• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দ্ৰৌপদী মুৰ্মুৰ ইতিহাস ৰচনা! ১৫ সংখ্যক দেশৰ ৰাষ্ট্ৰপতি মুৰ্মুৰ জীৱন কাহিনী জানো আহক…

দ্ৰৌপদী মুৰ্মুৰ ইতিহাস ৰচনা! ১৫ সংখ্যক দেশৰ ৰাষ্ট্ৰপতি মুৰ্মুৰ জীৱন কাহিনী জানো আহক…

4 years ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

4 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

5 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

5 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

5 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

6 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

7 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

8 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

8 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

9 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

10 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

11 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

দ্ৰৌপদী মুৰ্মুৰ ইতিহাস ৰচনা! ১৫ সংখ্যক দেশৰ ৰাষ্ট্ৰপতি মুৰ্মুৰ জীৱন কাহিনী জানো আহক…

editor by editor
July 21, 2022
in ভাৰত, ৰাজনীতি
0
দ্ৰৌপদী মুৰ্মুৰ ইতিহাস ৰচনা! ১৫ সংখ্যক দেশৰ ৰাষ্ট্ৰপতি মুৰ্মুৰ জীৱন কাহিনী জানো আহক…
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হ’ল দেশৰ প্ৰথমগৰাকী জনজাতীয় মহিলা দ্ৰৌপদী মুৰ্মু। দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক পৰাস্ত কৰি দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে৷ ওড়িশাৰ এইগৰাকী জনজাতীয় নেত্ৰীয়ে দেশৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হোৱাৰ পিছতে সমগ্ৰ দেশজুৰি চৰ্চা চলিছে৷ আচলতে কোন আছিল এই দ্ৰোপদী মুৰ্মু? ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে তেওঁ কি আছিল? ৰাজনীতিলৈ কেতিয়া আহিছিল? ৰাজনীতিলৈ অহাৰ পূৰ্বেও তেওঁ কি আছিল? সকলোৰে মনত এই সকলো প্ৰশ্নই স্বাভাৱিকতে উদয় হৈছে৷

ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ ৰাইৰাংপুৰৰ এগৰাকী জনজাতীয় নেত্ৰী দ্ৰৌপদী মুৰ্মু। দ্ৰৌপদী মুৰ্মু এগৰাকী মৃদুভাষী নেত্ৰী যিয়ে কঠোৰ পৰিশ্ৰমেৰে ওড়িশাৰ ৰাজনীতিত নিজৰ স্থান দখল কৰিছিল। ২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদী মুৰ্মুৱে জয়লাভ কৰি তেওঁ দেশৰ দ্বিতীয় গৰাকী মহিলা আৰু প্ৰথমগৰাকী জনজাতীয় মহিলা হোৱাৰ অভিলেখ ৰচনা কৰিলে।

১৯৫৮ চনৰ ২০ জুনত ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ উপৰবেদা গাঁৱত এটা চাওঁতালি জনজাতীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল দ্ৰৌপদী মুৰ্মুৱে। বেংকাৰ শ্যাম চৰণ মুৰ্মুৰ সৈতে দ্ৰৌপদী মুৰ্মুৱে বিবাহপাশত আবদ্ধ হৈছিল৷ এটা দুৰ্ঘটনাত ২০১৪ চনত তেওঁৰ স্বামী চৰণ মুৰ্মুৰ মৃত্যু হয়। তেওঁলোকৰ দুজন পুত্ৰৰ লগতে এগৰাকী কন্যা সন্তান আছে।

 

লগতে পঢ়ক নেমুৰ আছে আচৰিত ৫ টা ঔষধী গুণ জানক কি কি?

ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে দ্ৰৌপদী মুৰ্মুৱে স্কুলৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। মুৰ্মুৱে ৰাইৰাংপুৰৰ শ্ৰী ঔৰবিন্দো অখণ্ড শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত সহকাৰী অধ্যাপক হিচাপে কাম কৰিছিল৷ ইয়াৰ উপৰিও তেওঁ ওড়িশা চৰকাৰৰ জলসিঞ্চন বিভাগত কনিষ্ঠ সহায়ক হিচাপেও কৰ্মৰত আছিল।

