• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লোকসভা নিৰ্বাচনত কঙ্গনা ৰানাউটৰ বিজয়ৰ সম্ভাৱনা কিমান? ব্যক্তিত্বই প্ৰভাৱ পেলাব ভোটযুদ্ধত বুলি কোনে কৰিছে দাবী?

2 years ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

19 minutes ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

45 minutes ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

1 hour ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

2 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

3 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

4 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

5 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লোকসভা নিৰ্বাচনত কঙ্গনা ৰানাউটৰ বিজয়ৰ সম্ভাৱনা কিমান? ব্যক্তিত্বই প্ৰভাৱ পেলাব ভোটযুদ্ধত বুলি কোনে কৰিছে দাবী?

editor by editor
March 28, 2024
in ভাৰত, ৰাজনীতি
0
লোকসভা নিৰ্বাচনত কঙ্গনা ৰানাউটৰ বিজয়ৰ সম্ভাৱনা কিমান? ব্যক্তিত্বই প্ৰভাৱ পেলাব ভোটযুদ্ধত বুলি কোনে কৰিছে দাবী?
0
SHARES
41
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চিনেমা জগতৰ দৰে ৰাজনীতিত সফল হ’ব পাৰিবনে বলীউড কুইন কংগনা ৰানাওট? এই প্ৰশ্ন এতিয়া বহুতেই উত্থাপন কৰিছে। হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা কেন্দ্ৰৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দিতাত নামিছে কংগনা ৰানাউট। বলীউডত নিজৰ অভিনয় দক্ষতাৰে স্থান দখল কৰা কংগনা বহু সময়ত বহু মন্তব্যৰে বিতৰ্কতো সোমাই পৰিছে। ভোটযুদ্ধত নামি এইবাৰ দিল্লী যাত্ৰা কৰিব পাৰিবনে কংগনাই? কংগনাৰ ৰাজনৈতিক কেৰিয়াৰ সম্পৰ্কে জ্যোতিষবীদে কৰিছে বিশেষ ভৱিষ্যতদ্বাণী।

কঙ্গনাৰ জন্মছক
হিমাচল প্ৰদেশৰ মাণ্ডি জিলাত ১৯৮৭ চনৰ ২৩ মাৰ্চত জন্মগ্ৰহণ কৰিছিল কঙ্গনা ৰানাউটে। তেওঁ মিথুন ৰাশিৰ জাতক। তেওঁৰ জন্মছকত অধিপতি গ্ৰহ বুধ ভাল অৱস্থানতেই আছে। সপ্তম ঘৰত চন্দ্ৰই অৱস্থান কৰাৰ লগতে দশম ঘৰত অৱস্থিত সূৰ্য। চন্দ্ৰৰ শুভ অৱস্থানে তেওঁৰ ব্যক্তিত্ব আকৰ্ষণীয় কৰি তুলিছে। ইয়াৰোপৰি সূৰ্যৰ শুভ অৱস্থানৰ প্রভাৱত নিজৰ কামত সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰোপৰি সূৰ্যৰ প্ৰভাৱে তেওঁক জেদী আৰু শক্তিশালী মানসিকতাৰ অধিকাৰী কৰি তুলিছে। কঙ্গনাৰ জন্মছকৰ দশম ঘৰত বৃহস্পতি আৰু সূৰ্যৰ মিলনত গঠিত হৈছে ৰাজলক্ষণ যোগ। এই যোগে ধৰ্মীয় কাম আৰু ৰাজনীতিত ভাল ফল দিব। ইয়াৰোপৰি ৰাহুৰ অৱস্থানে ৰাজনীতিত সফল হোৱাত সহায় কৰিব কঙ্গনাক।

কি হ’ব লোকসভা নিৰ্বাচনত?
এপ্ৰিলৰ পৰা সূৰ্যৰ অন্তৰ্দশা আৰু মঙ্গলৰ মহাদশাৰ মাজত থাকিব কঙ্গনা। এই সময় চলিব আগষ্ট মাহ পৰ্যন্ত। এই সময়ৰ মাজত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ ফলাফলো ঘোষণা কৰা হ’ব। অন্তৰ্দশাত সূৰ্য কোষ্ঠীৰ দশম ঘৰত শক্তিশালী স্থানত আছে। সূৰ্যৰ এই দশাই কঙ্গনাক ৰাজকীয় ক্ষমতা দিব পাৰে। ইয়াৰোপৰি মঙ্গল আৰু সূৰ্যৰ যৌথ দশাই কঙ্গনা ৰানাওটৰ জয়ৰ সম্ভাৱনা প্ৰৱল কৰি তুলিছে। কেৱল সেয়াই নহয় নিৰ্বাচনত জয়ী হৈ তেওঁ দায়িত্বও পাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal of AssambjpBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
মহাকাশত ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ ভাৰতৰ! গোপনে ধ্বংস কৰিছিল নিজৰেই এটা উপগ্ৰহ, আঁৰৰ কাৰণ জানেনে?

মহাকাশত 'ছাৰ্জিকেল ষ্ট্ৰাইক’ ভাৰতৰ! গোপনে ধ্বংস কৰিছিল নিজৰেই এটা উপগ্ৰহ, আঁৰৰ কাৰণ জানেনে?

আজিকোপতি নাই নিজা এখন বাহন, অৰ্থৰ অভাৱতেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা নাই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন