• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশেষ ৰঙৰ অন্তৰ্বাস পৰিধান কৰাৰ পৰা ঘৰৰ দুৱাৰ খুলি ৰখালৈ, দেশ-বিদেশৰ নৱবৰ্ষক আদৰাৰ এই ৰীতি-নীতিৰ বিষয়ে জানেনে?

বিশেষ ৰঙৰ অন্তৰ্বাস পৰিধান কৰাৰ পৰা ঘৰৰ দুৱাৰ খুলি ৰখালৈ, দেশ-বিদেশৰ নৱবৰ্ষক আদৰাৰ এই ৰীতি-নীতিৰ বিষয়ে জানেনে?

4 years ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

40 minutes ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

52 minutes ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

1 hour ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

1 hour ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

2 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

3 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

3 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

4 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

5 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

6 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

6 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশেষ ৰঙৰ অন্তৰ্বাস পৰিধান কৰাৰ পৰা ঘৰৰ দুৱাৰ খুলি ৰখালৈ, দেশ-বিদেশৰ নৱবৰ্ষক আদৰাৰ এই ৰীতি-নীতিৰ বিষয়ে জানেনে?

editor by editor
January 1, 2023
in জীৱনশৈলী, বিশ্ব
0
বিশেষ ৰঙৰ অন্তৰ্বাস পৰিধান কৰাৰ পৰা ঘৰৰ দুৱাৰ খুলি ৰখালৈ, দেশ-বিদেশৰ নৱবৰ্ষক আদৰাৰ এই ৰীতি-নীতিৰ বিষয়ে জানেনে?
0
SHARES
362
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সমগ্ৰ বিশ্বতেই বছৰৰ প্ৰথম দিনটোক উদযাপন কৰা হয়। বহুতেই উল্লাসেৰে এই দিনটোক কটাবলৈকে মন কৰে। কিয়নো বছৰৰ প্ৰথম দিনটো ভালকৈ কটালে বছৰটোৱে আনন্দময় হয় বুলি লোকবিশ্বাস। দেশ ভেদে সমগ্ৰ বিশ্বতেই এই দিনটো পালন কৰাৰ নিজস্ব কিছু পৰম্পৰা আছে।

বিশ্বৰ কোনো দেশত যদি ঘৰৰ আচবাব সমূহ, ধন সম্পদ সমূহ প্ৰথম দিনটোতেই এবাৰ চুই চায় আন কৰোবাত আকৌ টেবুলৰ তলত বহি এক মিনিটত ১২ টা আঙুৰ খাই।
লেটিন আমেৰিকাৰ বহু প্ৰান্তত বছৰটো যাতে সমৃদ্ধিশালী হয় তাৰবাবে লেটিন আমেৰিকাৰ কিছু প্ৰান্তত লোকসকলে লংপেণ্টৰ জেপ বা ছাৰ্টৰ জেপত এটা বা দুটা মুদ্ৰা ৰাখে। কিছু সংখ্যকে জোতাৰ ভিতৰতো মুদ্ৰা সোমোৱাই ৰাখে।

ঠাইভেদে আছে অদ্ভুত কিছু প্ৰথা। ব্ৰাজিল আৰু বলিভিয়াৰ বিভিন্ন প্ৰান্তত একাংশলোকে নৱবৰ্ষত কৰে অদ্ভুত এক কাম। এই অঞ্চলৰ যিসকল ব্যক্তিয়ে নতুন বছৰটোত যুগ্ম জীৱন আৰম্ভ কৰিব বিচাৰে তেওঁলোকে বছৰৰ প্ৰথম দিনটোত ৰঙা অন্তৰ্বাস পৰিধান কৰে। এনেদৰে ৰঙা অন্তৰ্বাস পৰিধান কৰিলে জীৱনলৈ প্ৰেম আহে বুলি এইসকল লোকৰ ধৰ্মীয় বিশ্বাস। আনহাতে নৱবৰ্ষত যিসকল লোকে শান্তি বিচাৰে তেওঁলোকে বছৰৰ প্ৰথম দিনটোত বগা অন্তৰ্বাস আৰু ধন-সম্পদৰ আশা কৰাসকলে হালধীয়া ৰঙৰ অন্তৰ্বাস পৰিধান কৰে। আনহাতে সেই ঠাইৰ বাসিন্দা সকলে বিশ্বাস কৰে যে বছৰৰ প্ৰথম দিনটোত ক’লা ৰঙৰ অন্তৰ্বাস পৰিধান কৰিলে বছৰটোৱেই দুৰ্ভাগ্যজনকভাৱে পাৰ হয়।

পৃথিৱীৰ বহু প্ৰান্তত আকৌ বিশ্বাস যে নতুন বছৰত ঘৰৰ মুখ্য দুৱাৰ খুলি থলে গৃহত সৌভাগ্যই প্ৰৱেশ কৰে। সেয়ে নৱবৰ্ষৰ প্ৰথমটো দিনত বহুতেই ঘৰৰ মুখ্য দুৱাৰ খুলি থয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?
বিনোদন

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

October 8, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!
জীৱনশৈলী

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

October 8, 2026
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?
জীৱনশৈলী

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

October 8, 2026
Next Post
মনৰ মানুহ কাষতে থাকিলেও মিলনৰ ইচ্ছা মুঠেও নাথাকে! ডায়াবেটিছত আক্ৰান্ত হৈছে নেকি? কেনেকৈ বুজিব সমস্যাৰ কাৰণ…

মনৰ মানুহ কাষতে থাকিলেও মিলনৰ ইচ্ছা মুঠেও নাথাকে! ডায়াবেটিছত আক্ৰান্ত হৈছে নেকি? কেনেকৈ বুজিব সমস্যাৰ কাৰণ...

‘তুমি অবিহনে মই মাথো এটা চুঙা’, ২০২২ ৰ শেষত কোনে কাক কিয় কৈছিল এই কথা?

‘তুমি অবিহনে মই মাথো এটা চুঙা’, ২০২২ ৰ শেষত কোনে কাক কিয় কৈছিল এই কথা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.