• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰৰ প্ৰথমটো দিন কেনে যাব আপোনাৰ?

নতুন বছৰৰ প্ৰথমটো দিন কেনে যাব আপোনাৰ?

4 years ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

8 minutes ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

25 minutes ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

47 minutes ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

2 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

2 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

3 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

4 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

4 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

5 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

6 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

6 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

নতুন বছৰৰ প্ৰথমটো দিন কেনে যাব আপোনাৰ?

editor by editor
January 1, 2023
in Uncategorized
0
নতুন বছৰৰ প্ৰথমটো দিন কেনে যাব আপোনাৰ?
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
মেষঃ আকস্মিক কোনো অৰ্থক্ষতি হ’ব পাৰে৷ ব্যৱসায়ত শুভ যদিও সৰু-সুৰা কথাত মতান্তৰ ঘটিব পাৰে৷ পাৰিবাৰিক শুভ বুলিব পাৰি৷ কৰ্মক্ষেত্ৰত আনৰ প্ৰিয়পাত্ৰ হ’ব পাৰিব৷ পঢ়াশুনাত শুভ৷ প্ৰেমত সফলতা৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ২৷

বৃষঃ কৰ্মক্ষেত্ৰত নতুন যোগাযোগ ঘটিব পাৰে৷ সৰু-সুৰা অসুখে বিব্ৰত কৰিব৷ সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব৷ বিবাহত আকস্মিক বাধা আহিব৷ ব্যৱসায়ত সফলতা প্ৰৱল৷ প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ১৷

মিথুনঃ আৰ্থিকত চিন্তাৰ কাৰণ নাই৷ ব্যৱসায় বাণিজ্যত পাবলগা ধন পোৱাৰ সম্ভাৱনা৷ পাৰিবাৰিক অশান্তি দূৰ হ’ব৷ কিন্তু যিকোনো সিদ্ধান্ত হঠাতে গ্ৰহণ নকৰিব৷ সন্তানৰ উন্নতিয়ে মনত আনন্দ দিব৷ প্ৰেম বিবাহ হ’ব পাৰে৷ শুভ ৰঙ কমলা, শুভ সংখ্যা ৪৷

কৰ্কটঃ মনৰ অস্থিৰতাৰ বাবে কৰ্মত বাধাগ্ৰস্থ হ’ব পাৰে৷ আৰ্থিক যথেষ্ট শুভ যদিও অনাহকত অৰ্থ হানি হ’ব পাৰে৷ বন্ধু বান্ধৱৰ দ্বাৰা ক্ষতিৰ আশংকা আছে৷ ব্যৱয়াসত মধ্যম৷ প্ৰেম প্ৰীতিত শুভ দেখা যায়৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷

সিংহঃ আজি পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে৷ ব্যৱসায়ত সফলতা ভৱামতে নাপাব৷ ঘৰুৱাত উন্নত পৰিবেশ গঢ়িব৷ বিদ্যাত বেয়া নহ’ব৷ প্ৰেম প্রণয়ত নতুন যোগাযোগ ঘটিব পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷

কন্যাঃ কৰ্মক্ষেত্ৰত উন্নত ফল৷ দৃঢ়তা বৃদ্ধি পাব৷ কোনো সংবাদ বা সংযোগত চিন্তিত হ’লেও প্ৰতিকুল বুলি ক’ব নোৱাৰি৷ আৰ্থিকত বেয়া নহয়৷ নতুন কিবা পৰিকল্পনা থাকিলে আজিয়েই চিন্তা কৰক৷ শুভ ৰঙ গেৰুৱা৷ শুভ সংখ্যা ৮৷

তুলাঃ যোৱা দিনৰ তুলনাত আজি উন্নত৷ শৰীৰ সম্পৰ্কে অৱশ্যে সাধাৰণ চিন্তা থাকিব৷ উৎকণ্ঠাও থাকিব৷ আশা কৰা কোনো বিষয়ত সাধাৰণ প্ৰগতি৷ দাম্পত্যত মধ্যম৷ কৰ্মব্যস্ততা বৃদ্ধি৷ ভ্ৰমণ হ’ব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১০৷

বৃশ্চিকঃ আৰ্থিক লাভালাভ হ’ব৷ সুখবৰ লাভ কৰিব৷ কোনো আপোন মানুহৰ যোগাযোগৰ লগত অন্যান্যৰো সংগ লাভ কৰিব৷ ভ্ৰমণত শুভ৷ প্ৰেমত প্ৰতাৰিত হ’ব৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৬৷

ধনুঃ বন্ধুবৰ্গ লগ পাব পাৰে৷ শৰীৰ-মন শুভ৷ সন্তানৰ শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

মকৰঃ অন্যাৱশ্যক সমস্যাত পৰিব পাৰে৷ আৰ্থিক লাভালাভ৷ পুৰণা প্ৰেম ঘূৰাই পাব৷ নতুন প্ৰেমৰো সম্ভাৱনা৷ ভ্ৰমণ৷ বিদেশ যাত্ৰাৰ যোগ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৩৷

কুম্ভঃ আৰ্থিক আৰু শাৰীৰিক এই দুয়োটাই শুভ৷ কোনোৱে বিপদৰ পৰা উদ্ধাৰ হোৱাৰ বাবে মনোবলেই যথেষ্ট৷ বিদ্যাৰ্থীৰ বেয়া নহয়৷ কৰ্মস্থানত বাধা দেখি চিন্তিত নহ’ব৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৫৷

মীনঃ শৰীৰ উন্নত৷ মনোবল বাঢ়িব৷ কিন্তু মাত্ৰাধিকলৈ নোযোৱাই ভাল৷ কৰ্ট-কাছাৰীলৈ যোৱাৰ সম্ভাৱনা৷ আনন্দত অত্যাধিক মতলীয়া নহ’ব৷ শুভ ৰং সেইজীয়া৷ শুভ সংখ্যা ৬৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
নতুন বছৰত দেশৰ চুকে-কোণে ৰাহুলে খুলিব প্ৰেমৰ দোকান! নৱবৰ্ষৰ শুভেচ্ছাৰে দেশবাসীক কি বাৰ্তা দিলে ৰাহুলে?

নতুন বছৰত দেশৰ চুকে-কোণে ৰাহুলে খুলিব প্ৰেমৰ দোকান! নৱবৰ্ষৰ শুভেচ্ছাৰে দেশবাসীক কি বাৰ্তা দিলে ৰাহুলে?

বিশেষ ৰঙৰ অন্তৰ্বাস পৰিধান কৰাৰ পৰা ঘৰৰ দুৱাৰ খুলি ৰখালৈ, দেশ-বিদেশৰ নৱবৰ্ষক আদৰাৰ এই ৰীতি-নীতিৰ বিষয়ে জানেনে?

বিশেষ ৰঙৰ অন্তৰ্বাস পৰিধান কৰাৰ পৰা ঘৰৰ দুৱাৰ খুলি ৰখালৈ, দেশ-বিদেশৰ নৱবৰ্ষক আদৰাৰ এই ৰীতি-নীতিৰ বিষয়ে জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.