• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাঘতেই বিয়া! নতুন বছৰৰ আৰম্ভনিতেই বিয়াত বহিব সিদ্ধাৰ্থ-কিয়াৰা…

মাঘতেই বিয়া! নতুন বছৰৰ আৰম্ভনিতেই বিয়াত বহিব সিদ্ধাৰ্থ-কিয়াৰা…

4 years ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

15 minutes ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

1 hour ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

3 hours ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

4 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

5 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

6 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

6 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

6 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

7 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

7 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

8 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাঘতেই বিয়া! নতুন বছৰৰ আৰম্ভনিতেই বিয়াত বহিব সিদ্ধাৰ্থ-কিয়াৰা…

editor by editor
December 31, 2022
in জীৱনশৈলী, ভাৰত
0
মাঘতেই বিয়া! নতুন বছৰৰ আৰম্ভনিতেই বিয়াত বহিব সিদ্ধাৰ্থ-কিয়াৰা…
0
SHARES
785
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বছৰজোৰা আয়োজন৷ কিন্তু বিয়াখন এই বৰ্ষত নহ’ল৷ বলীউডত ২০২২ চনত আছিল কেইবাখনো হাইপ্ৰফাইল বিয়া৷ সকলোৱে অপেক্ষা কৰিছিল এখন বিশেষ বিয়ালৈ৷ বিয়াখন নহ’ল যদিও নতুন বছৰত বলীউডৰ প্ৰথমখন বিয়াই হ’ব দুই বিশেষ চেলিব্ৰিটিৰ৷

নতুন বছৰৰ আৰম্ভনিতে কইনা হ’বলৈ সাজু হৈছে কিয়াৰা আদৱানী৷ পিছে দৰাও এলাপেছা নহয়৷ বলীউডৰ হেণ্ডচম হাংক সিদ্ধাৰ্থ মলহোত্ৰাৰ সৈতে বিয়াত বহিব কিয়াৰা৷ ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখে দুয়োৰে বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছে কিয়াৰা-সিদ্ধাৰ্থৰ ঘনিষ্ঠ এক সূত্ৰই৷ সূত্ৰটোৱে জনোৱা অনুসৰি ৰাজস্থানৰ জয়চলেমত অনুষ্ঠিত হ’ব বিবাহ অনুষ্ঠান৷ প্ৰাসাদোসম বিলাসবহুল জয়ছলম পেলেছত বিবাহৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ আনহাতে নিমন্ত্ৰিত অতিথিৰ তালিকাও প্ৰকাশ কৰিছে সূত্ৰটোৱে৷ বিবাহৰ অনুষ্ঠানত মনিষ মলহোত্ৰা, কৰণ জোহাৰকৰে ধৰি আদিকে ধৰি বলীউডৰ বহুকেইজন হাইপ্ৰফাইল ব্যক্তি উপস্থিত থাকিব বিবাহ অনুষ্ঠানত৷

২০২২ বৰ্ষটো কিয়াৰাৰ বাবে আছিল উল্লেখনীয় বছৰ৷ ২০২৩ৰ মাঘতেই বিয়া সিদ্ধান্ত ফাইনেল বুলি জনাইছে কিয়াৰা-সিদ্ধাৰ্থৰ ঘনিষ্ঠ মহলে৷ পূৰ্বে বিবাহৰ বাবে চণ্ডিগড়ৰ দ্যা অৱৰয় সুখবিলাস স্পা এণ্ড ৰিজৰ্ট বুকিং কৰিছিল যদিও শেহতীয়াভাৱে ৰাজস্থানৰ জয়ছলম পেলেছকেই ফাইনেল বুলি সিদ্ধান্ত লৈছে কিয়াৰা-সিদে৷ বিগত কেইবাবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল সিদ্ধাৰ্থ-কিয়াৰা৷ কিন্তু সংবাদমহলৰ পৰা এই সম্পৰ্ক লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল দুই অভিনেতাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

September 18, 2026
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ
বিবিধ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

September 18, 2026
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?
ভাৰত

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
Next Post
নতুন বছৰৰ প্ৰথমটো দিন কেনে যাব আপোনাৰ?

নতুন বছৰৰ প্ৰথমটো দিন কেনে যাব আপোনাৰ?

নতুন বছৰত দেশৰ চুকে-কোণে ৰাহুলে খুলিব প্ৰেমৰ দোকান! নৱবৰ্ষৰ শুভেচ্ছাৰে দেশবাসীক কি বাৰ্তা দিলে ৰাহুলে?

নতুন বছৰত দেশৰ চুকে-কোণে ৰাহুলে খুলিব প্ৰেমৰ দোকান! নৱবৰ্ষৰ শুভেচ্ছাৰে দেশবাসীক কি বাৰ্তা দিলে ৰাহুলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.