• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ কি বাহনেৰে মৰ্ত্যলৈ আহিব মা দুৰ্গা? ৰাজনৈতিক অস্থিৰতা, সামাজিক অস্থিৰতা বঢ়াৰ পূৰ্ণ সম্ভাৱনা আছে নেকি?

এইবাৰ কি বাহনেৰে মৰ্ত্যলৈ আহিব মা দুৰ্গা? ৰাজনৈতিক অস্থিৰতা, সামাজিক অস্থিৰতা বঢ়াৰ পূৰ্ণ সম্ভাৱনা আছে নেকি?

3 years ago
বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

34 minutes ago
পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

1 hour ago
ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

2 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

2 hours ago
ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

3 hours ago
ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

3 hours ago
১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

5 hours ago
দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

5 hours ago
ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

6 hours ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

17 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

19 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ কি বাহনেৰে মৰ্ত্যলৈ আহিব মা দুৰ্গা? ৰাজনৈতিক অস্থিৰতা, সামাজিক অস্থিৰতা বঢ়াৰ পূৰ্ণ সম্ভাৱনা আছে নেকি?

editor by editor
October 6, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
এইবাৰ কি বাহনেৰে মৰ্ত্যলৈ আহিব মা দুৰ্গা? ৰাজনৈতিক অস্থিৰতা, সামাজিক অস্থিৰতা বঢ়াৰ পূৰ্ণ সম্ভাৱনা আছে নেকি?
0
SHARES
9.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃআগন্তুক ২০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব দুৰ্গাপুজা। ২০ অক্টোবৰত মহাষষ্ঠী। ইয়াৰপাছতে ক্ৰমে ২১ অক্টোবৰত সপ্তমী, ২২ অক্টোবৰত অষ্টমী, ২৩ অক্টোবৰত নৱমী আৰু ২৪ অক্টোবৰত বিজয়া দশমী। সেইদিনাই মৰ্ত্যলোক এৰি পুত্ৰ-কন্যাসহ কৈলাশলৈ উভতি যাব দেৱী দুৰ্গা। ইতিমধ্যে বিভিন্নস্থানত বহু পুজা কমিটিয়ে আৰম্ভ কৰিছে মন্দিৰ সজাৰ যো-জা। কুমাৰসকলেও মূৰ্তী নিৰ্মাণৰ কাম ইতিমধ্যে হাতত ল’বলৈ আৰম্ভ কৰিছে।

১৪ অক্টোবৰত মহালয়া। মহালয়াৰ পৰাই দেৱীপক্ষ আৰম্ভ হয়। দুৰ্গাৰ আগমন আৰু প্ৰস্থানক লৈ বহু প্ৰবাদ আমাৰ সমাজত প্ৰচলিত হৈ আছে। দেৱী দুৰ্গা আৰু তেওঁৰ পুত্ৰ-কন্যাৰ নিজস্ব বাহন থাকিলেও মৰ্তলৈ আগমন আৰু প্ৰস্থানত সেই বাহন ব্যৱহাৰ নকৰে দেৱীয়ে। হিন্দুশাস্ত্ৰ অনুযায়ী, দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ বাহনেই নিৰ্ণয় কৰে মৰ্তবাসীৰ বছৰটো কেনেদৰে যাব। প্ৰতিবছৰে দুৰ্গাৰ আগমন আৰু প্ৰস্থান সাধাৰণতে একেই বাহন নহয়। যদি কোনো দেৱীৰ আগমন আৰু প্ৰস্থানৰ বাহন একেই হয় তেন্তে সেই কথাই অশুভ ইংগিত বহন কৰে। এই বৰ্ষত দেৱীৰ অহা-যোৱা বাহন একেখনেই। দেৱীৰ আগমনো ঘোঁৰাত আৰু প্ৰস্থানো ঘোঁৰাতেই হ’ব। ফলত আগন্তুত এবছৰ মৰ্তবাসীৰ মাজত অশুভ প্ৰভাৱ থাকিব।

