• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মনৰ মানুহ কাষতে থাকিলেও মিলনৰ ইচ্ছা মুঠেও নাথাকে! ডায়াবেটিছত আক্ৰান্ত হৈছে নেকি? কেনেকৈ বুজিব সমস্যাৰ কাৰণ…

মনৰ মানুহ কাষতে থাকিলেও মিলনৰ ইচ্ছা মুঠেও নাথাকে! ডায়াবেটিছত আক্ৰান্ত হৈছে নেকি? কেনেকৈ বুজিব সমস্যাৰ কাৰণ…

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

12 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

12 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

13 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

13 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

14 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

15 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

16 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

16 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

17 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

18 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

19 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মনৰ মানুহ কাষতে থাকিলেও মিলনৰ ইচ্ছা মুঠেও নাথাকে! ডায়াবেটিছত আক্ৰান্ত হৈছে নেকি? কেনেকৈ বুজিব সমস্যাৰ কাৰণ…

editor by editor
January 1, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
মনৰ মানুহ কাষতে থাকিলেও মিলনৰ ইচ্ছা মুঠেও নাথাকে! ডায়াবেটিছত আক্ৰান্ত হৈছে নেকি? কেনেকৈ বুজিব সমস্যাৰ কাৰণ…
0
SHARES
29.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ডায়বেটিছ গুপ্তঘাতকৰ দৰে। ধমনী, হৃদযন্ত্ৰ, বৃক্ককে ধৰি কোনো অংগই বাদ নপৰে ডায়বেটিছৰ পৰা। ডায়বেটিছে যৌনজীৱনতো প্ৰভাৱ পেলাই। পুৰুষ-মহিলা নিৰ্বিশেষে সকলোৰেই যৌনজীৱনত ডায়াবেটিছে ব্যাঘাত জন্মায়। ডায়াবেটিছৰ ওপৰত গৱেষণা কৰি থকা আমেৰিকাৰ এটা গৱেষক দলে প্ৰকাশ কৰা অনুযায়ী, ডায়াবেটিছত আক্ৰান্ত ব্যক্তিৰ যৌনমিলনৰ ইচ্ছা কমি আহে। শাৰিৰীক সক্ষমতাও হ্ৰাস পায়। ডায়াবেটিছে হৰমনৰ ভাৰসাম্যত প্ৰভাৱ পেলাই। শাৰীৰিক আৰু মানসিক দুয়োটা দিশতেই ডায়াবেটিছে প্ৰভাৱ পেলাই।

ডায়াবেটিছে স্নায়ুতন্ত্ৰটো প্ৰভাৱ পেলাই। ডায়াবেটিছত আক্ৰান্ত এজন ব্যক্তি নিউৰপেথিতো আক্ৰান্ত হয়। এই ৰোগৰ প্ৰভাৱত যৌনাংগত বিষ আদিৰ সমস্যাই দেখা দিয়ে। এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে যৌন উত্তেজনা হেৰুৱাই পেলাই। পুৰুষৰ ক্ষেত্ৰত লিংগ শিথিলতাৰ সমস্যাই দেখা দিয়ে।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণাত প্ৰকাশ পোৱা অনুযায়ী প্ৰায় পঞ্চাশ শতাংশ ডায়াবেটিছ ৰোগীয়েই লিংগ শিথিলতাৰ স্বীকাৰ হয়। স্নায়ুতন্ত্ৰৰ সমস্যাৰ ওপৰিও ডায়াবেটিছ আক্ৰান্ত ৰোগীয়ে প্ৰচুৰ পৰিমানে ঔষধ সেৱন কৰাৰ ফলত টেষ্টোষ্টেৰণ হৰমনৰ ক্ষৰণ বন্ধ হয় যাৰ বাবে এই সমস্যাই দেখা দিয়ে। ডায়াবেটিছ আক্ৰান্তৰ আন এক বৃহৎ সমস্যা হৈছে বীৰ্যপাতৰ সমস্যা। বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় ‘ৰেট্ৰোগ্ৰেজ ইজাকুলেশ্বন’ এই ৰোগো মূলত ডায়াবেটিছ আক্ৰান্ত সকলৰেই হয়।

উল্লেখ্য যে কেৱল পুৰুষৰেই এনে সমস্যা হয় তেনে নহয়। ডায়াবেটিছ আক্ৰান্ত মহিলাও একাধিক সমস্যাৰ সন্মুখীন হয়। মধুমেহৰ প্ৰভাৱত যোনিৰ শুষ্কতাৰ সমস্যাই দেখা দিয়ে। হৰমনৰ তাৰতম্য আৰু ৰক্ত সঞ্চালনৰ সমস্যাৰ বাবেই এনে সমস্যাই দেখা দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
‘তুমি অবিহনে মই মাথো এটা চুঙা’, ২০২২ ৰ শেষত কোনে কাক কিয় কৈছিল এই কথা?

‘তুমি অবিহনে মই মাথো এটা চুঙা’, ২০২২ ৰ শেষত কোনে কাক কিয় কৈছিল এই কথা?

নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি! প্ৰায় ৩ লাখ টকাৰ বিৰিয়ানীৰ লগতে কিমান হাজাৰ টকাৰ কণ্ডমৰ অৰ্ডাৰ কৰিলে Swiggy-ত?

নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি! প্ৰায় ৩ লাখ টকাৰ বিৰিয়ানীৰ লগতে কিমান হাজাৰ টকাৰ কণ্ডমৰ অৰ্ডাৰ কৰিলে Swiggy-ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.