• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোষ্ঠীত কালসৰ্প দোষ আছিল শ্ৰী কৃষ্ণৰো! জন্মাষ্টমীৰ এই সময়ত এইকেইটা উপায় অৱলম্বন কৰিলেই কালসৰ্প দোষৰ পৰা মুক্তি পাব

কোষ্ঠীত কালসৰ্প দোষ আছিল শ্ৰী কৃষ্ণৰো! জন্মাষ্টমীৰ এই সময়ত এইকেইটা উপায় অৱলম্বন কৰিলেই কালসৰ্প দোষৰ পৰা মুক্তি পাব

3 years ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

7 hours ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

8 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

9 hours ago
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

9 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

10 hours ago
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

Gold-Silver Price Today: হ্ৰাস পালে সোণৰ মূল্য, শীঘ্ৰে ক্ৰয় কৰক পছন্দৰ গহনা!

10 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

11 hours ago
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

11 hours ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

13 hours ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

13 hours ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

14 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোষ্ঠীত কালসৰ্প দোষ আছিল শ্ৰী কৃষ্ণৰো! জন্মাষ্টমীৰ এই সময়ত এইকেইটা উপায় অৱলম্বন কৰিলেই কালসৰ্প দোষৰ পৰা মুক্তি পাব

editor by editor
September 7, 2023
in বিবিধ, ভাৰত
0
কোষ্ঠীত কালসৰ্প দোষ আছিল শ্ৰী কৃষ্ণৰো! জন্মাষ্টমীৰ এই সময়ত এইকেইটা উপায় অৱলম্বন কৰিলেই কালসৰ্প দোষৰ পৰা মুক্তি পাব
0
SHARES
340
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ শাস্ত্ৰ অনুসৰি যদি কোষ্ঠীত ৰাহু আৰু কেতু থাকে অন্য সকলো গ্ৰহ ৰাহু আৰু কেতুৰ মাজত থাকে তেন্তে কালসৰ্প দোষৰ সৃষ্টি হয়। অত্যন্ত অশুভ দশা বুলি এই দশাক মনা হয়। জন্মৰ পৰাই কালসৰ্প দোষ থাকিলে সেই জাতকসকল নানান সমস্যাৰ মাজত পৰে। কালসৰ্প দোষৰ পৰা সহজে মুক্তি পোৱা সম্ভৱ নহয়। শাস্ত্ৰ অনুসৰি স্বয়ং শ্ৰী কৃষ্ণৰো কালসৰ্প দোষ আছিল। সেই কাৰণে তেঁওৰ জন্ম কাৰাগাৰৰ অন্ধকাৰত হৈছিল। কালসৰ্প দোষৰ কাৰণেই জন্মৰ পাছতে পিতৃ-মাতৃৰ সৈতে শ্ৰী কৃষ্ণৰ বিচ্ছেদ হৈছিল। কালসৰ্প দোষৰ কাৰণেই প্ৰেয়সী ৰাধাৰ সৈতে বিবাহৰ সম্পৰ্ক গঢ়ি তুলিব পৰা নাছিল শ্ৰী কৃষ্ণই।

কোষ্ঠীৰ এই অশুভ দশাৰ কাৰণে জীৱনত নানান বাধা আহে। আপোনাৰো যদি কালসৰ্প দোষ আছে তেন্তে কেইটামান জন্মাষ্টমীৰ এই সময়ত কৰিলে সুফল পাব। জন্মাষ্টমীত কালসৰ্প দোষ দুৰ কৰাৰ উপায়।

ময়ূৰৰ পাখি লগত ৰাখক
কালসৰ্প দোষ আঁতৰাবলৈ ময়ূৰৰ পাখি লগত ৰাখক। কাৰণ ময়ূৰ সাপৰ শত্ৰু। আপোনাৰ কোষ্ঠীত যদি কালসৰ্প দোষ আছে তেন্তে জন্মাষ্টমী পুজাত কৃষ্ণক এটা ময়ূৰ পাখি অৰ্পণ কৰক। পুজাৰ অন্তত এই পাখি নিজৰ ৱালেটত ৰাখি থব।

