• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুৰ পূৰ্বে এই ৫ উপদেশ দিছিল দশানন ৰাৱণে, ৰাৱণৰ এই উপদেশ আজিও কিয় চৰ্চাত

মৃত্যুৰ পূৰ্বে এই ৫ উপদেশ দিছিল দশানন ৰাৱণে, ৰাৱণৰ এই উপদেশ আজিও কিয় চৰ্চাত

3 years ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

3 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

4 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

4 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

5 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

6 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

7 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

7 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

8 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

9 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

10 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

10 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মৃত্যুৰ পূৰ্বে এই ৫ উপদেশ দিছিল দশানন ৰাৱণে, ৰাৱণৰ এই উপদেশ আজিও কিয় চৰ্চাত

editor by editor
October 6, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
মৃত্যুৰ পূৰ্বে এই ৫ উপদেশ দিছিল দশানন ৰাৱণে, ৰাৱণৰ এই উপদেশ আজিও কিয় চৰ্চাত
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাক্ষককূলৰ ৰজা আছিল ৰাৱণ। সেই যুগত তেওঁৰ দৰে শক্তিশালী ক্ষমতাধৰ মানুহ কোনো নাছিল। সেই কাৰণেই তেওঁক লংকাধিপতি দশানন বুলিও কোৱা হয়। লংকাৰ অধিপতি ৰাৱণ আছিল বিপুল শক্তিধৰ, সুদক্ষ যোদ্ধা আৰু শিৱভক্ত। ইয়াৰোপৰি তেওঁ আছিল এগৰাকী জ্ঞানী তথা বেদজ্ঞ পণ্ডিতো। ইমান গুণ থকা সত্ত্বেও কেৱলমাত্ৰ অহংকাৰেই ধ্বংস কৰিছিল লংকাধীপতি ৰাৱনক।

জৈন ধৰ্মতো ৰাৱণৰ কথা উল্লেখ আছে। জৈন শাস্ত্ৰ অনুসৰি ৰাৱণৰ প্ৰতি-নাৰায়ণ বুলিও কোৱা হয়। সেয়ে জৈন ধৰ্মৰ ৬৮ শলাকাৰ মাজত ৰাৱণৰ নাম পোৱা যায়। প্ৰৱল শক্তিশালী আৰু বেদজ্ঞ পণ্ডিত হোৱাৰ ওপৰিও ৰাৱণে তন্ত্ৰ-মন্ত্ৰ, জাদু আদিও জানিছিল। ৰাৱণৰ পুষ্পক ৰথ আকাশতো উৰিব পাৰিছিল। ইয়াৰোপৰি এই পুষ্পক ৰথকেই বিশ্বৰ প্ৰথম বিমান বুলিও কোৱা হয়। ৰাৱণ ইমান গুণবান আৰু বিদ্বান আছিল যে তেওঁ যেতিয়া মৃত্যুশয্যাত পৰিছিল তেতিয়া ভাতৃ লক্ষ্মণক ৰামে ৰাৱণৰ কাষলৈ পঠিয়াইছিল। ৰাৱণ ৰামৰ সকলোতকৈ ডাঙৰ শত্ৰু হ’লে ৰাৱণৰ গুণ আৰু পাণ্ডিত্যক ৰামেও সন্মান কৰিছিল। সেয়ে ৰামে ভাতৃ লক্ষ্মণক কৈছিল যে মৃত্যুশয্যাত থকা ৰাৱণৰ পৰা উপদেশ গ্ৰহণ কৰিবলৈ তেওঁৰ কাষলৈ যোৱা।

মৃত্যুৰ পূৰ্বে লক্ষ্মণক কি কি পৰামৰ্শ দি গৈছিল ৰাৱণে?

ৰাৱণে লক্ষ্মণক কৈছিল, ‘যদি কোনো শুভ আৰু ভাল কাম কৰিব খোজা তেন্তে আগতেই মনস্থিৰ কৰা। শুভ কামত কাহানিও দেৰী নকৰিব। কাৰণ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে সময়। আমি নাজানো আমাৰ জীৱনৰ শেষ সময় কেতিয়া আহিব। বহু সময়ত আমি এলেহুৱা ভাৱ পোষণ কৰি কাম পেলাই থওঁ। সেয়ে আমি বহু কামত পিছপৰি থাকো। নিজৰ শক্তি আৰু ক্ষমতাক লৈ কাৰোৱে অতিৰিক্ত অহংকাৰ থকা উচিত নহয়। নিজৰ ক্ষমতাৰ দম্ভত অন্ধ হৈ থাকিলে আমি শত্ৰুক দুৰ্বল জ্ঞান কৰি পেলাও। সেয়াই আমাৰ জীৱনৰ ডাঙৰ ভুল।

ৰাৱণৰ দ্বিতীয়টো উপদেশ আছিল, ‘নিজৰ সঠিক বন্ধু আৰু শত্ৰুক চিনি পোৱাটো অত্যন্ত জৰুৰী। বহু সময়ত আমি আমাৰ শত্ৰুক বন্ধু ভাৱি ভুল কৰি পেলাওঁ। পাছত যেতিয়া সেই কথা গম পাওঁ তেতিয়ালৈ আমাৰ বহু ক্ষতিও হয়। আৰু যাক আমি শত্ৰু ভাৱি দূৰত ৰাখো তেনে লোকেই আমাৰ উপকাৰী বন্ধু হৈ পৰে। নিজৰ জীৱনৰ গভীৰ গোপন সত্য কেতিয়াও কোৱা উচিত নহয়। তেওঁলোক আপোনাৰ আপোনেই হওক বা শত্ৰুৱেই হওক। বিভীষণ মোৰ শুভাকাঙ্খী আছিল। মোৰ শুভাকাঙ্খী বাবেই মই বিভীষণক মোৰ কেতিয়া মৃত্যু হ’ব সেই কথা কৈছিলো। কিন্তু বিভীষণে সেই কথা ৰামক ক’লেগৈ। সেয়াই মোৰ ধ্বংসৰ কাৰণ।

লক্ষ্মণক দিয়া ৰাৱণৰ শেষ উপদেশ হৈছে, ‘কোনো নাৰীৰ ফালে কাহানিও বেয়া দৃষ্টি নিদিব। কাৰণ নাৰীৰ প্ৰতি দিয়া বেয়া দৃষ্টিয়েই ধ্বংস নিশ্চিত কৰিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ
বাণিজ্য

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

August 22, 2026
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ
জীৱনশৈলী

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

August 22, 2026
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা
অসম

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

August 22, 2026
Next Post
নাৰী স্বাধীনতাৰ কথা কৈ কাৰাবন্দী হোৱা ইৰাণী যুৱতী নাৰ্গিছলৈ ২৩ বর্ষৰ শান্তিৰ নোবেল

নাৰী স্বাধীনতাৰ কথা কৈ কাৰাবন্দী হোৱা ইৰাণী যুৱতী নাৰ্গিছলৈ ২৩ বর্ষৰ শান্তিৰ নোবেল

এইবাৰ কি বাহনেৰে মৰ্ত্যলৈ আহিব মা দুৰ্গা? ৰাজনৈতিক অস্থিৰতা, সামাজিক অস্থিৰতা বঢ়াৰ পূৰ্ণ সম্ভাৱনা আছে নেকি?

এইবাৰ কি বাহনেৰে মৰ্ত্যলৈ আহিব মা দুৰ্গা? ৰাজনৈতিক অস্থিৰতা, সামাজিক অস্থিৰতা বঢ়াৰ পূৰ্ণ সম্ভাৱনা আছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.