• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিপালী-নীলপৱনৰ বিবাহ, এখন অসাধাৰণ প্ৰেম বিবাহ! সামাজিক মাধ্যমত এতিয়া কেৱল পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰেমিকজনৰ চৰ্চা

দিপালী-নীলপৱনৰ বিবাহ, এখন অসাধাৰণ প্ৰেম বিবাহ! সামাজিক মাধ্যমত এতিয়া কেৱল পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰেমিকজনৰ চৰ্চা

4 years ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

2 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

15 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

15 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

15 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

16 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

17 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

18 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

18 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

19 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

19 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

20 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দিপালী-নীলপৱনৰ বিবাহ, এখন অসাধাৰণ প্ৰেম বিবাহ! সামাজিক মাধ্যমত এতিয়া কেৱল পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰেমিকজনৰ চৰ্চা

editor by editor
October 28, 2022 - Updated on October 29, 2022
in অসম, গুৱাহাটী, জীৱনশৈলী, লেখা
0
দিপালী-নীলপৱনৰ বিবাহ, এখন অসাধাৰণ প্ৰেম বিবাহ! সামাজিক মাধ্যমত এতিয়া কেৱল পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰেমিকজনৰ চৰ্চা
0
SHARES
27.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই বিবাহ আছিল অসাধাৰণ। নীলপৱন বৰুৱাই দিপালী বৰঠাকুৰক বিয় কৰোৱাৰ প্ৰস্তাৱ লৈ কাষ চাপিছিল দিপালী বৰঠাকুৰৰ জেষ্ঠ ভাতৃ মহেন্দ্ৰ বৰঠাকুৰৰ। নীলপৱন বৰুৱাই সিদিনা দিপালী বৰঠাকুৰৰ ভাতৃক কৈছিল, ‘পোনা দা মই দিপালীক বিয়া কৰাব খোজোঁ’।

নীলপৱনে আগবঢ়োৱা প্ৰেমৰ প্ৰস্তাৱৰ কথা ক’বলৈ গৈ ভাতৃ মহেন্দ্ৰ বৰঠাকুৰেই সংবাদ মাধ্যমৰ সন্মুখত কৈছিল, ‘বিবাহৰ কথা কৈয়েই নীলই মোৰ মুখলৈ চাই আছিল। কেইমুহূৰ্তমান ময়ো চাই ৰৈছিলো নীল আৰু অক’ৰ (অৰ্কেন্দু বৰুৱা) মুখলৈ। দিপালী তেতিয়া আৰু গায়িকা দিপালী হৈ থকা নাছিল। খোজটোও ভালকৈ পেলাব নোৱাৰা অৱস্থা। নীলৰ হাতত তাই তুলিকাডালো তুলি দিব পৰা হৈ থকা নাছিল।’

সেইদিনা নীলপৱন বৰুৱাক দিপালী বৰঠাকুৰৰ ভাতৃয়ে আৱেগেৰে সিদ্ধান্ত নল’বলৈ পৰামৰ্শ আগবঢ়াইছিল। কৈছিল, ‘আৱেগ শেষ হৈ গ’লে তুমি যদি ‘ভুল কৰিলো’ বুলি নিজৰ কপালক দোষ দিয়া, তেনেহ’লে আমি কষ্ট পাম। তায়ো যদি ভাবিবলগীয়া হয় যে তুমি তাইক ‘অনুগ্ৰহ’ কৰিলা, ‘পুতৌ’ কৰিলা, তেনেহ’লে কথাটো মাৰাত্মক হ’ব। আকৌ এবাৰ ভাবি চোৱা। দিপালীৰ মতামতো আমি বিচাৰিব লাগিব।’

নীলপৱন বৰুৱাই সেইদিনাই সিদ্ধান্ত জনোৱা নাছিল। পিছদিনা সন্ধিয়া নীলপৱন বৰুৱা আৰু অৰ্কেন্দু বৰুৱা পুনৰ দিপালী বৰঠাকুৰৰ ঘৰত উপস্থিত হৈ জনাইছিল বিশেষ সিদ্ধান্তটোৰ কথা। কৈছিল এবাৰ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তত তেওঁ অটল।

উল্লেখ্য যে ১৯৭৬ চনৰ ৭ মাৰ্চত নীলপৱন বৰুৱা আৰু দিপালী বৰঠাকুৰে সংসাৰ আৰম্ভ কৰে। নীলপৱন বৰুৱাই প্ৰমাণ কৰি দেখুৱালে তেওঁ দায়িত্বহীন স্বামী নহয়। বৰং প্ৰতিটো ক্ষণত দিপালী বৰঠাকুৰৰ সুখ-দুখৰ প্ৰতি তেওঁ সজাগ হৈয়েই থাকিল। দিপালী বৰঠাকুৰে তেওঁক কি দিলে সেয়া কাহানিও নীলপৱন বৰুৱাই হিচাবেই নকৰিলে। কেৱল তেওঁ দিপালী বৰঠাকুৰক কি দিলে সেয়াহে তেওঁৰ বাবে প্ৰয়োজনীয় কথা হৈ ৰ’ল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?
শিক্ষা

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

August 23, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

August 23, 2026
Next Post
পুৱাৰ পৰাই দিপালী বাইদেউৰ গাত ত’ত নাই, ডাৱৰৰ ফাকেদি জুমি জুমি চাইছেগৈ বৈতৰণীৰ পাৰলৈ, আজি যে তেওঁ অহাৰ কথা

পুৱাৰ পৰাই দিপালী বাইদেউৰ গাত ত'ত নাই, ডাৱৰৰ ফাকেদি জুমি জুমি চাইছেগৈ বৈতৰণীৰ পাৰলৈ, আজি যে তেওঁ অহাৰ কথা

লক্ষ্য ১ লাখ নিযুক্তিৰ! ৬৫৫ গৰাকীক আজি কি কি বিভাগত দিব নিযুক্তি?

লক্ষ্য ১ লাখ নিযুক্তিৰ! ৬৫৫ গৰাকীক আজি কি কি বিভাগত দিব নিযুক্তি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.