দ্ৰৌপদী মুৰ্মুৱে ১৯৯৭ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি ৰাইৰাংপুৰ নগৰ পঞ্চায়তৰ কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয় আৰু সেয়াই আছিল তেওঁৰ কেতিয়াও পিছলৈ ঘূৰি নোচোৱা ৰাজনৈতিক যাত্ৰাৰ আৰম্ভণি। ২০০০ চনত ৰাইৰাংপুৰ নগৰ পঞ্চায়তৰ অধ্যক্ষ হোৱাৰ লগতে বিজেপি অনুসূচিত জনজাতি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

২০০০ চনৰ ৬ মাৰ্চৰ পৰা ২০০০ চনৰ ৬ আগষ্টলৈ দ্ৰৌপদী মুৰ্মু ওড়িশাৰ বাণিজ্য আৰু পৰিবহণৰ  ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী আৰু ২০০২ চনৰ ৬ আগষ্টৰ পৰা ২০০৪ চনৰ ১৬ মে’লৈ মীন আৰু পশু সম্পদ উন্নয়ন মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷

 

লগতে পঢ়ক বাংলাদেশতো বিখ্যাত হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা! কিন্তু কেনেকৈ?

দ্ৰৌপদী মুৰ্মুৱে ২০১৫ চনৰ ১৮ মে’ত ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰি ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল হিচাপে পৰিগণিত হয়। ভাৰতৰ যিকোনা ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা ওড়িশাৰ প্ৰথমগৰাকী মহিলা জনজাতীয় মহিলা হিচাপেও দ্ৰৌপদী মুৰ্মুৱে অভিলেখ ৰচিছিল।

২০১৭ চনত ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে দ্ৰৌপদী মুৰ্মুৱে ঝাৰখণ্ডৰ বিধানসভাই অনুমোদন জনোৱা বিধেয়কখনত সন্মতি দিবলৈ অস্বীকাৰ কৰিছিল, য’ত ছোটানাগপুৰ ভাড়া আইন, ১৯০৮, আৰু সন্থাল পৰগনা ভাড়া আইন, ১৯৪৯ সংশোধন বিচাৰিছিল। মুৰ্মুৱে তেওঁৰ সিদ্ধান্তৰ বাবে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছিল৷

২০২২ চনৰ জুন মাহত দ্ৰৌপদী মুৰ্মুক ২০২২ চনৰ নিৰ্বাচনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিয়ে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে।

 

লগতে পঢ়ক ভাল খবৰ আহি আছে চৰকাৰী কৰ্মচাৰীৰ বাবে! শীঘ্ৰেই কাৰ্যকৰী হ’ব ৮ম দৰমহা আয়োগ!

ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱাৰ পিছতে দ্ৰৌপদী মুৰ্মুৱে উত্তৰ পূৱৰ ৰাজ্যসমূহৰ লগতে ওড়িশাৰ বিজেডি, ঝাৰখণ্ডৰ জেএমএম পাৰ্টি, মহাৰাষ্ট্ৰৰ শিৱসেনা, উত্তৰ প্ৰদেশৰ বিএছপি, কৰ্ণাটকৰ জেডিএছ আদি বিৰোধী দলৰ নেতৃত্বক সাক্ষাৎ কৰি তেওঁলোকৰ সমৰ্থন আদায় কৰিছিল।

উল্লেখ্য যে দ্ৰৌপদী মুৰ্মুৱে, ২০০৭ চনত ওড়িশা বিধানসভাৰ দ্বাৰা শ্ৰেষ্ঠ বিধায়ক ( বিধানসভাৰ সদস্য)ৰ বাবে নীলকণ্ঠ বঁটা লাভ কৰিছিল।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 15th President of Indiaasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDraupadi MurmuNew President Draupadi Murmupresident of india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone
বিশ্ব

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

October 16, 2026
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!
জীৱনশৈলী

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

October 16, 2026
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

October 16, 2026
Next Post
পর্ণগ্ৰাফিৰ প্ৰভাৱ! বৃদ্ধি পাইছে নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা

পর্ণগ্ৰাফিৰ প্ৰভাৱ! বৃদ্ধি পাইছে নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা

কলেজীয়া শিক্ষাৰ্থীৰ চুম্বনৰ ভিডিঅ’ ভাইৰেল, এজন শিক্ষাৰ্থীক আটক আৰক্ষীৰ

কলেজীয়া শিক্ষাৰ্থীৰ চুম্বনৰ ভিডিঅ’ ভাইৰেল, এজন শিক্ষাৰ্থীক আটক আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.