• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহিয়েই এলনে সলালে নিয়ম! টুইটাৰত খোল খাব কংগনা ৰাণাৱটৰ একাউণ্ট…

আহিয়েই এলনে সলালে নিয়ম! টুইটাৰত খোল খাব কংগনা ৰাণাৱটৰ একাউণ্ট…

3 years ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

26 minutes ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

2 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

2 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

4 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

4 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

5 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

6 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

6 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

7 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

7 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

আহিয়েই এলনে সলালে নিয়ম! টুইটাৰত খোল খাব কংগনা ৰাণাৱটৰ একাউণ্ট…

editor by editor
October 28, 2022
in চিনেমা, জীৱনশৈলী, প্ৰযুক্তি, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আহিয়েই এলনে সলালে নিয়ম! টুইটাৰত খোল খাব কংগনা ৰাণাৱটৰ একাউণ্ট…
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পিছতেই টুইটাৰত আহিছে এটাৰ পিছত আনটো সাল-সলনি। মাস্কে টুইটাৰ কিনিয়েই সকলোৰে বাবে উপযোগী হোৱাকৈ টুইটাৰত কিছু পৰিবৰ্তন অনাৰ কথা উল্লেখ কৰিছে। আনহাতে মাস্কে টুইটাৰৰ দায়িত্ব লোৱাৰ পিছতেই কংগনা ৰাণাৱটেও শ্বেয়াৰ কৰিছে এটা বিশেষ পষ্ট। য’ত কংগনাৰ এজন অনুৰাগীয়ে মাস্কক কংগনাৰ টুইটাৰ একাউণ্টটো খুলি দিবৰ বাবে আহ্বান জনাইছিল।

মৰণ হোমাৰ নামৰ অনুৰাগীজনে কংগনাৰ টুইটাৰ একাউণ্ট সন্দৰ্ভত মন্তব্য কৰি কয় যে, সকলোৰে বাক স্বাধীনতা আছে। বাক স্বাধীনতাত নাকি লগাবলৈ গৈ বন্ধ কৰা টুইটাৰ একাউণ্টটো খুলি দিয়ক। হেজটেগ এলন মাস্ক। মাস্কে টুইটাৰৰ চৰাইজনী উৰুৱাই দিয়াৰ পষ্টটোৰ সৈতে সংলগ্ন কৰি ইউজাৰগৰাকীয়ে লিখিছে, ‘মুক্ত হওক বাক স্বাধীনতাও’

উল্লেখ্য যে, ইউজাৰগৰাকীৰ এই পষ্টটোকেই কংগনাই ইনষ্টাগ্ৰাম ষ্টৰীত শ্বেয়াৰ কৰিছে। ইয়াৰোপৰিও কংগনাই আন এটা ষ্টৰীও শ্বেয়াৰ কৰিছে য’ত লিখা আছে ‘টুইটাৰৰ নতুন CEOএলন মাস্ক। মাস্কে দায়িত্ব লৈয়েই বাই বাই দিছে পৰাগ আগৰৱালক।’ পূৰ্বেও কংগনাই এলনৰ হৈ সময়ে সময়ে ইনষ্টাগ্ৰামত পষ্ট দি আহিছে। মাত্ৰ কেইটামান দিন পূৰ্বেই কংগনাই লিখিছিল, ‘এলন জাগ্ৰত হৈছে। তেওঁৰ লক্ষ্যত কোনে হেঙাৰ হ’বই নোৱাৰে। তেওঁ বুদ্ধিজীৱী। তেওঁৰ বিপক্ষে থকা মানুহক তেওঁ কাহানিও গুৰুত্ব নিদিয়েই। মূৰ্খলোকেহে এলনৰ বিপক্ষে থিয় দিয়ে।’

চলিত বছৰৰে মাৰ্চ মাহত কংগণা ৰানাৱটৰ টুইটাৰ একাউণ্টটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। টুইটাৰ লগ ইন কৰিবলৈ যাওঁতেই আহে ‘permanently suspended for repeated violations’ বুলি আহিছিল। কংগনাই ইয়াৰ কাৰণ জানিব বিচৰাত টুইটাৰৰ এজন মুখপাত্ৰই কংগনাক কৈছিল যে এই একাউণ্টটোৰ পৰা বাৰে বাৰে সমাজৰ ক্ষতি হোৱা পষ্ট শ্বেয়াৰ হয়। টুইটাৰে এই কাৰ্যকলাপক বাৰে বাৰে আৰু কৰিবলৈ সুযোগ নিদিয়ে। তেওঁলোকে কাৰো পক্ষপাতীৰে কাম কৰিব নোৱাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!
জীৱনশৈলী

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

April 10, 2026
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?
ক্ৰীড়া

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

April 10, 2026
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?
বিনোদন

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

April 10, 2026
Next Post
ৰঙৰ পূজাৰীজন গ’লগৈ! প্ৰেমৰ কথা ক’বলৈ, ‘চাৰমিনাৰ’ৰ পেকেটত ছবি আঁকিবলৈ নীলপৱন বৰুৱা আৰু নাই…

ৰঙৰ পূজাৰীজন গ’লগৈ! প্ৰেমৰ কথা ক’বলৈ, ‘চাৰমিনাৰ’ৰ পেকেটত ছবি আঁকিবলৈ নীলপৱন বৰুৱা আৰু নাই...

অমল প্ৰেমগাঁথা! চেনাই গুচি যোৱাৰ বাটেৰেই গ’লগৈ নীলপৱন বৰুৱা…

অমল প্ৰেমগাঁথা! চেনাই গুচি যোৱাৰ বাটেৰেই গ’লগৈ নীলপৱন বৰুৱা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.