• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শূন্যত আৰম্ভণি, জানক এতিয়া কিমান কোটিৰ মালিক ক্ৰিকেটাৰ ৰিংকু সিং

শূন্যত আৰম্ভণি, জানক এতিয়া কিমান কোটিৰ মালিক ক্ৰিকেটাৰ ৰিংকু সিং

2 years ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

7 minutes ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

53 minutes ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

2 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

2 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

2 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

3 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

3 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

3 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

4 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

4 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

5 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শূন্যত আৰম্ভণি, জানক এতিয়া কিমান কোটিৰ মালিক ক্ৰিকেটাৰ ৰিংকু সিং

শূন্যত আৰম্ভণি, জানক এতিয়া কিমান কোটিৰ মালিক ক্ৰিকেটাৰ ৰিংকু সিং

editor by editor
July 20, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
শূন্যত আৰম্ভণি, জানক এতিয়া কিমান কোটিৰ মালিক ক্ৰিকেটাৰ ৰিংকু সিং
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেট সম্পৰ্কে খবৰ ৰখা মানুহে হয়তো ৰিংকু সিঙক ভালকৈয়ে চিনি পায়৷ কেকেআৰৰ জাৰ্ছিত এসময় কঠোৰ পৰিশ্ৰম কৰিছিল আলিগড়ৰ এইগৰাকী যুৱকে৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ এটা পৰিয়ালৰ পৰা যাত্ৰা কৰি আজি ৰিংকু এগৰাকী ভাৰতীয় দলৰ ক্ৰিকেটাৰ৷ নাম ক’লেই সকলোৱে চিনি পায়, কি দেশ, কি বিদেশ নামেই পৰিচয় এতিয়া ৰিংকুৰ৷ কিন্তু ৰিংকু নামৰ এই পৰিচয় গঢ়ি তোলাৰ আঁৰৰ সংগ্ৰাম জানো সহজ আছিল৷ শেহতীয়াকৈ কঁপাল ফুলিছে ৰিংকুৰ৷ স্থান লাভ কৰিছে ভাৰতীয় ক্ৰিকেট দলত৷

এই বৰ্ষটোৱে ৰিংকুক দিছে অভাৱনীয় প্ৰাপ্তি৷ কলকাতা নাইট ৰাইডাৰ্ছে এইবাৰ আইপিএলৰ খিতাপ আঁজুৰি নিয়াৰ পৰাই ৰিংকুৰো যেন জীৱন কৰোবাত সলনি হৈ গ’ল৷ আইপিএলত তেওঁৰ দৰমহা আগতকৈ বাঢ়িছে৷ এয়াই শেষ নহয়, ভাৰতীয় ক্ৰিকেট বৰ্ডৰ বাৰ্ষিক চুক্তিতো তেওঁ স্থান লাভ কৰিছে৷ টি-২০ বিশ্বকাপত ৰিজাৰ্ভ প্লেয়াৰ হিচাপে ভাৰতীয় দলত অভিষেক ঘটিছে ৰিংকুৰ৷ তাৰপাছতেই জিম্বাবোৱেৰ বিৰুদ্ধে মেচত নামে ৰিংকু৷ এইবাৰ তেওঁৰ গন্তব্যস্থান শ্ৰীলংকা৷ ইফালে ভাৰতীয় টিমত ৰিংকুৰ গুৰুত্ব বাঢ়িছে৷ অন্যহাতে ৰিংকুৰ সম্পত্তিৰ পৰিমানো বাঢ়িছে৷ জানক আলিগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰিংকুৰ বৰ্তমান কিমান সম্পত্তি?