বিন্দ দামোদৰ স্তোত্ৰ পাঠ
কালসৰ্প দোষ আঁতৰাবলৈ জন্মাষ্টমীৰ সময়তেই গোবিন্দ দামোদৰ স্তোত্ৰ পাঠ কৰক। ইয়াৰ ফলত সংসাৰত সুখ আৰু সমৃদ্ধি আহিব। গোবিন্দ স্তোত্ৰ পাঠ কৰিলে ঘৰত পজিটিভ এনাৰ্জী আহে। পৰিয়ালৰ সদস্যৰ মাজত প্ৰেমভাৱ বৃদ্ধি পাব।

বাঁহী নিবেদন কৰক
বাঁহী হ’ল শ্ৰী কৃষ্ণৰ অত্যন্ত প্ৰিয়। জন্মাষ্টমী পুজাত গোপালৰ কাষত এডাল বাঁহী থ’বলৈ নাপাহৰিব। কোষ্ঠীত কালসৰ্প দোষ থাকিলে ৰাহু আৰু কেতুৰ অশুভ বিস্তাৰ সাধন হয়। শ্ৰী কৃষ্ণক বাঁহী অৰ্পণ কৰি ঘৰৰ পৰা নিগেটিভ এনাৰ্জী দূৰ কৰিব পাৰে। পুজাৰ অন্তত এই বাঁহী মূল দৰ্জাৰ কাষত ওলোমাই ৰাখিব পাৰে।

দৰ্শনৰ দ্বাৰা কালসৰ্প দোষ আঁতৰাওক
জন্মাষ্টমী পুজাত গোপালৰ বিগ্ৰহৰ ওপৰিও কালীয়া নাগৰ ওপৰত নৃত্যৰত কৃষ্ণৰ এখন ফটো ৰাখক। এই ছবি নিয়মিত দৰ্শন কৰিলেও কালসৰ্প দোষ আঁতৰি যায়। ইয়াৰোপৰি মথুৰাত কালীয়া নাগৰ মন্দিৰ দৰ্শন কৰাটো শুভ। এই মন্দিৰৰ বিশেষত্ব হ’ল কৃষ্ণৰ হাতৰ পৰা বাচিবলৈ কালীয়া নাগে যেতিয়া পলায়ন কৰিছিল তেতিয়া কৃষ্ণই তাক পাথৰলৈ ৰূপান্তৰ হ’বলৈ অভিশাপ দিয়ে। সেই পাথৰেই বিশেষ মন্দিৰটোত আছে। এই পাথৰ দৰ্শন কৰিলেও কালসৰ্প দোষ আঁতৰি যায়।

ৰূপ বা কাঁচৰ সামগ্ৰী অৰ্পণ কৰক
জন্মাষ্টমী পুজাত শ্ৰী কৃষ্ণক ৰূপ বা কাঁচৰে তৈয়াৰ কৰা গোলাকাৰ বস্তু নিবেদন কৰক। পুজাৰ পাছত এই সামগ্ৰী নিজৰ লগত ৰাখিবলৈ নাপাহৰিব। ইয়াৰ ফলত আপুনি কালসৰ্প দোষৰ পৰা মুক্তি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?
জীৱনশৈলী

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

March 24, 2026
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!
জীৱনশৈলী

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

March 24, 2026
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
ভাৰত

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

March 24, 2026
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…
জীৱনশৈলী

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

March 24, 2026
Next Post
‘জাৱান’ৰ জ্বৰ শ্বাহৰুখৰ গাতো! মাজনিশা অনুৰাগীৰ সৈতে মেছেজৰ ৰিপ্লাই কৰাত ব্যস্ত শ্বাহৰুখৰ বিশেষ স্ক্ৰিণশ্বট ভাইৰেল

'জাৱান’ৰ জ্বৰ শ্বাহৰুখৰ গাতো! মাজনিশা অনুৰাগীৰ সৈতে মেছেজৰ ৰিপ্লাই কৰাত ব্যস্ত শ্বাহৰুখৰ বিশেষ স্ক্ৰিণশ্বট ভাইৰেল

গতিৰ মাজতে ছেলফী তুলিলে আদিত্য এল-১য়ে… ছেলফীত দেখা গ’ল পৃথিৱী আৰু চন্দ্ৰকো

গতিৰ মাজতে ছেলফী তুলিলে আদিত্য এল-১য়ে... ছেলফীত দেখা গ’ল পৃথিৱী আৰু চন্দ্ৰকো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.