• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পর্ণগ্ৰাফিৰ প্ৰভাৱ! বৃদ্ধি পাইছে নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা

পর্ণগ্ৰাফিৰ প্ৰভাৱ! বৃদ্ধি পাইছে নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা

3 weeks ago
প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

15 mins ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

18 hours ago
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

18 hours ago
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

20 hours ago
এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

21 hours ago
তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

22 hours ago
যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

23 hours ago
গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

24 hours ago
লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

1 day ago
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

1 day ago
বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

3 days ago
শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

3 days ago
  • About
  • Advertise
  • Careers
Tuesday, August 9, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পর্ণগ্ৰাফিৰ প্ৰভাৱ! বৃদ্ধি পাইছে নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা

editor by editor
July 22, 2022
in বিবিধ, ভাৰত
0
পর্ণগ্ৰাফিৰ প্ৰভাৱ! বৃদ্ধি পাইছে নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা
0
SHARES
11.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে৷ এইদৰে মন্তব্য কৰি উদ্ভিগ্নতা প্ৰকাশ কৰিছে কেৰালাৰ উচ্চ ন্যায়ালয়ে৷

এগৰাকী ১৩ বছৰীয়া নাবালিকা গৰ্ভপাতৰ আবেদনৰ শুনানি গ্ৰহণ কৰি কেৰালা উচ্চ ন্যায়ালয়ে কয় যে কেৰালাত নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা বৃদ্ধি পাইছে৷ ন্যায়ালয়ৰ মতে অবাধ পৰ্ণগ্ৰাফীৰ বাবেই এই অৱক্ষয়ৰ সূচনা হৈছে৷

উল্লেখ্য যে শেহতীয়াকৈ কেৰেলা উচ্চ ন্যায়ালয়ত ১৩ বছৰীয়া নাবালিকাৰ গৰ্ভপাতৰ আবেদন দাখিল কৰা হৈছিল।

 

লগতে পঢ়ক বিশ্বৰ একমাত্ৰ ‘Walking Tree’ ক’ত আছে? কিমান বিশাল এই গছজোপা?

ন্যায়াধীশ ভি জি অৰুণৰ বিচাৰপীঠত এই গোচৰৰ শুনানি গ্ৰহণ কৰে। শুনানি গ্ৰহণ কৰি ৩০ সপ্তাহৰ গৰ্ভৱতী কিশোৰীগৰাকীক গৰ্ভপাত কৰিবলৈ অনুমতি দিয়ে ন্যায়াধীশে।

ইয়াৰ পিছতে ন্যায়ালয়ে কেৰালাত নাবালিকা গৰ্ভধাৰণৰ সংখ্যাক লৈ উদ্বেগ প্ৰকাশ কৰে। ন্যায়াধীশগৰাকীয়ে কয়, ‘‘এই গোচৰৰ শুনানিৰ পূৰ্বে মই নাবালিকা গৰ্ভধাৰণৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰিবলৈ বাধ্য হৈছো। ইয়াৰে বেছিভাগ ক্ষেত্ৰতে নাবালিকাৰ সৈতে সম্পৰ্কীয় তথা নিকট আত্মীয় জড়িত হৈ থাকে।’’

 

লগতে পঢ়ক নেমুৰ আছে আচৰিত ৫ টা ঔষধী গুণ জানক কি কি?

ন্যায়াধীশগৰাকীয়ে লগতে বিদ্যালয়সমূহত যৌন শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়েও দোহাৰি কয় যে ‘‘মোৰ মতে আমাৰ বিদ্যালয়সমূহত যৌন শিক্ষা প্ৰদান কৰাৰ ওপৰত কৰ্তৃপক্ষই গুৰুত্ব দিয়াৰ সময় আহি পৰিছে।’’

কেৰালাৰ উচ্চ ন্যায়ালয়ে নাবালিকা গৰ্ভধাৰণৰ বাবে পৰ্ণগ্ৰাফি ছবিক বিশেষভাৱে দায়ী কৰে। ন্যায়ালয়ে কয় যে ইণ্টাৰনেটৰ যুগত পৰ্ণগ্ৰাফিক ছবি সহজে উপলব্ধ হৈ পৰিছে আৰু ইয়াৰ ফলত শিশু আৰু কিশোৰ-কিশোৰীসকলক আটাইতকৈ বেছি আক্ৰান্ত হৈছে।

উচ্চ ন্যায়ালয়ে লগতে কয় যে শিশুসকলক ইণ্টাৰনেটৰ সঠিক ব্যৱহাৰৰ বিষয়ে শিকোৱাটোও সমানেই গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKerala HCpregnanciespregnant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু
ভাৰত

প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

August 9, 2022
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?
ভাৰত

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

August 8, 2022
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  
ভাৰত

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

August 8, 2022
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু
স্বাস্থ্য

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

August 8, 2022
Next Post
কলেজীয়া শিক্ষাৰ্থীৰ চুম্বনৰ ভিডিঅ’ ভাইৰেল, এজন শিক্ষাৰ্থীক আটক আৰক্ষীৰ

কলেজীয়া শিক্ষাৰ্থীৰ চুম্বনৰ ভিডিঅ’ ভাইৰেল, এজন শিক্ষাৰ্থীক আটক আৰক্ষীৰ

আটাইতকৈ ভয়ংকৰ কাৰাগাৰ! বন্দীৰ আত্মা কঁপি উঠা কাৰাগাৰখন আছে ক’ত?

আটাইতকৈ ভয়ংকৰ কাৰাগাৰ! বন্দীৰ আত্মা কঁপি উঠা কাৰাগাৰখন আছে ক’ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.