পঞ্জিকা অনুসৰি পুজাৰ সপ্তমীত দেৱীৰ আগমন হয়। আৰু গমন হয় দশমীত। এই দুুই দিন সপ্তাহৰ কি কি বাৰ পৰে সেই বিষয়টোৰ ওপৰতেই নিৰ্ভৰ কৰে দেৱীৰ বাহন কি হ’ব। শাস্ত্ৰ অনুসৰি সপ্তমী, ৰবি আৰু সোমবাৰ হ’লে দেৱীৰ বাহন হয় গজ বা হাতী। সপ্তমী শনি বা মঙলবাৰ দৰে দেৱীৰ বাহন হয় ঘোঁৰা। সপ্তমী বৃহস্পতিবাৰ বা শুকুৰবাৰ হ’লে দেৱীৰ বাহন হয় দোলা বা পাল্কি। সপ্তমী বুধবাৰ হ’লে দেৱীৰ বাহন হয় নৌকা। একেদৰে দশমী দেওবাৰ বা সোমবাৰ হ’লে দেৱীৰ বাহন হয় গজ বা হাতী। দশমী শনিবাৰ বা মঙলবাৰ হ’লে দেৱীয়ে ঘোঁৰাত বিদায় লয়। দশমী বৃহস্পতিবাৰ বা শুকুৰবাৰ হ’লে দেৱীৰ গমন হয় দোলাত। আৰু দশমী বুধবাৰ হ’লে দেৱীয়ে নৌকাত গমন কৰে।

এই বৰ্ষত ২১ অক্টোবৰত সপ্তমী। সপ্তমী পৰিছে শনিবাৰে। অৰ্থাৎ এইবাৰ দুৰ্গাৰ আগমন হ’ব ঘোঁৰাত। আগন্তুক ২৪ অক্টোবৰ মঙলবাৰে বিজয়া দশমী। মা দুৰ্গাই পুত্ৰ-কন্যাসহ কৈলাশলৈ উভতি যাব ঘোঁৰাৰ পিঠিতেই। শাস্ত্ৰমতে দুৰ্গা যদি ঘোঁৰাত যায় তেন্তে “ছত্র ভঙ্গ স্তুৰঙ্গমে” অৰ্থাৎ সামাজিক, ৰাজনৈতিক আৰু সামৰিক অস্থিৰতা বৃদ্ধি পাব। ইয়াৰ ফলত ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ মাজত যুদ্ধ চলিব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত ধ্বংস বা অস্থিৰতাই বিৰাজ কৰিব। এক কথাত ‘ছত্রভঙ্গম’।

উল্লেখ্য যে গজ অৰ্থাৎ হাতী দেৱীৰ উৎকৃষ্ট বাহন। দেৱীৰ আগমন বা গমন হাতীত হ’লে মৰ্ত্যলোক সুখ-শান্তি-সমৃদ্ধিৰে ভৰি পৰে। ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয়। পৰিশ্ৰমৰ সুফল পায় মৰ্তলোকৰ অধিবাসীগণে। অতিবৃষ্টি আৰু অনাবৃষ্টি নহয়, যিমান পৰিমানৰ বৰ্ষণৰ প্ৰয়োজন সিমানেই হয়। সপ্তমী বা দশমী যদি বৃহস্পতিবাৰ বা শুকুৰবাৰে হয় তেন্তে দেৱীৰ দোলাত আগমন হয়। ফলত “দোলায়াং মকৰং ভবৎ” অৰ্থাৎ মহামাৰী, ভূমিকম্প, খৰাং, যুদ্ধ আৰু অতিমৃত্যুৰ লক্ষণ। দোলা বা পালকিত সূচিত হয় ভয়ংকৰ মহামাৰী। বিপুল প্ৰাণহানী অনিবাৰ্য। সপ্তমী বা দশমী বুধবাৰ হ’লে দেৱীয়ে নৌকাত অহা-যোৱা কৰে। ফলত “শস্য বুদ্ধিস্তথাজলম”। অৰ্থাৎ প্ৰৱল বান বা খৰাং হ’ব পাৰে। নৌকাত আগমনে মৰ্তবাসীৰ মনোকামনা পূৰণ কৰে। ধৰিত্ৰী শস্য-শ্যামলা হৈ উঠে। কিন্তু ইয়াৰ সৈতে অতি বৃষ্টিৰ ফলত বানৰ আশংকা বৃদ্ধি কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু
বিনোদন

বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

October 31, 2026
পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ
অপৰাধ

পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

October 31, 2026
ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!
বাণিজ্য

ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

October 31, 2026
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী
অসম

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

October 31, 2026
Next Post
অন্য লোকৰ দ্বাৰা সহজেই প্ৰতাৰিত হয় এই ৪ ৰাশিৰ ব্যক্তি

অন্য লোকৰ দ্বাৰা সহজেই প্ৰতাৰিত হয় এই ৪ ৰাশিৰ ব্যক্তি

গৰ্বিত সমগ্ৰ দেশ! জাপানক হৰুৱাই এছিয়ান গেমছত স্বৰ্ণ জয় ভাৰতীয় হকী দলৰ

গৰ্বিত সমগ্ৰ দেশ! জাপানক হৰুৱাই এছিয়ান গেমছত স্বৰ্ণ জয় ভাৰতীয় হকী দলৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.