পলৰীয়া অগপ নেতা ডাঃ কমলা কলিতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ। প্ৰতিবাদী সমদল বিজেপিৰ দক্ষিণ কামৰূপ জিলা যুৱ মর্চাৰ। কোনো কাৰণতে ‘মিথ্যাচাৰী’ কমলা কলিতাক পলাশবাৰী এৰি নিদিয়াৰ হুংকাৰ।