• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰত দেশৰ চুকে-কোণে ৰাহুলে খুলিব প্ৰেমৰ দোকান! নৱবৰ্ষৰ শুভেচ্ছাৰে দেশবাসীক কি বাৰ্তা দিলে ৰাহুলে?

3 years ago
সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?

8 minutes ago
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

1 hour ago
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

2 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

‘সংঘাতে দুই দেশৰেই ক্ষতি কৰে৷ আমি শত্ৰুৰ পৰা বন্ধু!’ বিশ্বক আচৰিত কৰি বন্ধুত্বৰ হাত মিলালে প্ৰেছিডেণ্ট চি জিনপিং আৰু ট্ৰাম্পে

3 hours ago
চীনৰ উপহাৰ চীনতেই পেলাই বিমানত উঠিল ট্ৰাম্প, ভাঙি পেলোৱা হ’ল লগত অনা ফোনো, আঁৰত কি কাৰণ?

4 hours ago
জেঠৰ প্ৰথম শনিবাৰেই শনিজয়ন্তী, গ্ৰহৰাজৰ জন্মতিথিৰ পৰা সুসময় আৰম্ভ এই ৩ৰাশিৰ

LPG ক লৈ বৃহৎ চুক্তি, তেল মজুতকৰণত ভাৰতৰ কাষত আৰৱ আমিৰশাহি, পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতেই ডাঙৰ ডিল প্ৰধানমন্ত্ৰী মোদীৰ

5 hours ago
মহাৰাষ্ট্ৰত এগৰাকী মহিলাই স্বামীৰ সৈতে মিলি শেষ কৰিলে প্ৰেমিকক, দেহ উদ্ধাৰ ড্ৰামত, সমগ্ৰ ঘটনাৰ সবিশেষ পঢ়ক

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

ভাগ্যই ল’ব নতুন গতি, শনি জয়ন্তীত কৰক এই কাম!

14 hours ago
NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰত দেশৰ চুকে-কোণে ৰাহুলে খুলিব প্ৰেমৰ দোকান! নৱবৰ্ষৰ শুভেচ্ছাৰে দেশবাসীক কি বাৰ্তা দিলে ৰাহুলে?

editor by editor
January 1, 2023
in জীৱনশৈলী, ৰাজনীতি
0
নতুন বছৰত দেশৰ চুকে-কোণে ৰাহুলে খুলিব প্ৰেমৰ দোকান! নৱবৰ্ষৰ শুভেচ্ছাৰে দেশবাসীক কি বাৰ্তা দিলে ৰাহুলে?
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি সকলো ৰাজনৈতিক নেতাই। বছৰৰ প্ৰথম দিনটোতেই পুৱাই এটা টুইট কৰিছে প্ৰধানমন্ত্ৰীয়ে। টুইটত প্ৰধানমন্ত্ৰীয়ে লিখিছে, ‘নতুন বছৰটো সপোন, আনন্দ, সাফল্যৰে ভৰপুৰ হৈ উঠক। সকলোৰে সু-স্বাস্থ্য অটুত থাকক।

আনহাতে নতুন বছৰৰ শুভেচ্ছা জনাই টুইট কৰিছে ৰাহুল গান্ধীয়েও। নিজৰ টুইটত ‘ভাৰত জোড়ো যাত্ৰা’ৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুলে লিখিছে, ‘আশা কৰো নতুন বছৰত দেশৰ প্ৰতিটো ৰাস্তা, প্ৰত্যেকখন গাওঁ, প্ৰতিখন চহৰতে এখনকৈ প্ৰেমৰ দোকান থাকিব। নতুন সময়খিনিত চৌদিশে প্ৰেমৰেই গুঞ্জৰ উঠিব।’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱেও নৱবৰ্ষৰ শুভেচ্ছা জনাইছে দেশবাসীক। ইপিনে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও নতুন বছৰৰ শুভেচ্ছা জনাই সকলোৰে সুস্বাস্থ্য, শান্তি আৰু উন্নতি কামনা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্য-বৃহস্পতিৰ দ্বিদ্বাদশ যোগ, ১৯ জুনৰ পৰা ৪ৰাশিৰ সুসময়ৰ আৰম্ভণি, কেৰিয়াৰত ব্যাপক উন্নতি কাৰ কাৰ?
জীৱনশৈলী

May 16, 2026
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?
জীৱনশৈলী

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

May 16, 2026
বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?
জীৱনশৈলী

বিজয়ৰ সৈতে গোপনে গোপনে বাঢ়ি গৈছে প্ৰেম! তাৰমাজতেই তৃষাক মোটা অংকৰ ধন আগবঢ়াই নায়িকা হোৱাৰ প্ৰস্তাৱ ষ্টেলিন পুত্ৰৰ, কি সিদ্ধান্ত তৃষাৰ?

May 16, 2026
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

May 16, 2026
Next Post
বিশেষ ৰঙৰ অন্তৰ্বাস পৰিধান কৰাৰ পৰা ঘৰৰ দুৱাৰ খুলি ৰখালৈ, দেশ-বিদেশৰ নৱবৰ্ষক আদৰাৰ এই ৰীতি-নীতিৰ বিষয়ে জানেনে?

মনৰ মানুহ কাষতে থাকিলেও মিলনৰ ইচ্ছা মুঠেও নাথাকে! ডায়াবেটিছত আক্ৰান্ত হৈছে নেকি? কেনেকৈ বুজিব সমস্যাৰ কাৰণ…

মনৰ মানুহ কাষতে থাকিলেও মিলনৰ ইচ্ছা মুঠেও নাথাকে! ডায়াবেটিছত আক্ৰান্ত হৈছে নেকি? কেনেকৈ বুজিব সমস্যাৰ কাৰণ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন