• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন্দিৰৰ সমীপতে ট্ৰেন্স মহিলাক দলৱদ্ধ ধৰ্ষণ, ৮ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

মন্দিৰৰ সমীপতে ট্ৰেন্স মহিলাক দলৱদ্ধ ধৰ্ষণ, ৮ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

4 years ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

26 minutes ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

1 hour ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

2 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

2 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

3 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

3 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

4 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

6 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

7 hours ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

7 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

8 hours ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মন্দিৰৰ সমীপতে ট্ৰেন্স মহিলাক দলৱদ্ধ ধৰ্ষণ, ৮ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

editor by editor
July 22, 2022
in অপৰাধ, ভাৰত
0
মন্দিৰৰ সমীপতে ট্ৰেন্স মহিলাক দলৱদ্ধ ধৰ্ষণ, ৮ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
0
SHARES
25.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ এটা মন্দিৰৰ সমীপত এগৰাকী ট্ৰেন্স মহিলাক ১৩ গৰাকী লোকে ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বুধবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ কাডাপা পুলিভেণ্ডুলা চহৰৰ কাড্ৰী ৰিং ৰোডৰ এটা মন্দিৰত সমীপত এই জঘন্য ঘটনাটো সংঘটিত হয়৷

ইতিমধ্যে ঘটনাটোত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আন্নেৰেড্ডি বালা গংগী ৰেড্ডি, পি জায়া চন্দ্ৰ, মাল্লু হৰি কৃষ্ণণ, এছ সুব্ৰমণিয়াম, চালাপথি. পি গুৰুপ্ৰসাদ. চাক্ৰী আৰু কে ধান্যভ কুমাৰ নামৰ ৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে৷

লগতে পঢ়ক কলেজীয়া শিক্ষাৰ্থীৰ চুম্বনৰ ভিডিঅ’ ভাইৰেল, এজন শিক্ষাৰ্থীক আটক আৰক্ষীৰ

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ধৃত আঠ অভিযুক্তৰ বয়স ৫১ৰ পৰা ২০ বছৰৰ ভিতৰত হ’ব৷

ইফালে অন্য অভিযুক্তসকল এতিয়াও পলাতক হৈ আছে আৰু আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে৷

ডিএছপি শ্ৰীনিভাছুলুৱে কয় যে অভিযুক্তসকলে অনন্তপুৰৰ পৰা নিশা ৰিং ৰোডেৰে আহি থকা অৱস্থাত বাটত দুগৰাকী ট্ৰেন্স মহিলাৰে ভেটাভেটি হয় আৰু তাৰে এগৰাকীক অভিযুক্তসকলে ধৰ্ষণ কৰে৷

লগতে পঢ়ক পর্ণগ্ৰাফিৰ প্ৰভাৱ! বৃদ্ধি পাইছে নাবালিকাৰ গৰ্ভধাৰণৰ সংখ্যা

ইফালে ট্ৰেন্স মহিলা দুগৰাকীৰ অভিযোগ যে আৰক্ষীক ঘটনাৰ সন্দৰ্ভত লগে লগে খবৰ দিয়া হৈছিল যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল৷

তেওঁলোকে পুনৰ দিশা এপ্পৰ জৰিয়তে অভিযোগ দাখিল কৰাৰ পাছতহে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ বুলি দাবী কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamtrans woman raped
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?
বিনোদন

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

September 8, 2026
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!
ভাৰত

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

September 8, 2026
বিপদত ৰাহুল গান্ধী!
ৰাজনীতি

বিপদত ৰাহুল গান্ধী!

September 8, 2026
Next Post
বৃদ্ধি পাইছে এক অদ্ভুত আসক্তি! নিচাৰ বাবে কণ্ডম ব্যৱহাৰ যুৱ প্ৰজন্মৰ!

বৃদ্ধি পাইছে এক অদ্ভুত আসক্তি! নিচাৰ বাবে কণ্ডম ব্যৱহাৰ যুৱ প্ৰজন্মৰ!

৪ সন্তানৰ পিতৃ অভিনেতা-বিজেপি সাংসদ ৰবি কিষাণে উত্থপান কৰিব জনসংখ্যা নিয়ন্ত্ৰণ বিল

৪ সন্তানৰ পিতৃ অভিনেতা-বিজেপি সাংসদ ৰবি কিষাণে উত্থপান কৰিব জনসংখ্যা নিয়ন্ত্ৰণ বিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.