  • বাস্তৱসন্মত সিদ্ধান্ত ল’ব পাৰে৷
  • ভাতৃৰ সৈতে সম্পৰ্কৰ উন্নতি হ’ব৷

মিথুন ৰাশি

  • মানসিকভাৱে সক্ৰিয় থাকিব৷
  • সিদ্ধান্ত লোৱাৰ ক্ষমতা মজবুত হ’ব৷
  • মাহৰ আৰম্ভণিতে ইণ্টাৰভিউ বা কোনো অনলাইন প্ৰজেক্টত সফল হ’ব পাৰে৷
  • অৰ্থ সঞ্চয়ৰ নতুন পথ খুলিব৷
  • কৰ্মক্ষেত্ৰত নেতৃত্ব দিয়াৰ ভুমিকাত আহিব৷

কৰ্কট ৰাশি

  • জুন মাহ আপোনাৰ বাবে ডাঙৰ টাৰ্নিং পয়েণ্ট হ’ব পাৰে৷
  • দীৰ্ঘম্যাদি উন্নতি কৰিব পাৰে৷
  • আকৰ্ষণ ক্ষমতা বাঢ়িব৷
  • বন্ধুৰ সৈতে সম্পৰ্কৰ উন্নতি হ’ব৷
  • ২১ জুন পৰ্যন্ত অফিচত কামৰ চাপ বেছি থাকিব৷

সিংহ ৰাশি

  • পেছাগত জীৱনত বৃহৎ উন্নতিৰ যোগ৷
  • মন টান কৰি আগুৱাই যোৱাৰ সাহস পাব৷
  • নতুন কাৰোবাৰ সৈতে যোগাযোগ গঢ়ি উঠিব৷
  • ধৰ্মীয় চিন্তা আৰু ছেনচিটিভিটি বাঢ়িব৷
  • পাৰ্টনাৰৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে৷

কন্যা ৰাশি

  • জুন মাহত ধীৰে ধীৰে উন্নতি কৰিব৷
  • কেৰিয়াৰত প্লেনিং কৰিব৷
  • উচ্চশিক্ষাত সাফল্য লাভৰ যোগ আছে৷
  • প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হ’ব৷
  • আপোনাৰ ওচৰত ভৱিষ্যতৰ ছবি স্পষ্ট হ’ব৷

তুলা ৰাশি

  • চিন্তা ভাৱনা স্পষ্ট হ’ব৷
  • কেৰিয়াৰত উন্নতিৰ সম্ভাৱনা আছে৷
  • নেতৃত্বৰ ক্ষমতা বাঢ়িব আৰু দীৰ্ঘম্যাদি সাফল্য পাব৷
  • পুৰণি ঋণ শোধ কৰাৰ ফলত আত্মবিশ্বাস বাঢ়িব৷
  • সম্পৰ্কৰ মাজত থকা তিক্ততা দূৰ হ’ব৷

বৃশ্চিক ৰাশি

  • কোন সম্পৰ্ক আপোনাৰ বাবে ভাল আৰু কোন সম্পৰ্কৰ পৰা বাহিৰ হৈ অহা উচিত সেয়া বুজিব পাৰিব৷
  • আৱেগপ্ৰৱণ হৈ পৰিব পাৰে৷
  • বিদেশ যাত্ৰা কৰিব পাৰে৷
  • বৃহৎ আৰ্থিক সিদ্ধান্ত ল’ব পাৰে৷
  • ২১ জুন পৰ্যন্ত কামৰ চাপ বেছি থাকিব৷

ধনু ৰাশি

  • নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব৷
  • ভৱিষ্যতৰ প্লেনিং কৰিলে লাভজনক হ’ব৷
  • বিদেশ যাত্ৰা কৰিব পাৰে৷
  • ভৱিষ্যতৰ কথা ভাৱি আৰ্থিক সিদ্ধান্ত ল’ব পাৰে৷
  • সম্পর্কত ৰোমান্স বাঢ়িব৷

মকৰ ৰাশি

  • জুন মাহত জীৱনলৈ কিছু সুন্দৰ পৰিবৰ্তন আহিব পাৰে৷
  • সৃজনশীলতা আৰু আত্মবিশ্বাস বাঢ়িব৷
  • ৮জুনৰ পৰা শুক্ৰৰ গোচৰৰ ফলত সম্পৰ্কৰ মাধুৰ্য বাঢ়িব৷
  • কেৰিয়াৰত সাফল্য পাব৷
  • মানসিক শান্তি থাকিব৷

কুম্ভ ৰাশি

  • মনত শান্তি আৰু সংসাৰত সুখ থাকিব৷
  • কিছু ভাল অভ্যাস গঢ়ি তুলিব৷
  • সাহিত্য ৰচনা, শিক্ষকতা আৰু সংবাদ মাধ্যমৰ সৈতে যুক্তসকল লাভৱান হ’ব৷
  • ব্যক্তিগত জীৱন আৰু কৰ্মজীৱনত ভাৰসাম্য থাকিব৷
  • সাহস আৰু সামাজিক যোগাযোগ বাঢ়িব৷

মীন ৰাশি

  • মনৰ ওপৰত চাপ কমিব৷
  • আত্মবিশ্বাস আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়িব৷
  • জীৱনত প্ৰেম বৃদ্ধি পাব৷
  • বিজনেছ মিটিং সফল হ’ব৷
  • জীৱনসংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

July 12, 2026
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

July 12, 2026
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং
জীৱনশৈলী

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

July 12, 2026
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 12, 2026
Next Post
ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.