• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰণবীৰ কাপুৰৰ পাছতেই কপিল শৰ্মা, হীনা খানক EDৰ তলব! নজৰত ১০০তকৈয়ো অধিক বলীউড তাৰকা

ৰণবীৰ কাপুৰৰ পাছতেই কপিল শৰ্মা, হীনা খানক EDৰ তলব! নজৰত ১০০তকৈয়ো অধিক বলীউড তাৰকা

3 years ago
অসমীয়া জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, পৰিছে শোকৰ ছাঁ!

অসমীয়া জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, পৰিছে শোকৰ ছাঁ!

17 minutes ago
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

মহিলাসকললৈ দীপাৱলীৰ উপহাৰ, ১১০০ কোটি টকাৰ কল্যাণমূলক সাহায্য!

47 minutes ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

ধনতেৰছৰ পূৰ্বে ঘটিব মহাজাগতিক পৰিঘটনা, সলনি হ’ব জীৱন!

2 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

CJM আদালতৰ নিৰ্দেশ, জে’ললৈ প্ৰেৰণ হোটেল বিলাস ইন ঘটনাৰ মূল অভিযুক্ত ঘনকান্তক

2 hours ago
নৱেম্বৰ মাহত কপাল ফুলিব ৩ ৰাশিৰ, হোৰাহোৰে বাঢ়িব বেংক বেলেঞ্চ!

নৱেম্বৰ মাহত কপাল ফুলিব ৩ ৰাশিৰ, হোৰাহোৰে বাঢ়িব বেংক বেলেঞ্চ!

2 hours ago
Science Facts: কেঁচিৰ ডিজাইনৰ আঁৰৰ ৰহস্য, কিয় সৰু ডাঙৰ থাকে হেণ্ডেলৰ ফুটা?

Science Facts: কেঁচিৰ ডিজাইনৰ আঁৰৰ ৰহস্য, কিয় সৰু ডাঙৰ থাকে হেণ্ডেলৰ ফুটা?

3 hours ago
বৈবাহিক জীৱনত শাৰীৰিক সম্পৰ্কই মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায় নেকি?

বৈবাহিক জীৱনত শাৰীৰিক সম্পৰ্কই মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায় নেকি?

5 hours ago
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো কিয় বিশেষ, ৩ নৱেম্বৰৰ বিশেষত্ব জানক

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো কিয় বিশেষ, ৩ নৱেম্বৰৰ বিশেষত্ব জানক

6 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত, ভয়ত কঁপি উঠিল জনতা

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যৰ চাবি খুলিব ৪ ৰাশিৰ! আপুনিও নেকি সেই ভাগ্যৱান ৰাশি?

7 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হনুমানৰ আশীৰ্বাদত উজলিব ৫ ৰাশিৰ ভাগ্য, জানক আজিৰ দিনটোৰ ৰাশিফল

7 hours ago
ৰে’লৰ শেষৰটো ডবাত কিয় থাকে ‘X’ চিহ্ন?

ৰে’লৰ শেষৰটো ডবাত কিয় থাকে ‘X’ চিহ্ন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ৰণবীৰ কাপুৰৰ পাছতেই কপিল শৰ্মা, হীনা খানক EDৰ তলব! নজৰত ১০০তকৈয়ো অধিক বলীউড তাৰকা

editor by editor
October 6, 2023
in চিনেমা, বিনোদন, ভাৰত
0
ৰণবীৰ কাপুৰৰ পাছতেই কপিল শৰ্মা, হীনা খানক EDৰ তলব! নজৰত ১০০তকৈয়ো অধিক বলীউড তাৰকা
0
SHARES
679
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰণবীৰ কাপুৰৰ পাছত এইবাৰ কপিল শৰ্মা, হুমা কুৰেছিক তলব ইডিৰ। অনলাইন বেটিং এপ ইউজ কৰিয়েই ইডিৰ ৰোষত পৰিছে এইসকল বলীউড তাৰকা। অভিযোগ অনুসৰি অনলাইন জুৱাৰ প্ৰমোছনো কৰিছে এইসকল বলীউড তাৰকাই। ইয়াৰোপৰি বেটিং এপৰ প্ৰচাৰৰ বাবে ধনো লৈছিল এইকেইগৰাকী অভিনেতাই। বলীউডৰ জনপ্ৰিয় অভিনেতাক তলব কৰাৰ পাছতেই সমগ্ৰতে চলিছে চৰ্চা।

সূত্ৰৰ খবৰ অনুসৰি EDৰ দৃষ্টিত আছে কেইবাগৰাকীও বলীউড তাৰকা। উদ্যোগপতিসহ মুঠ ১০০ জন লোক এতিয়া ইডিৰ নজৰত। আটাইকেইগৰাকীৰ বিৰুদ্ধেই আছে আৰ্থিক লেনদেনৰ গুৰুতৰ অভিযোগ। ED সূত্ৰৰ খবৰ অনুসৰি ছত্তিছগড়ৰ বাসিন্দা সৌৰভ চন্দ্ৰকৰাৰ, ৰবী ওপ্পল ডুবাইকে ধৰি কেইবাজনো অভিনেতাই এই অনলাইন জুৱাত অভ্যস্ত। কপিল শৰ্মা, হীনা খান, হুমা কুৰেছি, টইগাৰ শ্ৰফ, ছানি লিওনি, নেহা কক্কৰ, আতিফ আছলাম, ৰাহত ফতে আলি খান, আলি আছগৰ, বিশাল দাদলানী, এল্লি এভৰম, ভাগ্যশ্ৰী, কৃতী খাৰবান্দা, নুচৰত ভাৰুছা, কৃষ্ণা অভিষেক আৰু সুখবিন্দৰ সিঙ এতিয়া ইডিৰ নজৰত। আটাইকেইগৰাকী অভিনেতাকেই চমন পঠিয়াইছে ইডিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমীয়া জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, পৰিছে শোকৰ ছাঁ!
অসম

অসমীয়া জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, পৰিছে শোকৰ ছাঁ!

November 3, 2026
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা
ভাৰত

মহিলাসকললৈ দীপাৱলীৰ উপহাৰ, ১১০০ কোটি টকাৰ কল্যাণমূলক সাহায্য!

November 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো কিয় বিশেষ, ৩ নৱেম্বৰৰ বিশেষত্ব জানক
জীৱনশৈলী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো কিয় বিশেষ, ৩ নৱেম্বৰৰ বিশেষত্ব জানক

November 3, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
ভাৰত

পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত, ভয়ত কঁপি উঠিল জনতা

November 3, 2026
Next Post
মৃত্যুৰ পূৰ্বে এই ৫ উপদেশ দিছিল দশানন ৰাৱণে, ৰাৱণৰ এই উপদেশ আজিও কিয় চৰ্চাত

মৃত্যুৰ পূৰ্বে এই ৫ উপদেশ দিছিল দশানন ৰাৱণে, ৰাৱণৰ এই উপদেশ আজিও কিয় চৰ্চাত

নাৰী স্বাধীনতাৰ কথা কৈ কাৰাবন্দী হোৱা ইৰাণী যুৱতী নাৰ্গিছলৈ ২৩ বর্ষৰ শান্তিৰ নোবেল

নাৰী স্বাধীনতাৰ কথা কৈ কাৰাবন্দী হোৱা ইৰাণী যুৱতী নাৰ্গিছলৈ ২৩ বর্ষৰ শান্তিৰ নোবেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.