• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকৰ সৈতে যৌন সম্ভোগৰ ভিডিঅ’ ফাদিল কৰি ১৪৯ কোটি টকা উপাৰ্জন!

প্ৰেমিকৰ সৈতে যৌন সম্ভোগৰ ভিডিঅ’ ফাদিল কৰি ১৪৯ কোটি টকা উপাৰ্জন!

4 years ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

21 minutes ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

22 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

23 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

1 day ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 day ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 days ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰেমিকৰ সৈতে যৌন সম্ভোগৰ ভিডিঅ’ ফাদিল কৰি ১৪৯ কোটি টকা উপাৰ্জন!

editor by editor
March 19, 2022
in ফেশ্বন, বিবিধ, ভাৰত
0
প্ৰেমিকৰ সৈতে যৌন সম্ভোগৰ ভিডিঅ’ ফাদিল কৰি ১৪৯ কোটি টকা উপাৰ্জন!
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ বছৰ আগতে কিম কাৰ্দাচিয়ানৰ কোনো পৰিচয় নাছিল। পেজ থ্ৰীত কেতিয়াবা ২২ বছৰীয়া ছোৱালীজনীৰ নাম উলাইছিল। উকীল ৰবাৰ্ট কাৰ্দাচিয়ানৰ জীয়ৰী হিচাপেহে কিছু পৰিচয় আছিল। উকীল ৰৰ্বাট হৈছে আমেৰিকান ফুটবলাৰ আৰু জে ছিম্পছনৰ বন্ধু।

২০০২ চনৰ কথা৷ আন কেইটামান কাৰণত কিম কাৰ্দাচিয়ানৰ নাম চৰ্চালৈ আহিছিল। মানুহে তেওঁক হিল্টন হোটেলৰ উত্তৰাধিকাৰী পেৰিছ হিল্টনৰ বন্ধু হিচাপেও জানিছিল। হিপ হপ গায়কজনক ব্ৰেণ্ডিৰ ষ্টাইলিষ্ট হিচাপেও দেখা গৈছিল। কিম ৰে জেৰ নৰউডৰ প্ৰেমিকাও আছিল৷

কিন্তু কেইবছৰমানৰ ভিতৰতে ছবিখন সলনি হ’ল। ৰাতিটোৰ ভিতৰতে কিম তাৰকা হৈ পৰিছিল। এটা বিশেষ ভিডিঅ’ৱে কিমক ৰাতিটোৰ ভিতৰতে তাৰকা হোৱাত সহায় কৰা বুলি বহুলোকে দাবী কৰিছিল৷

লগতে পঢ়ক বিবাহ অনুষ্ঠানতে অভিনৱ চুক্তিপত্ৰ কইনাৰ, এইবোৰ কাম কৰিবই লাগিব স্বামীয়ে!

কিম কাৰ্দাচিয়ানৰ ৰে জেৰ সৈতে কিমৰ যৌন সম্ভোগৰ এটা ভিডিঅ’ ফাদিল হোৱাৰ লগে লগে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ৰাতিটোৰ ভিতৰতে চৰ্চালৈ আহে৷

এটা ব্ৰিটিছ টেবলইডে দাবী কৰিছিল যে কিমে ২০০২ চনৰ অক্টোবৰত ৰে জেৰ সৈতে মেক্সিকোৰ কাবো চান লুকাছলৈ ফুৰিবলৈ গৈছিল। কিম আৰু প্ৰেমিকে তেওঁলোকৰ লগত এটা কেমকৰ্ডাৰ লৈ গৈছিল। সেইটোৰে ভ্ৰমণৰ আমোদজনক ছবিবোৰৰ উপৰিও ই দুয়োজনৰ অন্তৰংগ মুহূৰ্তবোৰ বন্দী কৰিছিল।

কিম আৰু ৰায়ৰ ব্যক্তিগত মুহূৰ্ত তথা যৌন সম্ভোগৰ এটা ভিডিঅ’ ফাদিল হয়৷ এইটো ২০০৭ চনতহে ফাদিল হৈছিল। কিমৰ যৌন সম্ভোগৰ উক্ত ভিডিঅ’টো এতিয়ালৈকে ইন্টাৰনেটত ১৫০ মিলিয়ন বাৰ দৰ্শন কৰা হৈছে।

লগতে পঢ়ক ‘দাঢ়ি, টুপী, বোৰ্খা আৰু লুঙী’ৰ চৰকাৰ বনোৱা তত্ত্বৰ পৃষ্ঠপোষক ৰিপুণ বৰা’

কিন্তু তাৰ আগতে কিমৰ বন্ধু পেৰিছ হিল্টনৰ সৈতে আন এটা ভিডিঅ’ই হলিউডত এক আলোড়নৰ সৃষ্টি কৰিছিল। ভিডিঅ’টো ২০০১ চনত পেৰিছে ৰেকৰ্ডিং কৰা হৈছিল। পেৰিছৰ লগত তাইৰ প্ৰেমিক ৰিক চলোমন আছিল। দুয়োজনৰ মাজত ঘনিষ্ঠ মুহূৰ্তবোৰ ২০০৪ চনত ফাদিল কৰা হৈছিল। সেইটো পেৰিছে ফাদিল কৰা বুলি চৰ্চা চলিছিল৷

অৱশ্যে পেৰিছে সদায় দাবী কৰি আহিছে যে উক্ত ভিডিঅ’টো তেওঁ ফাদিল কৰা নাছিল। কিন্তু এটা আমেৰিকান টেবলইডে দাবী কৰিছে যে ‘ৱান নাইট ইন পেৰিছ’ এই ভিডিঅ’টো ৰাজহুৱা কৰাৰ ফলত পেৰিছে ১ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে।

ইফালে কিমে ৪১ মিনিটৰ ভিডিঅ’টো বন্ধ কৰিবলৈ আইনী যুঁজও চলাইছিল। অৱশ্যে কিম এই প্ৰচেষ্টাত তেওঁ সফল নহ’ল। ইয়াৰ পিছতে ২০০৭ চনত কিমৰ দ্বিতীয়টো ভিডিঅ’ ফাদিল হয়, যিটো ভিডিঅ’ৱে ৰাতিটোৰ ভিতৰতে কিমক তাৰকা সজাই পেলালে৷

প্ৰকাশ পোৱা মতে দ্বিতীয় ভিডিঅ’টো ইণ্টাৰনেট উপলব্ধ হোৱাৰ বাবে ভিডিঅ’টোৰ পৰা কিমে ২০ নিযুত ডলাৰ উপাৰ্জন কৰিছে, অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ১৪৯ কোটি টকাতকৈও অধিক! কিমে এই ভিডিঅ’টোৰ পৰা তেওঁৰ প্ৰাক্তন প্ৰেমিক পেৰিছতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest News Channal of AssamBest News Portal in Assamvideo leak
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
শিশুৱে যৌন উৎপীড়নৰ বলি হোৱা বুলি কেনেকৈ বুজিব? এইবোৰ দিশত গুৰুত্ব দিয়ক…

শিশুৱে যৌন উৎপীড়নৰ বলি হোৱা বুলি কেনেকৈ বুজিব? এইবোৰ দিশত গুৰুত্ব দিয়ক…

হোলীৰ ভয়াৱহ উদযাপন! নিজৰ বুকুতে ছুৰিকাঘাত কৰি সুৰাপায়ী যুৱকৰ মৃত্যু

হোলীৰ ভয়াৱহ উদযাপন! নিজৰ বুকুতে ছুৰিকাঘাত কৰি সুৰাপায়ী যুৱকৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.