• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুকুৰ পুহি ভাল পায় নেকি, তেন্তে পঢ়ক এই বাতৰি, চৰকাৰে আনিছে নতুন নিয়ম, এতিয়াৰ পৰা কৰিব লাগিব এই কাম

কুকুৰ পুহি ভাল পায় নেকি, তেন্তে পঢ়ক এই বাতৰি, চৰকাৰে আনিছে নতুন নিয়ম, এতিয়াৰ পৰা কৰিব লাগিব এই কাম

2 years ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

16 minutes ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

1 hour ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

2 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

3 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

3 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

4 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

4 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

4 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

5 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

5 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

6 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কুকুৰ পুহি ভাল পায় নেকি, তেন্তে পঢ়ক এই বাতৰি, চৰকাৰে আনিছে নতুন নিয়ম, এতিয়াৰ পৰা কৰিব লাগিব এই কাম

editor by editor
May 8, 2024
in ভাৰত
0
কুকুৰ পুহি ভাল পায় নেকি, তেন্তে পঢ়ক এই বাতৰি, চৰকাৰে আনিছে নতুন নিয়ম, এতিয়াৰ পৰা কৰিব লাগিব এই কাম
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কুকুৰ পুহি ভাল পায় নেকি, তেন্তে পঢ়ক এই বাতৰি, চৰকাৰে আনিছে নতুন নিয়ম, এতিয়াৰ পৰা কৰিব লাগিব এই কাম

বৰ্তমানৰ সময়ত বহু লোকেই কুকুৰ পুহি বহুত ভায় পায় । কিন্তু এই ক্ষেত্ৰত কিছু বাধা আহি পৰিছে। এতিয়াৰ পৰা কুকুৰ পুহিলে কৰিব লাগিব ৰেজিষ্ট্ৰেছন তথা পঞ্জীয়ন। নতুবা ভৰিব লাগিব জৰিমনা।

এই নতুন নিয়ন আনিছে উত্তৰপ্ৰদেশৰ মুৰাদাবাদত। ইয়াত পোহনীয়া কুকুৰ ৰখাৰ বাবে পৌৰ নিগমত পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে। ইয়াৰ লগতে কুকুৰৰ পঞ্জীয়ন কৰাটোও প্ৰয়োজনীয় হৈ পৰিছে।

তেনে নকৰিলে জৰিমনা ভৰিব লাগিব। পূৰ্বনিৰ্ধাৰিত পঞ্জীয়ন মাচুলৰ লগতে নিষিদ্ধ নোহোৱা পোহনীয়া কুকুৰটোৰ উচ্চতা আৰু জাতৰ ওপৰত নিৰ্ভৰ কৰি ১০০০ টকা জৰিমনাও ভৰিব লাগিব।

৩০ জুনলৈকে জৰিমনা হ’ব এক হাজাৰ টকা। ১ জুলাইৰ পৰা আৰু বৃদ্ধি পাব। ১০০০ টকা জৰিমনা বাদ দি প্ৰতিদিনে আৰু ১০০ টকা যোগ কৰা হ’ব। অৰ্থাৎ ১ জুলাইৰ পৰা চাৰিদিন পঞ্জীয়নত পলম হ’লে ১৪০০ টকা জৰিমনা ভৰিব লাগিব। এই জৰিমনা পৰিশোধ কৰাৰ পিছতহে পঞ্জীয়ন কৰা হ’ব।

পঞ্জীয়ন মাচুল আৰু অন্যান্য প্ৰয়োজনীয় চৰ্ত-

দুফুট পৰ্যন্ত ওখ কুকুৰৰ পঞ্জীয়ন মাচুল – ১০০০ টকা।

দুফুটৰ ওপৰৰ কুকুৰৰ পঞ্জীয়ন মাচুল – ২৫০০ টকা।

প্ৰজনন বা বিক্ৰীৰ বাবে পঞ্জীয়ন মাচুল উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি ১০০০ টকাৰ পৰা ২৫০০ টকালৈকে।

পঞ্জীয়নৰ বাবে মালিকৰ আধাৰ কাৰ্ড, কুকুৰৰ টিকাকৰণৰ প্ৰমাণ পত্ৰ আৰু কুকুৰৰ ফটো।

পঞ্জীয়ন নকৰাৰ দোষী সাব্যস্ত হ’লে প্ৰতিদিনে ১০০০ টকা জৰিমনা বিহা হ’ব।

৩০ জুনৰ পিছত নিৰ্দিষ্ট জৰিমনা মাচুলৰ লগতে প্ৰতিদিনে ১০০ টকা আৰু অধিক জৰিমনা বৃদ্ধি পাব।

কুকুৰ মেলাৰ আয়োজন কৰাসকলে ১০০০ টকা মাচুল জমা দি অনুমতি ল’ব লাগিব।

উপ-বিধি কাৰ্যকৰী হোৱাৰ পিছৰে পৰা নিষিদ্ধ কুকুৰ ৰখাৰ অনুমতি নাই।

যদিহে তেনে কুকুৰ ৰাখিছে, তেতিয়াহলে নিষিদ্ধ কৰা কুকুৰৰ জাতৰ স্বীকৃতিৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব।

পঞ্জীয়ন মাচুলৰ লগতে এতিয়া দেৰি মাচুল হিচাপে ১০০০ টকা জৰিমনা বিহা হ’ব। ৩০ জুনৰ পিছত প্ৰতিদিনে ১০০ টকাও জৰিমনা যোগ কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Dog RegistrationGod LoverkregistrationViral Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…
জীৱনশৈলী

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

March 27, 2026
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা
জীৱনশৈলী

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

March 27, 2026
Next Post
অন্তঃসত্ত্বা দীপিকাৰ সৈতে সম্পৰ্ক শেষ নেকি ৰণবীৰৰ? ইনষ্টাৰ পৰা ৰণবীৰে ডিলিট কৰিলে দীপিকাৰ সৈতে বিবাহৰ ফটো

অন্তঃসত্ত্বা দীপিকাৰ সৈতে সম্পৰ্ক শেষ নেকি ৰণবীৰৰ? ইনষ্টাৰ পৰা ৰণবীৰে ডিলিট কৰিলে দীপিকাৰ সৈতে বিবাহৰ ফটো

‘ভালপায় যদি কেৱল মোকেই গ্ৰহণ কৰিব যৌতুক নহয়,’ বিয়াৰ জোৰোণত কিয় দৰা ঘৰৰ পৰা সোণৰ গহনা নল’লে জ্ঞানশ্ৰীয়ে?

‘ভালপায় যদি কেৱল মোকেই গ্ৰহণ কৰিব যৌতুক নহয়,’ বিয়াৰ জোৰোণত কিয় দৰা ঘৰৰ পৰা সোণৰ গহনা নল’লে জ্ঞানশ্ৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.