• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি! প্ৰায় ৩ লাখ টকাৰ বিৰিয়ানীৰ লগতে কিমান হাজাৰ টকাৰ কণ্ডমৰ অৰ্ডাৰ কৰিলে Swiggy-ত?

নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি! প্ৰায় ৩ লাখ টকাৰ বিৰিয়ানীৰ লগতে কিমান হাজাৰ টকাৰ কণ্ডমৰ অৰ্ডাৰ কৰিলে Swiggy-ত?

4 years ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

43 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

1 hour ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

2 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

3 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

3 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

4 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

5 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

6 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

6 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

7 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

7 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি! প্ৰায় ৩ লাখ টকাৰ বিৰিয়ানীৰ লগতে কিমান হাজাৰ টকাৰ কণ্ডমৰ অৰ্ডাৰ কৰিলে Swiggy-ত?

editor by editor
January 1, 2023
in খাদ্য, ভাৰত, স্বাস্থ্য
0
নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি! প্ৰায় ৩ লাখ টকাৰ বিৰিয়ানীৰ লগতে কিমান হাজাৰ টকাৰ কণ্ডমৰ অৰ্ডাৰ কৰিলে Swiggy-ত?
0
SHARES
24.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেৱল বিৰিয়ানী নহয়৷ শনিবাৰে সন্ধিয়া খাদ্য ডেলিভাৰী এপ চুইগীৰ ইনষ্টামাৰ্টত জনসাধাৰণে অৰ্ডাৰ দিছে ১.৭৬ লাখ পেকেট চিপছ৷ ৩১ ডিচেম্বৰৰ নিশাৰে পৰাই পৃথিৱীজুৰি আনন্দ উল্লাস৷ কোনোৱে যদি পিকনিক কৰিছে, কোনোৱে ঘৰতেই নিশা পৰিয়ালৰ সৈতে সময় কটাইছে৷ ২০২২ বৰ্ষৰ শেষৰটো দিনত প্ৰায়সংখ্যকেই সুস্বাদু আহাৰ খোৱাটোকেই বাছনি কৰে৷

বছৰৰ শেষৰ দিনা খাদ্য ডেলিভাৰী দিয়াৰ তালিকা প্ৰস্তুত কৰিছে ছুইগীয়ে৷ ৩১ ডিচেম্বৰৰ নিশা সমগ্ৰ দেশত অৰ্ডাৰ হৈছে তিনি লাখ টকাৰ বিৰিয়ানী৷ তাৰ বিপৰীতে নিশা ১০ টা ২৫ লৈ সমগ্ৰ দেশতেই ৬১ হাজাৰৰো অধিক টকাৰ পিজ্জা অৰ্ডাৰ কৰিছে৷

কেৱল খাদ্যই অৰ্ডাৰ কৰিছে এনে নহয়৷ চুইগীৰ ইনষ্টামাৰ্টত সৰ্বাধিক বেছি অৰ্ডাৰ হৈছে কণ্ডম৷ ৩১ ডিচেম্বৰত মুঠ ২,৭৫৭ পেকেট কণ্ডম ডেলিভাৰী কৰিছে ছুইগীয়ে৷ ইয়াৰোপৰি ঔষধৰ ক্ষেত্ৰতো গৰ্ভনিৰোধক বড়ী ১২ হাজাৰ টকাৰ ডেলিভাৰী দিয়া বুলি জনাইছে ছুইগী কৰ্তৃপক্ষই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
Next Post
কোনবোৰ লক্ষণে দেখা দিলে কৰ্কটৰ আশংকা আছে বুলি জানিব?

কোনবোৰ লক্ষণে দেখা দিলে কৰ্কটৰ আশংকা আছে বুলি জানিব?

পঞ্চমবাৰলৈ বিবাহ বিচ্ছেদ কৰি চৰ্চাত বাংলা অভিনেত্ৰী পৰীমণি! পোছাকৰ দৰেই সলনি কৰে স্বামী, আঁৰৰ কাৰণ শুনিলে আচৰিত হ’ব আপুনি?

পঞ্চমবাৰলৈ বিবাহ বিচ্ছেদ কৰি চৰ্চাত বাংলা অভিনেত্ৰী পৰীমণি! পোছাকৰ দৰেই সলনি কৰে স্বামী, আঁৰৰ কাৰণ শুনিলে আচৰিত হ’ব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.