• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰ্বিত সমগ্ৰ দেশ! জাপানক হৰুৱাই এছিয়ান গেমছত স্বৰ্ণ জয় ভাৰতীয় হকী দলৰ

গৰ্বিত সমগ্ৰ দেশ! জাপানক হৰুৱাই এছিয়ান গেমছত স্বৰ্ণ জয় ভাৰতীয় হকী দলৰ

3 years ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

25 minutes ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

1 hour ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

2 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

3 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

3 hours ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

4 hours ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

5 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

6 hours ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

17 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

18 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

18 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

গৰ্বিত সমগ্ৰ দেশ! জাপানক হৰুৱাই এছিয়ান গেমছত স্বৰ্ণ জয় ভাৰতীয় হকী দলৰ

editor by editor
October 6, 2023
in ক্ৰীড়া, ভাৰত
0
গৰ্বিত সমগ্ৰ দেশ! জাপানক হৰুৱাই এছিয়ান গেমছত স্বৰ্ণ জয় ভাৰতীয় হকী দলৰ
0
SHARES
303
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এছিয়ান গেমছত ভাৰতীয় পুৰুষ হকী দলৰ অভাৱনীয় সাফল্য। ফাইনেল মেচত জাপানৰ বিৰুদ্ধে নামিছিল ভাৰতীয় পুৰুষ হকীৰ দলটো। এই মেচত টিম ইণ্ডিয়াই ৫-১ ব্যৱধানত জয়লাভ কৰি দেশলৈ আঁজুৰি আনিলে সোণ। ভাৰতীয় দলটোত আছিল মনদীপ সিং, হৰমপ্ৰীত সিং আৰু অমিত ৰোহিদাস। ভাৰতীয় হকীদলৰ সাফল্যই সমগ্ৰ দেশকেই গৌৰৱাম্বিত কৰিছে বুলি বহুকেইগৰাকী ক্ৰীড়াপ্ৰেমীয়েই শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট।

এছিয়ান গেমছত এতিয়ালৈকে ভাৰতীয় হকী দলটোৱে ১২ খনকৈ মেচ খেলিছে। ইয়াৰমাজত তিনিখন মেচহে জিকিবলৈ সক্ষম হৈছে ভাৰতীয় হকী দলে। ফলত এইবাৰ ফাইনেল মেচ আৰম্ভ হোৱাৰ পূৰ্বলৈকে কোনোৱেই বৰ বেছি আশা কৰা নাছিল। চৰ্চাও হোৱা নাছিল ভাৰতীয় হকী দলটোৰ। কাৰণ জাপানৰ দলটো যথেষ্ট শক্তিশালী। মেচৰ আৰম্ভনিতো ভাৰতক যথেষ্ট প্ৰত্যাহ্বান জনাইছিল জাপানৰ দলটোৱে। প্ৰথম কোৱাৰ্টাৰ ভাৰতীয় দলটোৱে এটাও গল দিবলৈ সক্ষম নোহোৱাৰ বাবে সকলোৱেই নিৰাশ হৈ পৰিছিল। হকীত এইবাৰো ভাৰতে পদক আনিব নোৱাৰিব। কিন্তু দ্বিতীয় কোৱাৰ্টাৰৰ পৰা আৰম্ভ হয় ভাৰতীয় দলৰ গল। ২৫ মিনিটত মনপ্ৰীতে দিয়া ৰিভাৰ্ছ হিট ৰখোৱাৰ ক্ষমতা হেৰুৱাই জাপানী গলৰক্ষকে। প্ৰথমে মেচ এম্পায়াৰে এই গলটোক লৈ সন্দেহ কৰিছিল। সেয়ে আকৌ এবাৰ এই শ্বট পৰীক্ষা কৰে। কোনো খুঁত ওলিয়াব নোৱাৰাত এই গল মানি লবলৈ বাধ্য হয় গলৰক্ষকেও।

মেচৰ তৃতীয় কোৱাৰ্টাৰ আৰম্ভণিতে দ্বিতীয়টো গল দিয়ে হৰমনপ্ৰীত সিঙে। জাপানৰ হকী খেলুৱৈ মাছাকিৰ ভৰিত বল লগাৰ বাবে পেনাল্টী কৰ্ণাৰ লাভ কৰে ভাৰতে। সেই সুযোগতেই হৰমপ্ৰীত সিঙে দিয়ে দ্বিতীয়টো গল। এছিয়ান গেমছৰ ইতিহাসত ভাৰতৰ হাতত আজিলৈকে বিজয় সাব্যস্ত কৰিব পৰা নাই জাপানৰ দলে। এইবাৰো ইতিহাসৰ পুনৰাবৃত্তি হৈয়েই ভাৰতীয় দলটোৰ হাতত পৰাস্ত হৈছে জাপানৰ দল। ভাৰতে চতুৰ্থ গল দিছিল ৪৮ মিনিটত। ৫৯ মিনিটত আকৌ এবাৰ পেনাল্টী কৰ্ণাৰ লাভ কৰে ভাৰতীয় হকী দলে। শেষৰতো গলো হৰমপ্ৰীত সিঙেই দিয়ে। এই মেচ জয়লাভেৰে ভাৰতীয় হকী দলে অলিম্পিকৰ বাবে সুযোগ লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?
অসম

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

May 25, 2026
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!
ক্ৰীড়া

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

May 24, 2026
নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি
জীৱনশৈলী

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

May 23, 2026
জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 23, 2026
Next Post
কালীপূজাৰ আগে আগেই ভাঙিব কেতু-মঙলৰ অশুভ যুঁটি! দীপাৱলীত টকাই টকা আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ

কালীপূজাৰ আগে আগেই ভাঙিব কেতু-মঙলৰ অশুভ যুঁটি! দীপাৱলীত টকাই টকা আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ

‘হিজাবহীন’ ভাৱে ওলাই যোৱাটোৱেই কাল হ’ল! ক’মাত কিশোৰী, ইৰাণৰ আৰক্ষীলৈ কিয় উঠিছে আঙুলি?

'হিজাবহীন’ ভাৱে ওলাই যোৱাটোৱেই কাল হ’ল! ক’মাত কিশোৰী, ইৰাণৰ আৰক্ষীলৈ কিয় উঠিছে আঙুলি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.