• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিজাব বিতৰ্ক : কৰ্ণাটক উচ্চ ন্যায়ালয়ত মুখথেকেচা হিজাব সমৰ্থনকাৰী শিক্ষাৰ্থী

হিজাব বিতৰ্ক : কৰ্ণাটক উচ্চ ন্যায়ালয়ত মুখথেকেচা হিজাব সমৰ্থনকাৰী শিক্ষাৰ্থী

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

3 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

হিজাব বিতৰ্ক : কৰ্ণাটক উচ্চ ন্যায়ালয়ত মুখথেকেচা হিজাব সমৰ্থনকাৰী শিক্ষাৰ্থী

editor by editor
March 15, 2022
in ভাৰত, ৰাজনীতি
0
হিজাব বিতৰ্ক : কৰ্ণাটক উচ্চ ন্যায়ালয়ত মুখথেকেচা হিজাব সমৰ্থনকাৰী শিক্ষাৰ্থী
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিজাবৰ সমৰ্থনত প্ৰতিবাদ কৰা শিক্ষাৰ্থীসকলে এক তীব্ৰ আঘাত সহ্য কৰিবলগীয়া হৈছে। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এক ৰায়ে হিজাবৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষাৰ্থীসকলক মোক্ষম আঘাত দিয়া পৰিলক্ষিত হৈছে৷

মংগলবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে কৈছে যে হিজাব পৰিধান কৰাতো বাধ্যতামূলক ধৰ্মীয় প্ৰথা নহয়৷ হিজাব পৰিধান কৰাৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দাখিল কৰা সকলো আবেদন খাৰিজ কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে চৰকাৰী সিদ্ধান্তকে মান্যতা দিলে৷

কৰ্ণাটক উচ্চ ন্যায়ালৰ এই ৰায়ৰ পিছতে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে ৰায়টোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ  কথা সদৰী কৰিছে।

লগতে পঢ়ক  কিৰণেৰে কিয় বিবাহ বিচ্ছেদ কৰিলে আমিৰে? কোন নাৰীৰ সৈতে সম্পৰ্ক আছে আমিৰৰ?

ইফালে কৰ্ণাটক চৰকাৰে হিজাব ৰায়ক লৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টিৰ আশংকা কৰি এসপ্তাহৰ বাবে বাংগালুৰু চহৰত বৃহৎ সমাৱেশৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। মাংগালুৰুতো ১৫ ৰ পৰা ১৯ মাৰ্চলৈ সকলো বৃহৎ সমাৱেশ নিষিদ্ধ কৰা হৈছে। ৰায় প্ৰদানৰ দিনা হিজাব বিতৰ্কৰ কেন্দ্ৰবিন্দু উদুপীত সকলো বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ হৈ থকা দেখা গ’ল।

উল্লেখ্য যে যোৱা জানুৱাৰিৰ ১ তাৰিখে কৰ্ণাটকৰ উদুপীৰ এখন মহাবিদ্যালয়ত কিছুমান হিজাব পৰিহিত শিক্ষাৰ্থীক শ্ৰেণীত বহিবলৈ বাধা দিয়াৰ ফলতে হিজাব বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। মহাবিদ্যালয় উন্নয়ন সংস্থাৰ সভাপতি বিজেপি বিধায়ক ৰঘুপতি ভট্টই স্পষ্ট কৰি দিছিল যে হিজাব পিন্ধাসকলক শ্ৰেণীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব। ইয়াৰ পিছতে এই বিতৰ্কই দ্ৰুতগতিত ৰাজ্যজুৰি বিয়পি হিংসাত্মক বাদ প্ৰতিবাদলৈ ৰূপান্তৰ ঘটে৷

ইয়াৰ পিছতে কেইবাটাও হিন্দুত্ববাদী সংগঠনে হিজাবৰ বিৰুদ্ধে প্ৰতি-আন্দোলন আৰম্ভ কৰিছিল যাৰ ফলত ৰাজ্যখনৰ বিভিন্ন ঠাইত দুয়োপক্ষৰ মাজত হতাহতি পৰ্যন্ত সংঘটিত হৈছিল।

লগতে পঢ়ক ‘বাঘৰ নেগুৰেৰে কাণ খজুৱাই’ কাণত ধৰি উঠা বহা কৰিবলৈ বাধ্য হ’ল বিশ্ববিদ্যালয়ৰ ছাত্ৰী

হিজাব সমৰ্থিত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ সৈতেও কে’বাঠাইতো বিক্ষিপ্ত সংঘৰ্ষৰ সৃষ্টি হৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেইখনমান জিলাত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিবলৈ বাধ্য হৈছিল।

বিতৰ্কই গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পিছতে ২৬ জানুৱাৰীত কৰ্ণাটক চৰকাৰে এই সন্দৰ্ভত এখন বিশেষ সমিতি গঠন কৰি দিয়ে। সমিতিখনে ন্যায়ালয়ে নিৰ্দিষ্ট ৰায় নিদিয়ালৈকে শিক্ষাৰ্থীসকলক শিক্ষানুষ্ঠানত কেৱল ইউনিফৰ্ম পৰিধান কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল৷

লগতে পঢ়ক দ্বাদশ শ্ৰেণীৰ ৰাসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল ঘটনাৰ নতুন মোৰ

ইফালে উদুপীৰ কেইগৰাকীমান শিক্ষাৰ্থীয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ত এখন ৰিট আবেদন দাখিল কৰিছিল। তেওঁলোকে আদালতক কৈছিল যে হিজাব পিন্ধাটো তেওঁলোকৰ মৌলিক অধিকাৰৰ ভিতৰত পৰে।

১০ ফেব্ৰুৱাৰীত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থী, ন্যায়াধীশ কে এছ দীক্ষিত আৰু ন্যায়াধীশ জে এম খাজীয়ে এক অন্তৱৰ্তীকালীন ৰায়দানত কয়, ‘‘ৰায় ঘোষণা নোহোৱালৈকে কৰ্ণাটকত বিদ্যালয়, মহাবিদ্যালয় খুলিব পাৰিব, কিন্তু কোনো শিক্ষাৰ্থীয়ে ধৰ্মীয় প্ৰতীক থকা কোনো পোছাক পিন্ধি আহিব নোৱাৰিব৷’’

ইয়াৰ পিছতে মংগলবাৰে উচ্চ ন্যায়ালয়ে হিজাব গোচৰটোৰ বিৰুদ্ধে ৰায় প্ৰদান কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhijab rowVerdict on Hijab case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
পুনৰ নগাঁৱত উপস্থিত IPS আনন্দ মিশ্ৰ! কাষত পাই পূৰ্বৰ সতীৰ্থসকলৰ পাৰ ভঙা আনন্দ

পুনৰ নগাঁৱত উপস্থিত IPS আনন্দ মিশ্ৰ! কাষত পাই পূৰ্বৰ সতীৰ্থসকলৰ পাৰ ভঙা আনন্দ

২৬ মাৰ্চৰ পৰা IPL : প্ৰৱৰ্তন কৰা হৈছে কে’বাটাও নতুন নিয়ম, সেই নিয়মসমূহ কি কি?

২৬ মাৰ্চৰ পৰা IPL : প্ৰৱৰ্তন কৰা হৈছে কে’বাটাও নতুন নিয়ম, সেই নিয়মসমূহ কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.