• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বুটিঙত নাচোতে গর্ভপাত কাজলৰ

শ্বুটিঙত নাচোতে গর্ভপাত কাজলৰ

6 years ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

2 minutes ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

31 minutes ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

1 hour ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

1 hour ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

2 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

2 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

6 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

6 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

শ্বুটিঙত নাচোতে গর্ভপাত কাজলৰ

সকলোৰে সন্মুখত কাজলক চৰ শোধালে অজয় দেৱগেন

editor by editor
August 6, 2020
in চিনেমা
0
শ্বুটিঙত নাচোতে গর্ভপাত কাজলৰ
0
SHARES
767
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলীউডৰ অন্যতম সফল দম্পতী বুলিলে প্ৰথমেই মনলৈ আহে শ্বাহৰুখ খান আৰু গৌৰী খানৰ কথা। কিন্তু শ্বাহৰুখ-গৌৰীৰ সমান্তৰালভাৱে আৰু এক দম্পতী আছে যাৰ কথা পাহৰিলে ভুল হ’ব। সেই দম্পতী হ’ল অজয় দেৱগন আৰু কাজল। সুদীর্ঘ ২০ বছৰ সুখে-দুখে পাৰ কৰিছে কাজল-অজয়ে। দুজনৰ পৰিয়াল বাঢ়ি হ’লগৈ ৪ জনৰ। তেওঁলোকৰ জীৱনলৈ আহে নাইছা আৰু যুগ। কিন্তু প্ৰথমৰ পৰাই সকলো ভাল নাছিল। বহু কঠিন সময় পাৰ কিৰবলগা হৈছিল কাজল-অজয়ে। দুবাৰকৈ গর্ভপাতৰ যন্ত্ৰণা সহ্য কৰিবলগা হৈছিল কাজলে। বিয়াৰ পাছতেই কাজল-অজয়ে সন্তান জন্মৰ সিদ্ধান্ত লয়। কিন্তু প্ৰথম সন্তান গর্ভতেই নষ্ট হয় কাজলৰ। তাৰ কিছুদিন পাছত গর্ভলৈ আহে দ্বীতিয় সন্তান। সেই সময়ত চলি আছিল ‘কভী খুচি কভী গম’ ছবিৰ শ্বুটিং। বহু নৃত্যৰ দৃশ্য আছিল সেই ছবিখনত। অজয় দেৱগনৰ বাধা সত্ত্বেও শ্বাহৰুখ খানৰ সৈতে নৃত্যৰ শ্বুটিং কৰিছিল কাজলে। আৰু সেই শ্বুটিঙৰ শেষত কাজলৰ মিছকেৰেজ হয়। খবৰ পোৱাৰ লগে লগে শ্বুটিং এৰি ঢপলিয়াই আহে স্বামী অজয় দেৱগন। আৰু সকলোৰে সন্মুখতে প্ৰচণ্ড চৰ শোধাই কাজলক। বাক-বিতণ্ডাৰো সৃষ্টি হয় পৰিচালক কৰণ জহৰৰ সৈতে। ইয়াৰ পাছতে বহুদিন ধৰি বন্ধ হৈ আছিল ‘কভী খুচি কভী গম’ ছবিৰ শ্বুটিং। অৱশ্যে লাহে লাহে সকলো স্বাভাৱিকলৈ আহে। সম্প্ৰতি নাইছা আৰু যুগক লৈ সুখৰ সংসাৰ অজয়-কাজলৰ। কিন্তু শ্বাহৰুখ আৰু কৰণৰ সৈতে এতিয়াও সম্পর্ক সম্পূর্ণ স্বাভাৱিক হোৱা নাই অজয় দেৱগনৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ajay devganBollywood industrykajolKaran joharsharukh khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য
বিনোদন

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

March 18, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?
চিনেমা

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

January 10, 2026
বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ
চিনেমা

বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

December 22, 2025
Next Post
ভাৰতত ৰাম ৰাজ্য প্ৰতিষ্ঠা হ’ল

ভাৰতত ৰাম ৰাজ্য প্ৰতিষ্ঠা হ’ল

খানাপাৰাত নহয়, এইবাৰ জজ ফিল্ডত হ'ব ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.