• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গল্পৰ দৰে কাহিনী! কেৰালাত বিড়ি তৈয়াৰ কৰা শ্ৰমিক আজি আমেৰিকাৰ ন্যয়াধীশ…

গল্পৰ দৰে কাহিনী! কেৰালাত বিড়ি তৈয়াৰ কৰা শ্ৰমিক আজি আমেৰিকাৰ ন্যয়াধীশ…

3 years ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

1 hour ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

2 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

3 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

4 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

5 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

5 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

6 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

7 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

8 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

9 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

9 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গল্পৰ দৰে কাহিনী! কেৰালাত বিড়ি তৈয়াৰ কৰা শ্ৰমিক আজি আমেৰিকাৰ ন্যয়াধীশ…

editor by editor
January 9, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত, শিক্ষা
0
গল্পৰ দৰে কাহিনী! কেৰালাত বিড়ি তৈয়াৰ কৰা শ্ৰমিক আজি আমেৰিকাৰ ন্যয়াধীশ…
0
SHARES
317
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাহিনীৰ দৰে কথাবোৰ! শৈশৱ-কৈশোৰত অসহনীয় দাৰিদ্ৰতা, ক্ষুধাৰ যন্ত্ৰনা। পঢ়াশুনাৰ বাবে প্ৰয়োজনীয় ধন যোগাৰ কৰিব নোৱাৰিয়েই আধাতেই বাদ দিছিল আনুষ্ঠানিক শিক্ষা। অৰ্থ, প্ৰাচুৰ্য্য নাথাকিলেও আছিল জীৱনত কিবা এটা কৰাৰ অদম্য হেপাঁহ। পেটৰ ভাতমুঠিৰ বাবে হোটেলত কাম কৰাৰ ওপৰিও কৰিছিল বিড়ি বন্ধাৰ কাম। কেৰালাৰ অখ্যাত এখন গাওঁৰ পৰা গৈ সুৰেন্দ্ৰন কে পেটেল এতিয়া আমেৰিকাৰ টেক্সাছৰ ডিষ্ট্ৰিক্ট জাজ। এদিন বিড়িৰ বন্ধাৰ কাম কৰি ভাত মোকলোৱা সুৰেন্দৰ কেনেকৈ পালেগৈ আমেৰিকা?

কেৰালাৰ পৰা আমেৰিকা যাত্ৰা মসৃণ নাছিল সুৰেন্দৰৰ। কেৰালাৰ কাছাৰগড়ত জন্মলাভ কৰা সুৰেন্দ্ৰন কে পেটেলে টেক্সাছৰ জিলা আদালতৰ ন্যায়াধীশ হৈয়েই সংবাদ মাধ্যমৰ সন্মুখত দিয়া মন্তব্যত কয়, ‘মোৰ এই যাত্ৰা মুঠেও মসৃণ নহয়। দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত ঘৰৰ পৰা মোক আৰু পঢ়োৱাৰ খৰচ দিব নোৱাৰো বুলি ঘৰৰ পৰা স্পষ্টকৈ জনাই দিয়ে। ব্যধ্য হৈয়েই মই আনুষ্ঠানিক শিক্ষা বাদ দিলো। আৰম্ভ হয় জীৱন সংগ্ৰাম। কিতাপ পত্ৰৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰি বিড়ি তৈয়াৰ কৰা কামত সোমালো। তাতেই আৰম্ভ হৈছিল জীৱনমুখী এটা মন। কিবা এটা কৰাৰ মন।’

সেই যে জীৱনত কিবা এটা কৰাৰ মন, দৃঢ় মনৰ সুৰেন্দ্ৰনৰ কাষত থিয় দিলে তেওঁৰ বিশেষ এজন বন্ধু। বন্ধুৰ সাহায্যতেই পুনৰ পঢ়া-শুনা আৰম্ভ কৰে সুৰেন্দ্ৰনে। কেৰালাৰ পৰাই আইনৰ ডিগ্ৰী গ্ৰহণ কৰে। আইনৰ ডিগ্ৰী লোৱাৰ পাছতেই কেৰালাৰে এখন কৰ্টত প্ৰেকটিছ কৰে সুৰেন্দ্ৰনে। সপোন সাৰ্থক হৈছিল যদিও কৰোবাত যেন ইয়াতকৈয়ো বেছি কিবা এটা কৰি পেলোৱাৰ মন। হঠাতেই সুৰেন্দ্ৰনে মন বান্ধিলে নাই তেওঁ আমেৰিকালৈ যাব। ভৱামতেই সুৰেন্দ্ৰনে উৰা মাৰিলে আমেৰিকালৈ। আমেৰিকাৰ টেক্সাছ কৰ্টত প্ৰেকটিছ আৰম্ভ কৰে সুৰেন্দ্ৰনে।

শেহতীয়াভাৱে সুৰেন্দ্ৰনে যেতিয়া ন্যায়াধীশ পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল তেতিয়া বহু সমালোচনাৰো সন্মুখীন হৈছিল। ভাৱিবই পৰা নাছিল সুৰেন্দ্ৰনে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি সফল হ’ব। কিন্তু সকলোৰে ধাৰণাক ভুল প্ৰমাণিত কৰি জয়ী হ’ল সুৰেন্দ্ৰন। এই যাত্ৰাত সফল হৈ সুৰেন্দ্ৰনে দেশৰ নৱপ্ৰজন্মক উদ্দেশ্যি কয়, ‘কেতিয়াও কাকো নিজৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ নিদিব। নিজৰ ভৱিষ্যতৰ দায়িত্ব সদায়ে নিজৰ হাতত।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!
জীৱনশৈলী

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

July 7, 2026
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়
অপৰাধ

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

July 7, 2026
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব
জীৱনশৈলী

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
Next Post
বিমানৰ ভিতৰতে সুৰাপান, দুজন ব্যক্তিক গ্ৰেপ্তাৰ…

বিমানৰ ভিতৰতে সুৰাপান, দুজন ব্যক্তিক গ্ৰেপ্তাৰ...

এয়াই হ’ব পাৰে শেষ দেখা! যু্দ্ধবিধ্বস্ত ইউক্ৰেইনৰ এজন সেনাৰ কৰুণ কাহিনীয়ে সেমেকাই তুলিব আপোনাৰো দুচকু…

এয়াই হ'ব পাৰে শেষ দেখা! যু্দ্ধবিধ্বস্ত ইউক্ৰেইনৰ এজন সেনাৰ কৰুণ কাহিনীয়ে সেমেকাই তুলিব আপোনাৰো দুচকু...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.