• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলেজীয়া শিক্ষাৰ্থীৰ চুম্বনৰ ভিডিঅ’ ভাইৰেল, এজন শিক্ষাৰ্থীক আটক আৰক্ষীৰ

কলেজীয়া শিক্ষাৰ্থীৰ চুম্বনৰ ভিডিঅ’ ভাইৰেল, এজন শিক্ষাৰ্থীক আটক আৰক্ষীৰ

4 years ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

42 minutes ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

1 hour ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

2 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

3 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

3 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

5 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

5 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

6 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

7 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

8 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কলেজীয়া শিক্ষাৰ্থীৰ চুম্বনৰ ভিডিঅ’ ভাইৰেল, এজন শিক্ষাৰ্থীক আটক আৰক্ষীৰ

editor by editor
July 22, 2022
in বিবিধ, ভাৰত
0
কলেজীয়া শিক্ষাৰ্থীৰ চুম্বনৰ ভিডিঅ’ ভাইৰেল, এজন শিক্ষাৰ্থীক আটক আৰক্ষীৰ
0
SHARES
14.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাংগালুৰুৰ এহাল কলেজীয়া শিক্ষাৰ্থীৰ চুম্বনৰ দৃশ্য ভাইৰেল হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে কিছু আপত্তিজনক কাণ্ডও পোহৰলৈ অহা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷

চহৰখনৰ এখন প্ৰতিষ্ঠিত কলেজখনৰ এহাল শিক্ষাৰ্থীয়ে ইউনিৰ্ফমৰ পৰিধান কৰি চুম্বনৰত এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ এই কাণ্ডৰ পৰা কলেজ কৰ্তৃপক্ষৰ লগতে শিক্ষাৰ্থী দুগৰাকীৰ অভিভাৱকসকলক লজ্জানত কৰা বুলি চৰ্চা লাভ কৰিছে৷

ভিডিঅ’টোত শিক্ষাৰ্থীহালে চুম্বন কৰাৰ সময়ত অন্য শিক্ষাৰ্থী তথা সহপাঠীসকলে উল্লাস কৰি থকা দেখা গৈছে৷

লগতে পঢ়ক দ্ৰৌপদী মুৰ্মুৰ ইতিহাস ৰচনা! ১৫ সংখ্যক দেশৰ ৰাষ্ট্ৰপতি মুৰ্মুৰ জীৱন কাহিনী জানো আহক…

আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলে চুমা খোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভিডিঅ’টো ৰেকৰ্ডিং কৰা শিক্ষাৰ্থীজনক সোধা-পোছাৰ বাবে আটক কৰা হৈছে।

নগৰ আৰক্ষী আয়ুক্ত এন শশী কুমাৰে জনোৱা মতে, ছমাহ পূৰ্বে এটা ব্যক্তিগত ফ্লেটত সংঘটিত হৈছিল এই ঘটনা। এসপ্তাহ পূৰ্বে এজন ছাত্ৰই হোৱাটছএপত ভিডিঅ’টো শ্বেয়াৰ কৰি ভাইৰেল কৰিছিল।

লগতে পঢ়ক বিশ্বৰ একমাত্ৰ ‘Walking Tree’ ক’ত আছে? কিমান বিশাল এই গছজোপা?

মহাবিদ্যালয় প্ৰশাসনে সতৰ্কবাণী প্ৰদান কৰি ছাত্ৰ আৰু ছাত্ৰীগৰাকীক কলেজৰ পৰা বহিষ্কাৰ কৰিছে। ইফালে মহাবিদ্যালয় কৰ্তৃপক্ষ বা অভিভাৱকে এই পৰ্যন্ত আৰক্ষীত কোনো এজাহাৰ দাখিল কৰা নাই।

চুম্বন প্ৰতিযোগিতাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ড্ৰাগছ সেৱন কৰিছিল নে নাই সেয়াও আৰক্ষীয়ে তদন্ত কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamkissing caseKissing Video Viral
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
বাণিজ্য

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

July 28, 2026
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম
বাণিজ্য

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

July 28, 2026
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!
ভাৰত

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

July 28, 2026
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ
বাণিজ্য

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

July 28, 2026
Next Post
আটাইতকৈ ভয়ংকৰ কাৰাগাৰ! বন্দীৰ আত্মা কঁপি উঠা কাৰাগাৰখন আছে ক’ত?

আটাইতকৈ ভয়ংকৰ কাৰাগাৰ! বন্দীৰ আত্মা কঁপি উঠা কাৰাগাৰখন আছে ক’ত?

মন্দিৰৰ সমীপতে ট্ৰেন্স মহিলাক দলৱদ্ধ ধৰ্ষণ, ৮ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

মন্দিৰৰ সমীপতে ট্ৰেন্স মহিলাক দলৱদ্ধ ধৰ্ষণ, ৮ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.