• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ন্যায়ধীশ বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ, ২০৮ সাংসদৰ প্ৰস্তাৱত স্বাক্ষৰ

8 months ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

1 hour ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

2 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

3 hours ago
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

4 hours ago
পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

5 hours ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

6 hours ago
১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

7 hours ago
এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ন্যায়ধীশ বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ, ২০৮ সাংসদৰ প্ৰস্তাৱত স্বাক্ষৰ

editor by editor
July 21, 2025
in বিবিধ, ভাৰত, ৰাজনীতি
0
ন্যায়ধীশ বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ, ২০৮ সাংসদৰ প্ৰস্তাৱত স্বাক্ষৰ
0
SHARES
974
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ন্যায়ধীশ বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ, ২০৮ সাংসদৰ প্ৰস্তাৱত স্বাক্ষৰ

টকা কাণ্ডত জড়িত ন্যায়াধীশ যশবন্ত বাৰ্মাৰ বিৰুদ্ধে এতিয়া চলিব মহাভিযোগ। ২০৮ সাংসদে ইতিমদ্যে এই প্ৰস্তাৱৰ স্বাক্ষৰ কৰিছে। সৰু-ডাঙৰ বহু দলৰেই সাংসদে স্বাক্ষৰ কৰিছে এই মহাগভিযোগৰ প্ৰস্তাৱত। এতিয়া লোকসভাৰ অধক্ষ্যৰ ওচৰলৈ প্ৰেৰণ এই স্বাক্ষৰ সম্বলিত পত্ৰ।

এই যশৱন্ত বাৰ্মাৰ চৰকাৰী বাংলোতেই উদ্ধাৰ হৈছিল টকাৰ পাহাৰ। ১৪ মাৰ্চ তাৰিখে নিশা ১১.৩৫ বজাৰ বাৰ্মাৰ চৰকাৰী বাংলোক অগ্নিকাণ্ড সংঘটিত হৈছিল। সেই অগ্নিকাণ্ডৰ জুই নিৰ্বাপন কৰিবলৈ অহা অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ভাল টকাৰ লগতে বহু অৰ্ধ জ্বলিত টকাও উদ্ধাৰ কৰিছিল বাৰ্মাৰ ঘৰৰ পৰা।

কোৱা হয় যে, বাৰ্মাৰ সেই বাসগৃহৰ পৰা এটা সম্পূৰ্ণ কোঠা টকাৰেই ভৰি আছিল। এগৰাকী ন্যায়ধীশৰ ঘৰত কৰ পৰা কিদৰে ইমান টকা আহিল তাকেই লৈ হৈ চৈ চলি আছে ইমান দিনৰ পৰা। এতিয়া বাৰ্মাৰ বিৰুদ্ধে গোচৰৰ ন্যায় দিয়াৰ বাবদ টকা লোৱাৰ গভীৰ অভিযোগৰ লগতে মহাভিযোগ উত্থাপন হোৱাৰ যো-জা চলিছে।

নিৰপেক্ষ ন্যায়পালিকাৰ ওপৰত বাৰ্মাৰ টকা লোৱা কাণ্ডই জোকাৰি পেলাইছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ভিতৰচৰাটো। পাছে এই সকলোবোৰৰ বিপৰীতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপি যশবন্ত বাৰ্মাই কৈছে তেখেতৰ ঘৰৰ ষ্টোৰৰুমৰ বিষয়ে তেখেতে একো নাজানে। সেয়া তেখেতৰ নিয়ন্ত্ৰৰ বাহিৰ।

কিন্তু তদন্ত সমিতিৰ প্ৰতিবেদনত প্ৰকাই পাইছে, উদ্ধাৰ হোৱা নগদ ধন ন্যায়াধীশ বাৰ্মা আৰু তেওঁৰ পৰিয়ালৰে আছিল কিন্তু সেই টকাৰ উৎস কোনেও প্ৰকাশ কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Justice Verma caseYashbanta Verma case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?
জীৱনশৈলী

March 25, 2026
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো
চিনেমা

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

March 25, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

Next Post
কাইলৈ মৃগশীৰা নক্ষত্ৰত ধ্ৰুৱ যোগ, ৫ ৰাশিয়ে লাভ কৰিব বজ্ৰংবলীৰ  বিশেষ কৃপা

বিশেষ ঘোষণা, অলিম্পিকত সোণৰ পদক জয় কৰিলেই পাব ৭ কোটি লগতে চাকৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন