• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমল প্ৰেমগাঁথা! চেনাই গুচি যোৱাৰ বাটেৰেই গ’লগৈ নীলপৱন বৰুৱা…

অমল প্ৰেমগাঁথা! চেনাই গুচি যোৱাৰ বাটেৰেই গ’লগৈ নীলপৱন বৰুৱা…

4 years ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

1 hour ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

2 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

2 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

2 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

3 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

3 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

9 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

9 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

10 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

11 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

12 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অমল প্ৰেমগাঁথা! চেনাই গুচি যোৱাৰ বাটেৰেই গ’লগৈ নীলপৱন বৰুৱা…

editor by editor
October 28, 2022
in অসম, গুৱাহাটী, জীৱনশৈলী, লেখা
0
অমল প্ৰেমগাঁথা! চেনাই গুচি যোৱাৰ বাটেৰেই গ’লগৈ নীলপৱন বৰুৱা…
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘যি ভালপোৱা নীলপৱন-দিপালীয়ে জানে সেই কথা তোমাক ভালপাও বুলি কোৱা বহুতেই নাজানে।’ ঠিকেই ভালপোৱা জানিছিল নব্বৈৰ দশকৰ এই প্ৰেমিক যুঁটিটোৱে। মটৰ নিউৰণ ৰোগত আক্ৰান্ত দিপালী বৰঠাকুৰক মৃত্যু পৰ্যন্ত ভালপোৱাৰে সামৰি ৰাখিছিল নীলপৱনে। বেলতলাৰ সৌৰভ নগৰৰ সেই বিশেষ ঘৰটোৰ পৰাই নীলপৱন-দিপালীয়ে বিলাইছিল প্ৰেমৰ সুবাস।

দিপালী বৰঠাকুৰৰ মৃত্যুৰ পূৰ্বেই এদিন এটা সাক্ষাৎকাৰত নীলপৱনে দিপালী বৰঠাকুৰৰ সন্দৰ্ভত কৈছিল, ‘মোতকৈ তেওঁহে আগত যোৱাটো বিচাৰো। মই আগেয়ে গ’লে তেওঁৰ যে বৰ আলাই-আথানি হ’ব।’ শিল্পী নীলপৱন বৰুৱাৰ কথা যেন সেইদিনা নেদেখাজনে শুনিছিল। তেওঁ বিচৰাটোৱেই হৈছিল। তেওঁতকৈ আগেয়ে গুচি গৈছিল নীলপৱনৰ প্ৰেয়সী তথা কোকিল কণ্ঠী গায়িকা দিপালী বৰঠাকুৰ।

বহু গীতৰ লগতে ‘চেনাই মই যাওঁদেই’ বুলি গীতত কণ্ঠ নিগৰোৱা দিপালী বৰঠাকুৰ গুচি গৈছিল ২০১৮ চনৰ ডিচেম্বৰৰ ২১ তাৰিখে। নেমকেয়াৰ হাস্পতালত বিদায় লৈছিল দিপালী বৰঠাকুৰে। আজীৱন একেলগে বাট বুলা প্ৰেমিক যুটিটোৰ বান্ধোন সেইদিনা মৃত্যুৱে চিঙিছিল। অকলশৰীয়া হৈছিল নীলপৱন বৰুৱা। লাহে লাহে স্মৃতিশক্তিও হেৰুৱাইছিল শিল্পী নীলপৱন বৰুৱাই। কথাবোৰ পাহৰা হৈছিল যদিও মনত কিন্তু সাঁচ বহুৱাই ৰৈছিল দিপালী বৰঠাকুৰৰ স্মৃতি। অলসভাৱে উকা ঘৰখনত দিনৰ পাছত দিন পাৰ হৈছিল। বাৰ্ধক্যইয়ো কোঙা কৰিছিল শিল্পী নীলপনল বৰুৱাক। কেনভাছত পৰশ দিবলৈ তুলি লৈছিল ৰঙ-তুলিকা কিন্তু বিফল হৈছিল বাৰে বাৰে শিল্পীগৰাকী। এদিন তেওঁ কৈয়েই পেলাইছিল, ‘সৃষ্টিও সময় নিৰ্ভৰশীল।’

আজি আজন্ম প্ৰেমিকজনো গ’লগৈ। শিল্পী নীলপৱন বৰুৱাই কেৱল ৰঙ-তুলিকাৰেই জীৱন্ত হৈ থাকিব এনে নহয়। অসমৰ প্ৰেমিক যুঁটিৰ কথা ক’লেও অসমবাসীৰ মনত দোলা দিব নীলপৱন-দিপালীয়ে। সৌৰভ নগৰৰ সেই গৃহই সোঁৱৰাই থাকিব ইয়াতেই জীৱন্ত হৈছিল আজন্ম এক প্ৰেম কাহিনী। যুগে যুগে অসমীয়াৰ প্ৰাণত জীঁপাল হৈয়েই থাকিব নীলপৱন-দিপালী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?
জীৱনশৈলী

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

October 10, 2026
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস
জীৱনশৈলী

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

October 10, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

October 10, 2026
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ
বিনোদন

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

October 10, 2026
Next Post
দিপালী-নীলপৱনৰ বিবাহ, এখন অসাধাৰণ প্ৰেম বিবাহ! সামাজিক মাধ্যমত এতিয়া কেৱল পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰেমিকজনৰ চৰ্চা

দিপালী-নীলপৱনৰ বিবাহ, এখন অসাধাৰণ প্ৰেম বিবাহ! সামাজিক মাধ্যমত এতিয়া কেৱল পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰেমিকজনৰ চৰ্চা

পুৱাৰ পৰাই দিপালী বাইদেউৰ গাত ত’ত নাই, ডাৱৰৰ ফাকেদি জুমি জুমি চাইছেগৈ বৈতৰণীৰ পাৰলৈ, আজি যে তেওঁ অহাৰ কথা

পুৱাৰ পৰাই দিপালী বাইদেউৰ গাত ত'ত নাই, ডাৱৰৰ ফাকেদি জুমি জুমি চাইছেগৈ বৈতৰণীৰ পাৰলৈ, আজি যে তেওঁ অহাৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.