• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

4 months ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

4 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

4 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

6 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

6 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

6 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

7 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

7 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

8 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

9 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

10 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

আৰক্ষীৰ তদন্তত ছিয়া গোৱেলৰ বিস্ফোৰক স্বীকাৰোক্তি

editor by editor
June 27, 2026
in অপৰাধ, ভাৰত, লেখা
0
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনেৰ বহুচৰ্চিত কেতন আগৰৱালা হ*ত্যাকাণ্ডৰ তদন্ত ফাষ্ট-ট্ৰেক আদালতত চলিব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিছে এই ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেতনৰ পিতৃ বিশাল আগৰৱালাক সাক্ষাৎ কৰাৰ পাছত ২০০৮ ৰ মুম্বাই স*ন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত চৰকাৰী পক্ষৰ অধিবক্তা হিচাপে পৰিচিত উজ্জ্বল নিকমক এই গোচৰৰ চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি দিছে।

WIG পিন্ধাৰ বাবেই হ*ত্যাৰ বলি হ’ল কেতন আগৰৱালা?

টকাৰ লেনদেন, ভূমি সংক্ৰান্তীয় যুঁজ, প্ৰেম, পৰকীয়া প্ৰেম আদি বিভিন্ন বিষয়ক লৈ এজনে আন এজনক মৃ*ত্যুৰ মুখলৈ ঠেলি দিয়া হয়তো মাজে সময়ে শুনি আহিছে। কিন্তু দেশজুৰি চৰ্চিত হৈ থকা পুনেৰ কেতন আগৰৱালাক বাগদাত্তা ছিয়াই কিয় হ*ত্যা কৰিলে ইয়াৰ কাৰণ শুনিলে আপোনাৰ চকু কঁপালত উঠিব। পুনেৰ লোহাগড় ফ’ৰ্টত সংঘটিত এই হ*ত্যাকাণ্ডৰ তদন্তত এটাৰ পিছত আন এটা নতুন তথ্য পোহৰলৈ আহিছে। তদন্তত জানিব পৰা গৈছে যে কেতন আগৰৱালে উইগ অৰ্থাৎ কৃত্ৰিম চুলি পৰিধান কৰাটো তেওঁৰ বাগদাত্তা ছিয়া গোৱেলে পছন্দ কৰা নাছিল। আৰক্ষীৰ জেৰাত ইতিমধ্যে এইক কথা অভিযুক্ত ছিয়া গোৱেলে প্ৰকাশ কৰিছে। ইপিনে এই তথ্য প্ৰকাশ পোৱাৰ পিছত কেতনৰ পিতৃ বিশাল আগৰৱালে কয় যে, ‘আমি ছিয়াৰ পৰিয়ালক সকলো কথা আগতেই জনাইছিলোঁ। যদি এই বিষয়টো সঁচাকৈয়ে তেওঁৰ বাবে সমস্যা আছিল, তেন্তে সিয়াই বিয়াখন নকৰাৰ সিদ্ধান্ত ল’ব পাৰিলেহেঁতেন। কিন্তু WIG পৰিধান কৰাৰ বাবে কাৰোবাৰ সন্তানৰ জীৱন কাঢ়ি লোৱাৰ প্ৰয়োজন আছিল নেকি?’ স্বাভাৱিকতে আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ অহা এই তথ্যৰ পিছতে পুনৰবাৰ কেতন আগৰৱালা হ*ত্যাকাণ্ডৰ বিষয়টোৱে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে।

ছিয়া আৰু চেতনৰ Plan B-ও আছিল পৰিকল্পনাত

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে যদি লোহাগড় ফ’ৰ্টৰ মূল পৰিকল্পনাটো ব্যৰ্থ হ’লহেঁতেন, তেন্তে অভিযুক্ত ছিয়া গোৱেল আৰু চেতন চৌধুৰীয়ে Plan B-ও সাজু কৰি ৰাখিছিল। উল্লেখযোগ্য যে ১৮ জুনত লোহাগড় দুৰ্গত ট্ৰেকিং কৰাৰ সময়ত কেতন আগৰৱালাক হ*ত্যা কৰিছিল ছিয়াই। আৰক্ষীৰ তদন্তত এই কথাও প্ৰকাশ পাইছে যে সম্প্ৰতি ছিয়া আৰু চেতনে ইজনে-সিজনৰ ওপৰত হ*ত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ আৰোপ কৰি নিজকে নিৰ্দোষী বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাত দুয়োৰে বক্তব্যত বিসংগতি ধৰা পৰিছে বুলিও সদৰী কৰিছে আৰক্ষীয়ে।