ৰিংকুৰ অনুৰাগীৰ সংখ্যা প্ৰতিনিয়ত বাঢ়িয়েই আছে৷ তেওঁৰ পাৰ্ফৰ্মেঞ্চেই তেওঁৰ পৰিচয়৷ কিছুদিন পূৰ্বে জিম্বাৱোয়েত গৈ টি-২০ চিৰিজৰ শ্ৰেষ্ঠ ফিল্ডাৰৰ পুৰস্কাৰ লাভ কৰিছে৷ বেটিংত তেওঁ বিশেষ সুযোগ লাভ নকৰিলে৷ কিন্তু ফিল্ডিংত তেওঁ লোৱা কেচ য়ে নজৰ কাঢ়িলে ক্ৰিকেটপ্ৰেমীৰ৷ ৰিংকুক লৈ আগ্ৰহ বাঢ়িছে অনুৰাগীৰো৷ বহুতেই জানিবলৈ আগ্ৰহী তেওঁৰ সম্পত্তি কিমান?

বিভিন্ন মিডিয়া ৰিপৰ্ট অনুসৰি ৰিংকুৰ মুঠ সম্পত্তিৰ পৰিমাণ ৭কোটি টকা৷ এই সময়ত ৰিংকুক স্থানীয় টুৰ্নামেণ্ট খেলি এখন বাইক পুৰস্কাৰ হিচাপে পাইছিল৷ সেই ৰিংকুৰ এতিয়া আচে বুলেটসহ নানান বহুমূল্য বাহন৷ আলিগড়ৰ ওজোন চিটিত ২০০ গজৰ এটা প্লটো ৰিংকুৰ আছে৷ ভাইৰেল খবৰ অনুসৰি সেই স্থানতেই ঘৰ নিৰ্মাণ কৰিব ৰিংকুৱে৷ এসময়ত ৰিংকুৰ পিতৃয়ে ঘৰে ঘৰে চিলিণ্ডাৰ ডেলিভাৰি দিয়া কাম কৰিছিল৷ এতিয়াও তেওঁ সেই কাম কৰে৷ কিন্তু নিজৰ সন্তান নিজৰ ভৰিত থিয় হোৱাত তেওঁ খুবেই সুখী৷

২০১৭চনৰ পৰা ২০২৩ চনলৈকে আইপিএলৰ পৰা ৰিংকুৱে আয় কৰিছে ৪ কোটি ৪০ লাখ টকা৷ ৰিংকুৰ আয়ৰ উৎস বিভিন্ন ব্ৰেণ্ড এণ্ড্ৰোছমেণ্ট৷ এম আৰ এফ, এছ জি, CEAT টায়াৰৰ দৰে ব্ৰেণ্ডৰ পৰাও আয় হয় ৰিংকুৰ৷ বুলেটৰ পৰা মাৰুতি ছুজুকি ছুইফট, টাৰ্বো ডিজেল ফেৰ্ড, এণ্ডোভাৰ, টয়োটা ইনোভা ক্ৰিষ্টা, মহিন্দ্ৰা স্কৰ্পিয়ৰ দৰে কেইবাখনো বাহন আছে ৰিংকুৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং
জীৱনশৈলী

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

March 31, 2026
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?
খাদ্য

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

March 31, 2026
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?
খাদ্য

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

March 31, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
Next Post
সীমান্ত পাৰ হৈ দলে দলে ভাৰতলৈ আহিছে ছাত্ৰ, বাংলাদেশৰ পৰিস্থিতিৰ বৰ্ণনা দিলে ভাৰতীয় ছাত্ৰই

সীমান্ত পাৰ হৈ দলে দলে ভাৰতলৈ আহিছে ছাত্ৰ, বাংলাদেশৰ পৰিস্থিতিৰ বৰ্ণনা দিলে ভাৰতীয় ছাত্ৰই

ভাষাৰে প্ৰকাশ কৰা কঠিন… অধিনায়কত্ব লাভ কৰি প্ৰথম প্ৰতিক্ৰিয়াত কি ক’লে সূৰ্যকুমাৰ যাদৱে?

ভাষাৰে প্ৰকাশ কৰা কঠিন... অধিনায়কত্ব লাভ কৰি প্ৰথম প্ৰতিক্ৰিয়াত কি ক’লে সূৰ্যকুমাৰ যাদৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.