• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিমানৰ ভিতৰতে সুৰাপান, দুজন ব্যক্তিক গ্ৰেপ্তাৰ…

বিমানৰ ভিতৰতে সুৰাপান, দুজন ব্যক্তিক গ্ৰেপ্তাৰ…

3 years ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

4 minutes ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

52 minutes ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

1 hour ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

2 hours ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

4 hours ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

4 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

5 hours ago
হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

6 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

কেনে যাব আজি আপোনাৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

6 hours ago
সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

16 hours ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বিমানৰ ভিতৰতে সুৰাপান, দুজন ব্যক্তিক গ্ৰেপ্তাৰ…

editor by editor
January 9, 2023
in অপৰাধ, ভাৰত
0
বিমানৰ ভিতৰতে সুৰাপান, দুজন ব্যক্তিক গ্ৰেপ্তাৰ…
0
SHARES
325
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিমানত প্ৰস্ৰাৱ কৰা ঘটনাক লৈ সকলোৱে হতবাক হোৱাৰ সময়তে দিল্লী-পাটনা অভিমুখী ইণ্ডিগো বিমানত অঘটন। দেওবাৰে নিশাৰ ভাগত বিমানৰ ভিতৰত দুজন ব্যক্তিক সুৰাপান কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পাটনা বিমানবন্দৰ আৰক্ষী থানাৰ এজন বিষয়াই প্ৰকাশ কৰা অনুসৰি বিমান সংস্থাৰ লিখিত অভিযোগৰ ভিত্তিতেই এই দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, ইণ্ডিগো বিমান 6E-6383ত সংঘটিত হৈছিল এই ঘটনা। গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে ৰোহিত আৰু নীতিশ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা অনুসৰি বিমানৰ ভিতৰত সুৰাপান কৰাত বিমানৰ কৰ্মচাৰী সকলে বাধা প্ৰদান কৰিছিল আৰু তাৰ পাছত ব্যক্তি দুজনে লিখিতভাৱে ক্ষমা বিচাৰে বিমান কৰ্তৃপক্ষৰ ওচৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?
জীৱনশৈলী

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

May 26, 2026
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?
ক্ৰীড়া

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

May 26, 2026
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

May 26, 2026
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান
ভাৰত

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

May 26, 2026
Next Post
এয়াই হ’ব পাৰে শেষ দেখা! যু্দ্ধবিধ্বস্ত ইউক্ৰেইনৰ এজন সেনাৰ কৰুণ কাহিনীয়ে সেমেকাই তুলিব আপোনাৰো দুচকু…

এয়াই হ'ব পাৰে শেষ দেখা! যু্দ্ধবিধ্বস্ত ইউক্ৰেইনৰ এজন সেনাৰ কৰুণ কাহিনীয়ে সেমেকাই তুলিব আপোনাৰো দুচকু...

মুম্বাইত ছাহিদেও ক্ৰয় কৰিলে বিলাসী ডুপ্লেক্স ফ্লেট! দাম শুনিলে হতবাক হ’ব আপুনিও…

মুম্বাইত ছাহিদেও ক্ৰয় কৰিলে বিলাসী ডুপ্লেক্স ফ্লেট! দাম শুনিলে হতবাক হ’ব আপুনিও...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.