• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

3 weeks ago
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

31 minutes ago
বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

1 hour ago
হনুমান জয়ন্তীত এই ৪ সামগ্ৰী ঘৰলৈ আনক, অৰ্থ সাফল্য উপচি পৰিব সংসাৰত

হনুমান জয়ন্তীত এই ৪ সামগ্ৰী ঘৰলৈ আনক, অৰ্থ সাফল্য উপচি পৰিব সংসাৰত

2 hours ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

2 hours ago
৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

13 hours ago
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

14 hours ago
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

14 hours ago
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

14 hours ago
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

15 hours ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

16 hours ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

17 hours ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

editor by editor
March 10, 2026
in জীৱনশৈলী
0
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত গ্ৰহৰ গতিবিধি আৰু তেওঁলোকৰ নক্ষত্ৰৰ পৰিবৰ্তনে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়৷ ২৯ মাৰ্চ ২০২৬ তাৰিখে এক অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা ঘটিব৷ ছায়া গ্ৰহ কেতুয়ে তাৰ নিজস্ব নক্ষত্ৰ মঘা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া কোনো গ্ৰহি তাৰ নিজস্ব নক্ষত্ৰত গোচৰ কৰে তেতিয়া তাৰ ফলাফল অত্যন্ত কাৰ্যকৰ হয়৷ কেতুৰ এই গোচৰে বিশেষকৈ ৩ৰাশিৰ বাবে গোল্ডেন টাইম কঢ়িয়াই আনিব৷ জানি থওক কোন কোন ৰাশিৰ জাতকে কেতুৰ আশীৰ্বাদ পাব?

মেষ ৰাশি

এই সময়ত মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে সুবৰ্ণ সুযোগ আহিব৷ নতুন কেৰিয়াৰৰ সুযোগৰ দ্বাৰ উন্মোচিত হব৷ দীৰ্ঘদিনৰ অমীমাংসিত কাম সম্পন্ন হব৷ ব্যৱসায়ত হঠাৎ উল্লেখযোগ্য আৰ্থিক লাভ সম্ভৱ৷ বিনিয়োগৰ সিদ্ধান্তত সফল হব৷ আপোনাৰ আত্মবিশ্বাস সৰ্বোচ্চ পৰ্যায়ত থাকিব৷ যি গুৰুত্বপূৰ্ণ সিদ্ধান্তই আপোনাৰ উপকাৰ কৰিব৷ আপুনি কোনো প্রভাৱশালী ব্যক্তিৰ সংগ পাব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ বাবে কেতুৰ এই গোচৰে সুখ আৰু সমৃদ্ধিৰ ইংগিত দিয়ে৷ আৰ্থিক দৃষ্টিকোণৰ পৰা অত্যন্ত শুভ সময়৷ অতীতৰ বিনিয়োগৰ পৰা লাভৰ ইংগিত আছে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতি সম্ভৱ৷ আপুনি যদি বিদেশত কেৰিয়াৰ গঢ়িব খুজিছে তেন্তে আপোনাৰ ইচ্ছা পূৰণ হব পাৰে৷ আপোনাৰ পৰিয়ালৰ মাজত সুখ বিৰাজ কৰিব আৰু আপুনি ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে কেতুৰ নক্ষত্ৰ পৰিবৰ্তন নতুন সাফল্যৰ ভিত্তি হব৷ কৰ্মক্ষেত্ৰত আপুনি নতুন এক বৃহত্তৰ দায়িত্ব পাব পাৰে৷ ব্যৱসায়ীসকলৰ বাবে এক ডাঙৰ ডিল চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে৷ কামৰ বাবে বিদেশ ভ্ৰমণো কৰিব পাৰে৷ এই সময়ত আধ্যাত্মিক সাধনা আৰু ধৰ্মীয় কাৰ্যকলাপত আপোনাৰ আগ্ৰহ বৃদ্ধি পাব পাৰে৷ যিয়ে মানসিক শান্তি কঢ়িয়াই আনিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

April 2, 2026
বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত
জীৱনশৈলী

বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

April 2, 2026
হনুমান জয়ন্তীত এই ৪ সামগ্ৰী ঘৰলৈ আনক, অৰ্থ সাফল্য উপচি পৰিব সংসাৰত
জীৱনশৈলী

হনুমান জয়ন্তীত এই ৪ সামগ্ৰী ঘৰলৈ আনক, অৰ্থ সাফল্য উপচি পৰিব সংসাৰত

April 2, 2026
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?
জীৱনশৈলী

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

April 2, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.