কেতন আগৰৱালা হত্যাকাণ্ডৰ ৪ টা গুৰুত্বপূৰ্ণ তথ্য

১. চেতন চৌধুৰীয়ে ৬৪০ মিনিট সময় ধৰি ইণ্টাৰনেট বন্ধ কৰি ৰাখিছিল
হ*ত্যাৰ দিনা চেতন চৌধুৰীয়ে নিজৰ মোবাইল ফোনৰ ইণ্টাৰনেট সংযোগ বন্ধ কৰি ফোনটো দোকানত থৈ দিছিল আৰু এজন কৰ্মচাৰীৰ ফোন লগত লৈ গৈছিল। পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫:৪০ বজালৈ তেওঁৰ ফোনটো দোকানতেই আছিল। এই ৬৪০ মিনিট ইণ্টাৰনেট বন্ধ থকাটো আৰক্ষীৰ সন্দেহৰ মূল কাৰণ হৈ পৰে। দোকানৰ কৰ্মচাৰীক সোধা-পোছা কৰাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহে। কল ডিটেইলছৰ সহায়ত আৰক্ষীয়ে তেওঁৰ উপস্থিতিৰ তথ্য সংগ্ৰহ কৰে। আৰক্ষীৰ মতে, নিজৰ অৱস্থান গোপন কৰিবলৈয়ে তেওঁ এনে কৌশল অৱলম্বন কৰিছিল।
২. অপ্ৰয়োজনীয় বিপদৰ পৰা আঁতৰি থাকিবলৈ ভাল পাইছিল কেতনে
কেতনৰ পৰিয়ালে আৰক্ষীক জনায় যে তেওঁ অত্যন্ত সতৰ্ক স্বভাৱৰ আছিল আৰু অপ্রয়োজনীয় বিপদৰ পৰা সদায় আঁতৰি থাকিবলৈ ভাল পাইছিল। ট্ৰেকিং কৰাৰ সময়তো তেওঁ আনৰ পৰা ১০-২০ ফুট দূৰত্ব বজাই ৰাখি খোজ কাঢ়িছিল। আনকি গোৱা ভ্ৰমণৰ সময়তো তেওঁ সাগৰত নামি গা ধোৱা নাছিল। এই তথ্যসমূহৰ ভিত্তিত আৰক্ষীৰ সন্দেহ ছিয়া গোৱেলৰ ওপৰত অধিক গাঢ় হয়।
৩. ৩৩ ডিগ্ৰী তাপমাত্ৰাতো হুডি আৰু কেপ
লোহাগড় দুৰ্গৰ cctv ফুটেজ পৰীক্ষা কৰাৰ সময়ত আৰক্ষীয়ে লক্ষ্য কৰে যে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজালৈ এজন যুৱকে হুডি আৰু কেপ পিন্ধি ঘূৰি ফুৰিছে। সেইদিনা তাপমাত্ৰা প্ৰায় ৩৩ ডিগ্ৰী চেলচিয়াছ আছিল। এনে গৰমত এই ধৰণৰ পোছাক পৰিধান কৰাটো সন্দেহজনক যেন লগাত আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে তদন্ত কৰে। পিছত জানিব পৰা যায় যে সেই যুৱকজন চেতন চৌধুৰী আছিল।
৪. ছিয়াৰ সংকেতৰ পিছতেই ঠেলিছিল কেতনক চেতনে
তদন্তত দাবী কৰা হৈছে যে লোহাগড় দুৰ্গত ছিয়া গোৱেলে কেতনক ঠেলিবলৈ চেতনক সংকেত দিছিল। যদিও আৰক্ষীয়ে ঘটনাৰ পূৰ্ণ ক্ৰম নিশ্চিত কৰিবলৈ সকলো প্ৰমাণ সংগ্ৰহ কৰি আছে, তথাপিও দুৰ্গৰ কেইবাটাও cctv কেমেৰা নিষ্ক্ৰিয় হৈ থকাত তদন্তত কিছু অসুবিধাৰ সৃষ্টি হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CRIME
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
Next Post
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ'লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.